অসমৰ কোন জিলাত কি কি অভয়াৰণ্য, মন্দিৰ, মজিদ, দল-দেৱালয় আছে Buranjipedia-ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023

ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান-2023

assam-gk-in-assamese-language

অসমৰ কোন জিলাত কি কি অভয়াৰণ্য, মন্দিৰ, মজিদ, দল-দেৱালয় আছে Buranjipedia-ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023

Buranjipedia অসমৰ কোনো জিলাত কি কি অভয়াৰণ্য, মন্দিৰ, মজিদ, দল-দেৱালয় আছে  -ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023 

    নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া(Buranjipedia)” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। ASSAM GK IN ASSAMESE LANGUAGE বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ ASSAM GK IN ASSAMESE LANGUAGE সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে।

অসমৰ কোনো জিলাত কি কি অভয়াৰণ্য, মন্দিৰ, মজিদ, দল-দেৱালয় আছে(Buranjipedia)-ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান(বুৰঞ্জীপেডিয়া)-2023

অসমৰ কোনো জিলাত কি কি অভয়াৰণ্য, মন্দিৰ, মজিদ, দল-দেৱালয় আছে Buranjipedia-ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023

 ১
) গিবন অভয়াৰণ্য আছে যোৰহাট জিলাত।

অসমৰ কোনো জিলাত কি কি অভয়াৰণ্য, মন্দিৰ, মজিদ, দল-দেৱালয় আছে(Buranjipedia)-ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান(বুৰঞ্জীপেডিয়া)-2023

২) গৰমপানী অভয়াৰণ্য আছে কাৰ্বিআংলং জিলাত।


৩) চক্ৰশিলা অভয়াৰণ্য আছে ধুবুৰী আৰু কোকৰাব্বাৰ জিলাত।


৪) বুঢ়াচাপৰি অভয়াৰণ্য আছে শোণিতপুৰ জিলাত।


৫) পবিতৰা অভয়াৰণ্য আছে মৰিগাঁও জিলাত।


৬) পানীদিহিং অভয়াৰণ্য আছে শিৱসাগৰ (21-SI)


৭) সোণাইৰূপাই অভয়াৰণ্য আছে শোণিতপুৰ জিলাত।


৮) লাওখোলা অভয়াৰণ্য আছে নগাঁও জিলাত।


৯) বৰনদী অভয়াৰণ্য আছে নগাঁও জিলাত।


১০) নামবৰ  অভয়াৰণ্য আছে গোলাঘাট জিলাত।


১১) বৰদৈবাম বিলমুখ অভয়াৰণ্য আছে ধেমাজি আৰু লখিমপুৰ জিলাত।

অসমৰ কোনো জিলাত কি কি অভয়াৰণ্য, মন্দিৰ, মজিদ, দল-দেৱালয় আছে(Buranjipedia)-ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান(বুৰঞ্জীপেডিয়া)-2023

১২) পূব কাৰ্বি আংলং অভয়াৰণ্য আছে কাৰ্বি আংলং জিলাত।


১৩) মাৰাট লংৰি অভয়াৰণ্য আছে কাৰ্বি আংলং জিলাত।


১৪) কাৰ্বি আংলং অভয়াৰণ্য আছে কাৰ্বিআংলং জিলাত।


১৫) আমচাং অভয়াৰণ্য আছে কামৰূপ জিলাত।


১৬) বৰাইল অভয়াৰণ্য আছে কাছাৰ জিলাত।


১৭) দীপৰ বিল অভয়াৰণ্য আছে গুৱাহাটী 


১৮) আজানপীৰৰদৰগাহ আছে শিৱসাগৰৰ শৰাগুৰি চাপৰিত।


১৯) পোৱামক্লা আছে হাজোত।


২০) পাঁচপীৰ দৰগাহ আছে ধুবুৰী জিলাত।


২১) পাণবাৰীৰ মছজিদ আছে ধুবুৰীত জিলাত


২২) অসমৰ গুৰুদ্বাৰ আছে ধুবুৰীত জিলাত

অসমৰ কোনো জিলাত কি কি অভয়াৰণ্য, মন্দিৰ, মজিদ, দল-দেৱালয় আছে(Buranjipedia)-ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান(বুৰঞ্জীপেডিয়া)-2023

২৩)মহামায়াৰ পাদুকাৰ থান আছে ধুবুৰীৰ আলোকবাৰিত।


২৪) গৌৰীসাগৰ দৌল আছে শিৱসাগৰত।


২৫)বালাজী মন্দিৰ আছে গুৱাহাটীত।


২৬)অগ্নিগড় আছে তেজপুৰত জিলাত।


২৭)কাৰেংঘৰ আছে শিৱসাগৰ জিলাৰ গড়গাঁওত।


২৮)জয়সাগৰ পুখুৰী আছে শিৱসাগৰ জিলাত।


২৯) বিবুধিগড় আছে যোৰহাটত জিলাত।


৩০) নামদাঙৰ শিলৰ সাঁকো আছে শিৱসাগৰত।

অসমৰ কোনো জিলাত কি কি অভয়াৰণ্য, মন্দিৰ, মজিদ, দল-দেৱালয় আছে(Buranjipedia)-ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান(বুৰঞ্জীপেডিয়া)-2023

Tags-
অসমৰ অভয়াৰণ্য কেইখন নাম কি কি
অভয়াৰণ্য কেইখন আৰু কি কি
অসমৰ বন্যপ্ৰাণী অভয়াৰণ্য নাম
অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম
অসমৰ পক্ষী অভয়াৰণ্য কেইখন
অসমৰ পক্ষী অভয়াৰণ্যৰ নাম
অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান
অসমৰ নতুন ৰাষ্ট্ৰীয় উদ্যান
অসমৰ অভয়াৰণ্য কেইখনৰ নাম
অসমৰ নতুন ৰাষ্ট্ৰীয় উদ্যান
অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান
ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি
খ) অসমৰ দুখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম
অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে
অসমৰ ৰাষ্ট্ৰীয় উদ্যান সমূহৰ বিষয়ে
অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান
অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি
ভাৰতৰ ৰাষ্ট্ৰীয় গছ কি
অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান
অসমৰ নতুন ৰাষ্ট্ৰীয় উদ্যান
ৰাষ্ট্ৰীয় উদ্যান নাম
অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান খনৰ নাম কি
অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান
অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান

Previous Post Next Post