Buranjipedia-অসমৰ পৰ্যটন স্থল সমূহৰ কত অৱস্থিত কোনে আৰু ...

ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান-2023

assam-gk-in-assamese-language

অসমৰ পৰ্যটন স্থল সমূহৰ কত অৱস্থিত কোনে আৰু কিমান চনত নিৰ্মাণ কৰিছিল Buranjipedia-ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023

    নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া(Buranjipedia)” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। ASSAM GK IN ASSAMESE LANGUAGE বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ ASSAM GK IN ASSAMESE LANGUAGE সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে।

অসমৰ পৰ্যটন স্থল সমূহৰ কত অৱস্থিত কোনে আৰু কিমান চনত নিৰ্মাণ কৰিছিল(Buranjipedia)-ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান(বুৰঞ্জীপেডিয়া)-2023

                                                        

১. কামাখ্যা মন্দিৰৰ অৱস্থিত গুৱাহাটীৰ নীলাচল পাহাৰত নিৰ্মাণ কৰিছিল নৰকাসুৰে (প্ৰবাদ অনুসৰি) আৰু  কোচ ৰজা বিশ্বসিংহ / নৰনাৰায়ণ আৰু চিলাৰায়ে পুনৰ্নিৰ্মাণ কৰিছিল (ইতিহাস অনুসৰি)।

২. বশিষ্ঠ মন্দিৰৰ অৱস্থিত গুৱাহাটীৰ সন্ধ্যাচল পাহাৰৰ ওপৰত নিৰ্মাণ কৰিছিল (কিংবদন্তী মতে) মহৰ্ষি বশিষ্ঠই আনহাতে ৰাজেশ্বৰ সিংহই (আহোম) ।

৩.উমানন্দ মন্দিৰৰ অৱস্থিত উমানন্দৰত নিৰ্মাণ কৰিছিল গদাধৰ সিংহই ১৬৯৪ চনত ।

৪.নৱগ্ৰহ মন্দিৰৰ অৱস্থিত গুৱাহাটীৰ চিত্ৰাচল পাহাৰত কিংবদন্তি মতে মন্দিৰক নতুনকৈ নিৰ্মাণ কৰিছিল ৰাজেশ্বৰ সিংহই ১৭৫২ চনত ।

৫.অশ্বক্ৰান্ত মন্দিৰৰ অৱস্থিত গুৱাহাটীৰ মন্দিৰৰ নিৰ্মাণ কৰিছিল শিৱসিংহই ১৭২০ চনত।

৬.ভিমেশ্বৰ ধাম অৱস্থিত গুৱাহাটীৰ ডাকিনী পাহাৰ বা ডাইনী পাহাৰত।

৭.দীৰ্ঘেশ্বৰী দেৱালয় অৱস্থিত গুৱাহাটীত নিৰ্মাণ কৰিছিল শিৱ সিংহই।

৮.গৰখীয়া দ'ল অৱস্থিত যোৰহাট জিলাৰ বালিগাওঁত ।

৯.ঢেকীয়াখোৱা বৰ নামঘৰ অৱস্থিত যোৰহাট জিলাৰ  ঢেকীয়াখোৱা গাঁৱত নিৰ্মাণ কৰিছিল মহাপুৰুষ মাধৱদেৱে ১৫২৮ চনত।

১০.বিল্বেশ্বৰ দেৱালয়  অৱস্থিত নলবাৰী জিলাত

১১.শিৱ দ'ল অৱস্থিত শিৱসাগৰ জিলাত নিৰ্মাণ কৰিছিল শিৱ সিংহই ১৭৩১ চনত।

১২.মহাভৈৰৱ মন্দিৰৰ অৱস্থিত তেজপুৰত জিলাত
নিৰ্মাণ কৰিছিল বাণাসুৰে ।

১৩.ভৈৰৱী মন্দিৰৰ অৱস্থিত তেজপুৰত জিলাৰ কলিবাৰীত

১৪.কীৰ্তন ঘৰৰ অৱস্থিত বৰপেটা।

অসমৰ পৰ্যটন স্থল সমূহৰ কত অৱস্থিত কোনে আৰু কিমান চনত নিৰ্মাণ কৰিছিল(Buranjipedia)-ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান(বুৰঞ্জীপেডিয়া)-2023

১৫.ৰংঘৰৰ অৱস্থিত শিৱসাগৰ জিলাত নিৰ্মাণ কৰিছিল প্ৰমত্ত সিংহই ১৭৪৬ চনত।

১৬.তলাতল ঘৰৰ অৱস্থিত শিৱসাগৰ জিলাত নিৰ্মাণ কৰিছিল ৰাজেশ্বৰ সিংহই ১৭৫১-১৭৬৯ চনত।

১৭.কাৰেংঘৰ অৱস্থিত শিৱসাগৰ জিলাৰ গড়গাওঁত নিৰ্মাণ কৰিছিল
    *প্ৰথম তে চুক্লেংমুঙে ১৫৪০ চনত
    *দ্বিতীয় তে প্ৰমত্ত সিংহই  ইটাৰে নিৰ্মাণ কৰে       আৰু
     *তৃতীয় তে ৰাজেশ্বৰ সিংহই ১৭৫২ চনত নিৰ্মাণ কৰাইছিল।

১৮.অগ্নিগড় অৱস্থিত তেজপুৰত জিলাত নিৰ্মাণ কৰিছিল বাণা ৰজাই।

১৯.জিমখানা ক্লাবৰ অৱস্থিত যোৰহাট জিলাত নিৰ্মাণ কৰিছিল ডি. স্লিমনৰ ১৮৭৬ চনত।

২০.লাচিত বৰফুকনৰ মৈদামৰ অৱস্থিত যোৰহাট জিলাৰ হোলোঙাপাৰ গোহাঁই গাঁৱত ১৬৭২ চনত।

২১.দক্ষিণপাট সত্ৰৰ অৱস্থিত যোৰহাট জিলত বৰ্তমান মাজুলী ত নিৰ্মাণ কৰিছিল জয়ধ্বজ সিংহ‌ই ১৫৮৪ চনত মাজুলিত স্থাপন কৰিছিল ।

২২.আউনীআটী সত্ৰ অৱস্থিত মাজুলী নিৰ্মাণ কৰিছিল জয়ধ্বজ সিংহই ১৬৫৩ চনত।

অসমৰ পৰ্যটন স্থল সমূহৰ কত অৱস্থিত কোনে আৰু কিমান চনত নিৰ্মাণ কৰিছিল(Buranjipedia)-ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান(বুৰঞ্জীপেডিয়া)-2023

Tags-
সাধাৰণ জ্ঞান অসম ইতিহাস
অসম বুৰঞ্জী mcq
সাধাৰণ জ্ঞান পঞ্চম শ্ৰেণীৰ
Assam Buranji question answer
অসমীয়া কুইজ ২০২০
Assam Buranji in Assamese language pdf
আহোম বুৰঞ্জী pdf
Axomiaii
Assam buranji question answer pdf download
Assam buranji question answer pdf
Assam buranji question answer english
অসম বুৰঞ্জী প্ৰশ্ন
অসম বুৰঞ্জী প্ৰশ্ন pdf download
অসম বুৰঞ্জী mock test
অসম বুৰঞ্জী mcq
তৃতীয় শ্ৰেণীৰ সাধাৰণ জ্ঞান

Previous Post Next Post