ভাৰতৰ ভূগোল Buranjipedia - ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023

ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান-2023

assam-gk-in-assamese-language

ভাৰতৰ ভূগোল Buranjipedia - ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023

Buranjipedia ভাৰতৰ ভূগোল -ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023 

    নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া(Buranjipedia)” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। ASSAM GK IN ASSAMESE LANGUAGE বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ ASSAM GK IN ASSAMESE LANGUAGE সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে।

Buranjipedia ভাৰতৰ ভূগোল -ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023

Buranjipedia ভাৰতৰ ভূগোল -ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023 

প্ৰশ্ন:ভাৰতবৰ্ষৰ সর্বাধিক কুঁহিয়াৰ উত্তৰৎপাদন কৰা ৰাজ্য কোনখন?

উত্তৰ: উত্তৰত্তৰ প্ৰদেশ।

প্ৰশ্ন:ভাৰতবৰ্ষৰ প্ৰধানকৈ কোন কোন ৰাজ্যত কপাহ উত্তৰৎপাদন কৰা হয় ?

উত্তৰ: মহাৰাষ্ট্ৰ আৰু গুজৰাটত।

প্ৰশ্ন:ভাৰতবৰ্ষৰ কোনখন ঠাইক 'আলফেনচো’আমৰ গৃহ বুলি কোৱা হয়?

উত্তৰ: ৰত্নগিৰি (মহাৰাষ্ট্ৰ)

প্ৰশ্ন:কোনখন দেশে ভাৰতবৰ্ষৰ সৈতে দীর্ঘতম সীমাৰেখাৰে সংলগ্ন হৈ আছে?

উত্তৰ: চীন।

প্ৰশ্ন:ভাৰতৰ দীর্ঘতম পথটোৰ নাম কি ?

উত্তৰ: গ্ৰেণ্ড ট্ৰাংক পথ।

প্ৰশ্ন:ভাৰতৰ কোনখন ৰাজ্যই সর্বাধিক বনাঞ্চল আগুৰি আছে?

উত্তৰ: মধ্যপ্ৰদেশ।

প্ৰশ্ন:ভাৰতৰ উত্তৰচ্চতম জলপ্রপাতটোৰ নাম কি ?

উত্তৰ: জগ জলপ্ৰপাত।

প্ৰশ্ন:ভাৰতৰ সৰ্বোচ্চ বিমানঘাটিটো কি?

উত্তৰ: চাশ্বাল (লাডাখ)

Buranjipedia ভাৰতৰ ভূগোল -ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023 

প্ৰশ্ন:বিশ্বৰ ভিতৰতে সর্বাধিক বৃষ্টিপাত হােৱা ভাৰতৰ ঠাইখন কি ?

উত্তৰ: মৌচিনৰাম।

প্ৰশ্ন:ভাৰতৰ কোনখন হ্ৰদৰ পানী আটাইতকৈ বেছি লুণীয়া ?

উত্তৰ: সম্ভাৰ।

প্ৰশ্ন:ভাৰতীয় মান সময় আৰু গ্ৰীণউত্তৰইচ মান সময়ৰ মান পার্থক্য কিমান সময়ৰ? 

উত্তৰ: ৫ ঘন্টা ৩০ মিনিট।

প্ৰশ্ন: ভাৰত আৰু লংকাক বিভাজিত কৰা প্ৰণালীটোৰ নাম কি?

উত্তৰ: পক প্ৰণালী।

প্ৰশ্ন:ভাক্রা নাংগল বান্ধটো কোনটো নদীত অৱস্থিত?

উত্তৰ: ছুটলেজ।

প্ৰশ্ন:ভাৰতৰ কোনখন নদী বংগৰ দুখ বুলি জনা যায় ?

উত্তৰ: দামোদৰ নদী।

প্ৰশ্ন:ভাৰতৰ কোনখন ঠাইক ভাৰতবৰ্ষৰ হৃৎপিণ্ড বুলি কোৱা হয়?

উত্তৰ: যোধপুৰ।

প্ৰশ্ন:ভাৰতৰ সৈতে কিমানখন দেশৰ সমূহীয়া আন্তর্জাতিক সীমাৰেখা আছে?

উত্তৰ: সাত।

প্ৰশ্ন:প্ৰাক-ঐতিহাসিক যুগত পুৰণি ভাৰত কোনখন ছুপাৰ মহাদেশ (Super Continent)-ৰ অংশ আছিল? 

উত্তৰ: গ'নৱানালেণ্ড ।

প্ৰশ্ন:ভাৰতবৰ্ষৰ বৃহত্তম বদ্বীপটোৰ নাম কি?

উত্তৰ: সুন্দৰবন।

প্ৰশ্ন:বংগোপসাগৰ, ভাৰত মহাসাগৰ আৰু আৰৱ সাগৰৰ পানীভাগ কোন ঠাইত লগ লাগিছে?

উত্তৰ: কন্যাকুমাৰী।

প্ৰশ্ন:ভাৰতবৰ্ষৰ দীৰ্ঘতম বান্ধটোৰ নাম কি ?

উত্তৰ: হীৰাকুড বান্ধ (উত্তৰৰিষ্যা)

Buranjipedia ভাৰতৰ ভূগোল -ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023 

প্ৰশ্ন:ভাৰতবৰ্ষৰ সর্বোচ্চ বান্ধটোৰ নাম কি?

উত্তৰ: ভাক্ৰা নাংগল বান্ধ।

প্ৰশ্ন:ভাৰতৰ কোনখন ৰাজ্যত সর্বাধিক সংখ্যক চহৰ আছে?

উত্তৰ: উত্তৰত্তৰ প্ৰদেশত।

প্ৰশ্ন:ভাৰতৰ ক্ষুদ্রতম কেন্দ্রীয় শাসিত অঞ্চলটোৰ নাম কি?

উত্তৰ: লাক্ষাদ্বীপ ৩২ কিঃমিঃ।

প্ৰশ্ন:মাটিকালিৰ ভিত্তিত ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ৰাজ্যখনৰ নাম কি ?

উত্তৰ: ৰাজস্থান।(৩,৪২,২৩৯ বৰ্গ কিঃমিঃ)

প্ৰশ্ন:বাংলাদেশ আৰু ম্যানমাৰ উত্তৰভয়ৰে ভূমি সীমাৰ লগত ভাৰতৰ কোনখন একমাত্র ৰাজ্য সংলগ্ন হৈ আছে?

উত্তৰ: মিজোৰাম।

প্ৰশ্ন: ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত বৃহত্তম সমুদ্রক্ষেত্ৰ অৱস্থিত ?

উত্তৰ: গুজৰাট।

প্ৰশ্ন:ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই সর্বাধিক পৰিমাণে ইলাচি উত্তৰৎপাদন কৰে?

উত্তৰ: কৰ্ণাটক।

প্ৰশ্ন:ভাৰত উত্তৰপমহাদেশে মাটিকালিৰ হিচাপত কিমান ঠাই আগুৰি আছে?

উত্তৰ: ৩২,৮৭,২৬৩ বৰ্গ কিঃমিঃ (প্ৰায়)। 

প্ৰশ্ন: ভাৰত-পাক সীমান্তত অৱস্থিত বিশ্বৰ দীর্ঘতম তুষাৰ নদীখনৰ নাম কি ?

উত্তৰ: চিয়াচেন হিমবাহ।

প্ৰশ্ন:ভাৰতবৰ্ষৰ কোনখন চহৰক পিং চিটি বুলি জনা যায়?

উত্তৰ: জয়পুৰ।

প্ৰশ্ন:ভাৰতবৰ্ষৰ সমুদ্রতট ৰেখাৰ মুঠ দৈর্ঘ্য কিমান?

উত্তৰ: ৭,৫১৬.৫ বৰ্গ কিঃমিঃ (প্ৰায়)

প্ৰশ্ন: ভাৰতবৰ্ষৰ মাজেৰে পাৰ হৈ যােৱা অক্ষৰেখাডালৰ নাম কি ?

উত্তৰ: কৰ্কটক্ৰান্তি ৰেখা।

Buranjipedia ভাৰতৰ ভূগোল -ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023 

প্ৰশ্ন:ভাৰতবৰ্ষৰ বৃহত্তম লুণীয়া পানীৰ হ্রদটোৰ নাম কি?

উত্তৰ: চিল্কা হ্ৰদ।

প্ৰশ্ন:ভাৰতৰ চেন্নাইত অৱস্থিত দীর্ঘতম সমুদ্র তীৰ (বীচ্ছ)টোৰ নাম কি?

উত্তৰ: মেৰীনা বীচ্চ। 

প্ৰশ্ন:ভাৰতৰ ভূ-ভাগত থকা আগ্নেয়গিৰি বিশিষ্ট দ্বীপ দুটাৰ নাম কি?

উত্তৰ: নাৰকোণ্ডম আৰু বেৰেন।

প্ৰশ্ন: আন্দামান দ্বীপপুঞ্জৰ নিকটতম বিদেশী ৰাষ্ট্ৰখনৰ নাম কি ?

উত্তৰ: ম্যানমাৰ।

প্ৰশ্ন:কাঞ্চীপুৰম ঠাইডােখৰ কোনখন ৰাজ্যত অৱস্থিত?

উত্তৰ: তামিলনাডু।

প্ৰশ্ন: ভাৰতবৰ্ষৰ পশ্চিম উত্তৰপকূলত অৱস্থিত মাহে অঞ্চল কোন কেন্দ্রীয় শাসিত অঞ্চলৰ এটা অংশ ?

উত্তৰ: পুডুচেৰী।

প্ৰশ্ন: ভৌগােলিক ইতিহাসমতে ভাৰতবৰ্ষৰ প্রাচীনতম পর্বতমালাৰ নাম কি?

উত্তৰ: আৰাৱলী।

প্ৰশ্ন: শিৱমুদ্রম জলপ্রপাত ক'ত অৱস্থিত?

উত্তৰ: কাবেৰী নদীত।

প্ৰশ্ন: ভাৰতৰ দ্বিতীয় বৃহত্তম নদী অৱবাহিকা কোনখন নদীত আছে?

উত্তৰ: গোদাবৰী।

প্ৰশ্ন:ভাৰতৰ কোনখন ৰাজ্যত পুষ্কৰ হ্রদ অৱস্থিত?

উত্তৰ: ৰাজস্থান।

Buranjipedia ভাৰতৰ ভূগোল -ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023 

প্ৰশ্ন: কোনখন নদীয়ে এলাহাবাদ গংগা নদীৰ লগত মিলিত হৈছে?

উত্তৰ: যমুনা।

প্ৰশ্ন:মৌচুমী বতাহৰ দ্বাৰা অধিকভাৱে প্ৰভাৱিত ৰাজ্যখনৰ নাম কি?

উত্তৰ: তামিলনাডু।

প্ৰশ্ন: ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই সর্বাধিক প্রাকৃতিক ৰবৰ উত্তৰৎপাদন কৰে?

উত্তৰ: কেৰালা।

প্ৰশ্ন: ৰবি কৃষিকালত ভাৰতবৰ্ষত কোনটো খাদ্যশস্য গােটৰ উত্তৰৎপাদন কৰা হয়?

উত্তৰ: ঘেঁহু, বার্লি, বুট।

প্ৰশ্ন:কোনখন চহৰক ভাৰতৰ অক্সফ'ৰ্ড আৰু কেম্ব্রিজবুলি আখ্যা দিছে?

উত্তৰ: পুনে।

প্ৰশ্ন: ভাৰতৰ ক'ত একমাত্র সক্রিয় আগ্নেয়গিৰিটো অৱস্থিত?

উত্তৰ: বেৰেণ দ্বীপত (আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ)

প্ৰশ্ন: ভাৰতৰ বৃহত্তম মানৱসৃষ্ট হ্ৰদ কোনটো ?

উত্তৰ: গোবিন্দ সাগৰ হ্ৰদ (ভাক্ৰা নাংগল)

প্ৰশ্ন: ভাৰতবৰ্ষৰ দীর্ঘতম নলা (কেনেল) টোৰ নাম কি ?

উত্তৰ: ৰাজস্থান কেনেল বা ইন্দিৰা গান্ধী কেনেল।

প্ৰশ্ন:ভাৰতবৰ্ষৰ উত্তৰচ্চতম প্রৱেশদ্বাৰ কোনটো ?

উত্তৰ: বুলন্দ দৰৱাজা (আগ্ৰা) 

প্ৰশ্ন:ভাৰতবৰ্ষৰ সর্ববৃহৎ চিৰিয়াখানা কোনখন?

উত্তৰ: জু'লজিকেল গাৰ্ডেন (কলকাতা)

প্ৰশ্ন: উত্তৰত্তৰ-পূব ভাৰতৰ প্ৰৱেশদ্বাৰ’গুৱাহাটী কোনখন নদীৰ পাৰত অৱস্থিত?

উত্তৰ: ব্ৰহ্মপুত্ৰ।

প্ৰশ্ন:ভাৰতৰ কোনখন ৰাজ্য খনিজ পদার্থত আটাইতকৈ চহকী ?

উত্তৰ: ঝাৰখণ্ড।

প্ৰশ্ন:ভাৰতৰ উত্তৰচ্চতম দূৰদৰ্শন স্তম্ভ কোনটো ?

উত্তৰ: নতুন দিল্লীস্থ প্ৰিতমপুৰ দূৰদৰ্শন স্তম্ভ (২৩৫ মিটাৰ ওখ)

প্ৰশ্ন:ভাৰতৰ ক্ষুদ্রতম ৰাজ্য ৰাজ্য গোৱাৰ মাটিকালি কিমান ?

উত্তৰ:৩৭০২ বৰ্গ কিঃমিঃ

প্ৰশ্ন:বিশ্বৰ উত্তৰচ্চতম ৰণক্ষেত্ৰখন ভাৰতৰ ক'ত অৱস্থিত ?

উত্তৰ: চিয়াছেন গ্লেচিয়েৰ।

প্ৰশ্ন: বিশ্বৰ উত্তৰচ্চতম বান্ধটো হিমাচল প্রদেশত অৱস্থিত। ইয়াৰ নামটো কি ?

উত্তৰ: ভাক্ৰা নাংগল বান্ধ (৭৪১ ফুট)

প্ৰশ্ন:ভাৰতৰ বৃহত্তম উত্তৰদ্যোগ কোনটো ?

উত্তৰ: বয়ন উত্তৰদ্যোগ।

প্ৰশ্ন:এখনতকৈ অধিক ৰাজধানী থকা ভাৰতৰ ৰাজ্য কোনখন?

উত্তৰ: জম্মু আৰু কাশ্মীৰ।

Buranjipedia ভাৰতৰ ভূগোল -ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023 

প্ৰশ্ন:ভাৰতৰ সর্ববৃহৎ মৰুভূমি কোন ঠাইত অৱস্থিত?

উত্তৰ: ৰাজস্থান।

প্ৰশ্ন:ভাৰতৰ দীর্ঘতম ৰে'লৱে প্লেটফর্মটোৰ নাম কি?

উত্তৰ: খড়গপুৰ।

প্ৰশ্ন: কিমানটা দ্বীপ লগ লাগি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ গঠিত?

উত্তৰ: ৫০০ টা।

প্ৰশ্ন:চণ্ডীগড় চহৰখনৰ আৰ্হি কোনে তৈয়াৰ কৰিছিল ?

উত্তৰ: লে কোৰবাছিয়াৰ।

প্ৰশ্ন:জনসংখ্যাৰ দিশৰ পৰা ভাৰতৰ ক্ষুদ্রতম ৰাজ্যখনৰ নাম কি ?

উত্তৰ: ছিকিম।

Buranjipedia ভাৰতৰ ভূগোল -ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023 

 Tags-
ভাৰতৰ ভূগোল class 9
দক্ষিণ ভাৰতৰ দুখন নদীৰ নাম লিখা
ভাৰতবৰ্ষৰ ভূগোল class 10
ভাৰতবৰ্ষৰ ভূগোল question answer
ভাৰতৰ ভূগোল mcq
অসমৰ ভূগোল class 9
উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ চাৰিটা মূল পার্থক্য লিখা।
ভাৰতত মৌচুমী বতাহৰ প্ৰভাৱ সম্পৰ্কে এটা টোকা লিখা।
অসমৰ ভূগোল mcq
ভাৰতৰ ভূগোল gk
ভাৰতৰ কুইজ
অসমৰ ভূগোল প্ৰশ্ন উত্তৰ
ভাৰতবৰ্ষৰ ভূগোল class 10
অসম ভূগোল
ভাৰতত মৌচুমী বতাহৰ প্ৰভাৱ সম্পৰ্কে এটা টোকা লিখা
ভাৰতৰ মাটি কালি কিমান

Previous Post Next Post