Buranjipedia-ভাৰতৰ আটাইতকৈ বৃহত্তম,উচ্চতম, দীঘল-ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023

 ASSAM GK IN
ASSAMESE LANGUAGE –
অসমৰ
সাধাৰণ জ্ঞান-
2023



assam-gk-in-assamese-language



Buranjipedia-ভাৰতৰ আটাইতকৈ
বৃহত্তম
,উচ্চতম, দীঘল-ASSAM GK IN ASSAMESE
LANGUAGE –
অসমৰ
সাধাৰণ জ্ঞান
 বুৰঞ্জীপেডিয়া-2023



    নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ
“অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া(
Buranjipedia)” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ
পৰা সামান্য হ’লেও উপকৃত হ’ব।
ASSAM GK IN ASSAMESE LANGUAGE বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police

লিখিত পৰীক্ষা
, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো
প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই
অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ
ASSAM GK IN
ASSAMESE LANGUAGE
সঁচাকৈয়ে
ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক
, যাতে অইন লোকসকলেও এই তথ্য
ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে।

Buranjipedia-ভাৰতৰ আটাইতকৈ বৃহত্তম,উচ্চতম, দীঘল-ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023

Buranjipedia-ভাৰতৰ আটাইতকৈ বৃহত্তম,উচ্চতম, দীঘল-ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023





প্ৰশ্ন:
ভাৰতৰ বৃহত্তম ব দ্বীপ কি
?



উত্তৰ:-
সুন্দৰবন



প্ৰশ্ন:
ভাৰতৰ বৃহত্তম নদী দ্বীপ কি
?



উত্তৰ:-
মাজুলী



প্ৰশ্ন:জনসংখ্যাৰ
ফালৰ পৰা ভাৰতৰ বৃহত্তম মহানগৰখনৰ নাম কি
?



উত্তৰ:-
মুম্বাই



প্ৰশ্ন:ভাৰতৰ
বৃহত্তম মৰুভূমি কি
?



উত্তৰ:-
থৰ



প্ৰশ্ন:
মাটিকালিৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য কি
?



উত্তৰ:-
ৰাজস্থান



প্ৰশ্ন:
জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য কি
?



উত্তৰ:-
উত্তৰ প্ৰদেশ



প্ৰশ্ন:ভাৰতৰ
বৃহত্তম মছজিদ কি
?



উত্তৰ:-
দিল্লীৰ জামা মছজিদ



Buranjipedia-ভাৰতৰ আটাইতকৈ বৃহত্তম,উচ্চতম, দীঘল-ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023



প্ৰশ্ন:
ভাৰতৰ বৃহত্তম মহাসাগৰ কি
?



উত্তৰ:-
ভাৰত মহাসাগৰ



প্ৰশ্ন:
ভাৰতৰ বৃহত্তম গ্ৰন্থাগাৰ কি
?



উত্তৰ:-
নেচনেল লাইব্ৰেৰী
, কলকাতা



প্ৰশ্ন:
ভাৰতৰ বৃহত্তম নদী কি
?



উত্তৰ:-
গংগা



প্ৰশ্ন:
ভাৰতৰ বৃহত্তম যাদুঘৰ কি
?



উত্তৰ:-
ভাৰতীয় যাদুঘৰ
,কলকাতা



প্ৰশ্ন:
ভাৰতৰ উচ্চতম মিনাৰ কি
?



উত্তৰ:-
কুতুব মিনাৰ
, দিল্লী



প্ৰশ্ন:
ভাৰতৰ উচ্চতম বান্ধ কি
?



উত্তৰ:-
ভাক্ৰা নাঙ্গল



প্ৰশ্ন:
সকলোতকৈ ডাঙৰ হ্ৰদ কি
?



উত্তৰ:-
চিল্কা হ্ৰদ
, ওড়িশা



প্ৰশ্ন:
ভাৰতৰ বৃহত্তম গুহা কি
?



উত্তৰ:-
ইলোৰা



Buranjipedia-ভাৰতৰ আটাইতকৈ বৃহত্তম,উচ্চতম, দীঘল-ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023



 Tags-
ভাৰতৰ আটাইতকৈ দীঘল দলং
ভাৰতৰ আটাইতকৈ দীঘল নদী
পৃথিৱীৰ আটাইতকৈ দীঘল নদী
ভাৰতৰ বহল নদী
বিশ্বৰ আটাইতকৈ দীঘল দলং
ভাৰতৰ দীৰ্ঘতম নদী
অসমৰ আটাইতকৈ দীঘল নদী
পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত কি

Previous Post Next Post