Buranjipedia-ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ ...

 ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান-2023

assam-gk-in-assamese-language

Buranjipedia-ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023

    নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া(Buranjipedia)” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। ASSAM GK IN ASSAMESE LANGUAGE বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ ASSAM GK IN ASSAMESE LANGUAGE সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে।

Buranjipedia-ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023

Buranjipedia-ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023

 (১) উমানন্দ নদীদ্বীপৰ মাটিকালি কিমান ? 

উত্তৰ: ১৩ বিঘা ৩ কঠা

 (২) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈকুণ্ঠ প্ৰয়ান কেতিয়া হৈছিল ? 

উত্তৰ:১৫৬৮ চনত 

 (৩) দেৱী কামাখ্যাৰ প্রিয় শিষ্যজনৰ নাম কি আছিল ? 

উত্তৰ:কেন্দুকলাই 

(৪) কছাৰী ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন ? 

উত্তৰ: বিচাৰপতিফা 

 (৫) আঠখেলীয়া নামঘৰত অসমীয়া কেলেণ্ডাৰৰ কোনটো মাহত প্ৰতি বছৰে চৈধ্য প্ৰসংগৰ আৰ্হিৰে পালনাম মহোৎসৱৰ আয়োজন কৰা হয় ? 

উত্তৰ:ভাদ মাহত 

 (৬) ISRO ৱে চন্দ্ৰয়ান - 1 কেতিয়া নিক্ষেপ/ প্ৰেৰণ কৰিছিল ? 

উত্তৰ: ২২ অক্টোবৰ ২০০৮ চনত 

 (৭) চন্দ্ৰশেখৰ মন্দিৰটো কিমান চনত নিৰ্মাণ কৰা হৈছিল ? 

উত্তৰ: ১৮২০ খ্ৰীঃষ্টাব্দত

 (৮) শৰাইঘাটৰ ৰণ কেতিয়া হৈছিল ? 

উত্তৰ: ১৬৭১ মাৰ্চ 

 (৯) জনাৰ্দন দেৱালয় কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল ?

উত্তৰ:প্ৰমত্ত সিংহ

 (১০) শিল কেই প্ৰকাৰৰ ? 

উত্তৰ: ৩ প্ৰকাৰৰ 

 (১১) আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা চুকাফাৰ নগা ৰাজ্যৰ সীমাত প্ৰৱেশ কিমান খ্ৰীঃষ্টাব্দত হৈছিল ? 

উত্তৰ: ১২২৮ খ্ৰীঃষ্টাব্দত

Buranjipedia-ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023

 (১২) তুৰ্বকৰ দ্বিতীয় অসম আক্ৰমণ (মূলা গাভৰুৰ মৃত্যু) কিমান চনত হৈছিল ? 

উত্তৰ:১৫৩২ খ্ৰী‌ঃষ্টাব্দত 

 (১৩) গ্ৰীক ভাষাত এপিফেনিৰ অৰ্থ কি ? 

উত্তৰ: প্ৰকাশ 

 (১৪) জয় সাগৰ পুখুৰীৰ খনন কেতিয়া হৈছিল ? 

উত্তৰ: ১৬৯৭ 

 (১৫) অশ্বক্রান্ত মন্দিৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল ? 

উত্তৰ: শিৱ সিংহ 

 (১৬) অশ্বক্রান্ত মন্দিৰ ক'ত অৱস্থিত ? 

উত্তৰ: উত্তৰ গুৱাহাটী 

 (১৭) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল ? 

উত্তৰ: ১৪৪৯ চনত 

 (১৯) চান্দৰ ডিঙা পাহাৰ সমুদ্ৰপৃষ্ঠৰ পৰা কিমান মিটাৰ উচ্চতাত অৱস্থিত ? 

উত্তৰ: ২৪৫ K.M

 (২০) হৰ-গৌৰী মন্দিৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল ? 

উত্তৰ:কমলেশ্বৰ সিংহ

 (২১) স্বৰ্গদেউ ৰুদ্ৰ সিংহই কিমান চনত তেওঁৰ মাতৃ জয়মতীৰ স্মৃতিত জয়দৌল নিৰ্মাণ কৰিছিল ?

উত্তৰ: ১৬৯৮ খ্ৰী‌ঃষ্টাব্দত

Buranjipedia-ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023

 (২২) আহোম যুগৰ প্ৰসিদ্ধ আলিবাট ধোদৰ আলিৰ নিৰ্মাণ কেতিয়া হৈছিল ? 

উত্তৰ: ১৬৮৭ খ্ৰী‌ঃষ্টাব্দত 

 (২৩) বদন চন্দ্ৰক কেতিয়া হত্যা কৰা হৈছিল ? 

উত্তৰ:১৮১৮ খ্ৰী‌ঃষ্টাব্দত

 (২৪) তেজপুৰত ঊষা-অনিৰুদ্ধ উদ্যান কোনে স্থাপন কৰিছিল ? 

উত্তৰ: পদ্মনাথ গোহাঞি বৰুৱা 

 (২৫) অসমত ডাক টিকটত স্থান পোৱা প্ৰথম ব্যক্তি কোন ?

উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা 

 (২৬) গুৱাহাটী ৱাৰ চিমেট্ৰীক কি বুলি কোৱা হয় ? 

উত্তৰ:সমাধিক্ষেত্ৰ 

 (২৭) সংবিধান প্ৰস্তুত কৰিবলৈ কিমান সময় লাগিছিল ? 

উত্তৰ: ২ বছৰ ১১ মাহ ১৮ দিন 

 (২৮) বাৰভূঞাৰ বিচৰালয়ক কি বুলি জনা যায় ? 

উত্তৰ:কাৰখানা 

 (২৯) হুছেইন শ্বাহৰ কামৰূপ আক্ৰমণ কেতিয়া হৈছিল ?

উত্তৰ:১৪৯৮ খ্ৰী‌ঃষ্টাব্দত

Buranjipedia-ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023

 (৩০) আজান পীৰৰ দৰগাহ কোনখন জিলাত অৱস্থিত ? 

উত্তৰ: শিৱসাগৰ জিলাত 

 (৩১) লভলিনা বৰগোহাঁই TOKIO OLYMPICS ত কোনটো শাখাত BRONZE MODEL পাইছিল ? 

উত্তৰ:WELTERWEIGHT

 (৩২) কোনখন মহাদেশত ৰকি (ROCKY) পৰ্বতমালা অৱস্থিত ? 

উত্তৰ:উত্তৰ আমেৰিকা

 (৩৩) ভাৰতীয় সংবিধান খনত অধ্যায় কেইটা আছে ?

উত্তৰ:২২ টা 

 (৩৪) কাৰেংঘৰ কোনজন আহোম স্বৰ্গদেউৱে নিৰ্মাণ কৰিছিল ? 

উত্তৰ:ৰাজেশ্বৰ শিংহ 

 (৩৫) ৰামকৃষ্ণ মিছন আৰম্ভ কেতিয়া হৈছিল ?

উত্তৰ: ১৮৯৭ খ্ৰী‌ঃষ্টাব্দত

 (৩৬) অসমত চুকাফাৰ ৰাজ্য স্থাপন কেতিয়া হৈছিল ? 

উত্তৰ:১২২৯ খ্ৰী‌ঃষ্টাব্দত

 (৩৭) আহোম সকলে নগাক দান কৰা মাটি কি বুলি জনা যায় ? 

উত্তৰ: নগা খাত

 (৩৮) উমানন্দ নদীদ্বীপক আৰু কি বুলি জনা যায় ? 

উত্তৰ: ভস্মাচল 

 (৩৯) পলাচী যুধ‍্য কাৰ দিনত হৈছিল ? 

উত্তৰ: SIRAJUDDOULYAH

Buranjipedia-ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023

 (৪০) শিৱ সিংহৰ উদ্যোগত দীর্ঘেশ্বৰী দেৱালয়ৰ পুনৰ নিৰ্মাণ কেতিয়া হৈছিল ? 

উত্তৰ: ১৭৩৭ খ্ৰী‌ঃষ্টাব্দত

 (৪১) স্বত্ব বিলোপ নীতি কিমান চনত প্ৰণয়ন হৈছিল ? 

উত্তৰ: ১৮৩৪ খ্ৰী‌ঃষ্টাব্দত 

 (৪২) আৰ্য সমাজ স্থাপন কেতিয়া হৈছিল ?

উত্তৰ: ১৮৭৫ খ্ৰী‌ঃষ্টাব্দত

 (৪৩) ভাৰত পৰিষদ আইন কেতিয়া হৈছিল ? 

উত্তৰ: ১৮৬১ খ্ৰী‌ঃষ্টাব্দত

 (৪৪) ৰাষ্ট্ৰীয় সেউজ ন‍্যায়াধীকৰণ আইন প্ৰণয়ন কেতিয়া হৈছিল ?

উত্তৰ: ২০১০ চনত

Buranjipedia-ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023

 Tags-
Assam gk in assamese language pdf
Assam gk in assamese language with answers
Assam gk in assamese language questions and answers
Assam gk in assamese language pdf download
অসমীয়া gk pdf
সাধাৰণ জ্ঞান চতুৰ্থ শ্ৰেণীৰ
সাধাৰণ জ্ঞান ২০২২
বিজ্ঞানৰ সাধাৰণ জ্ঞান
Assam gk in assamese language pdf download in english
Assam gk in assamese language pdf download free
Assam gk in assamese language pdf download 2020
assam history gk in assamese language pdf
assam history gk pdf assamese
assam gk book
assamese gk
indian gk in assamese language

Previous Post Next Post