Buranjipedia-অসমৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ চনসমূহ-ASSAM GK ...

ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান-2023

assam-gk-in-assamese-language

Buranjipedia- অসমৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ চনসমূহ-ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023

    নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া(Buranjipedia)” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। ASSAM GK IN ASSAMESE LANGUAGE বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ ASSAM GK IN ASSAMESE LANGUAGE সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে।

Buranjipedia- অসমৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ চনসমূহ-ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023

Buranjipedia- অসমৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ চনসমূহ-ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023

1.✅ ১৬৭১ শৰাইঘাট যুদ্ধ !

২.✅ ১৬৮২ ইটাখুলি ৰণ !

৩.✅১৯৪৮ গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা !

৪.✅১৮২৩ অসমত চাহ আবিষ্কাৰ !

৫.✅১৯২০ অসহযোগ আন্দোলন !

৬.✅১৯৬১ অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি !

৭.✅১৮৮২ অসমত ৰেলসেৱা প্ৰৱতন কৰা হয় !

৮.✅১৯১২ টাইটানিক জাহাজ ডুব গৈছিল !

৯.✅১৯৭০ গুৱাহাটী ত চাহ উদ্যোগ প্ৰতিষ্ঠা 

১০.✅২০০৩ B.T.C গঠন !

১১.✅২০১৫ নিটি আয়োগ গঠন !

১২.✅১৯৫২ বড়ো সাহিত্য সভা গঠন !

১৩.✅১৯৭৩ অসমৰ ৰাজধানী দিচপুৰত স্থাপন !

১৪.✅১৯৩৪ অ মোৰ আপোনাৰ দেশক ৰাজ্যিক গীত হিচাপে স্বীকৃতি !

১৫.✅১৯৮২ NABARD প্ৰতিষ্ঠা !

১৬.✅ ১৯৫৪ নিৰ্বাচিত আয়োগ গঠন !

১৭.✅১৯৪৮ গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা !

১৮.✅ ১৯৬৪ IDBI বেংক প্ৰতিষ্ঠা !

১৯.✅১৯৭১ অসমত কাগজ কল স্থাপন !

২০.✅ ১৫২৬ পানিপথৰ প্ৰথম যুদ্ধ !

Buranjipedia- অসমৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ চনসমূহ-ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023

২১.✅১৫৫৬ পানীপথৰ দ্বিতীয় যুদ্ধ !

২২.✅১৭৬১ পানীপথৰ ৩য় যুদ্ধ !

২৩.✅ ১৯১৭ অসম সাহিত্য সভা গঠন !

২৪.✅ ১৯৪২ ভাৰত ত্যাগ আন্দোলন৷ 

২৯.✅ ১৯৩৫ জয়মতী ছবি মুক্তি লাভ !

৩০.✅১৯১৩ ৰবীন্দ্ৰনাথৰ ঠাকুৰক নবেল বঁটা প্ৰদান কৰা হয় !

৩১.✅১৭৫৭ প্লাচিৰ যুদ্ধ !

৩২.✅১৮৮৯ জোনাকী আলোচনী প্ৰকাশ !

৩৩.✅১৮৮৮ অসমীয়া ভাষা উন্নতি সাধনী সভা গঠন !

৩৪.✅১৬৬২ মিৰজুমলাৰ অসম আক্ৰমণ !

৩৫.✅ ১৮৩৭ অসমত বাংলা ভাষাৰ প্ৰচলন !

৩৬.✅ ১৮৭৩ বাংলা ভাষাৰ ঠাইত অসমীয়া ভাষা পুনৰ প্ৰচলন !

৩৭.✅১৯৪৮ অসম কৃষি বিশ্ববিদ্যালয় গঠন !

৩৮.✅১৯০৫ অসম এছচিয়েচনৰ প্ৰথম অধিবেশন !

৩৯.✅১৯৬৮ শিলচৰ মেডিকেল কলেজ স্থাপন !

৪০.✅১৮৮৪ যোৰহাট সাৰ্বজনিক সভা গঠন !

Buranjipedia- অসমৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ চনসমূহ-ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান বুৰঞ্জীপেডিয়া-2023

Tags-
অসমৰ ইতিহাস ১৮২৬-১৯৪৭
অসমৰ ইতিহাস pdf
প্ৰাচীন অসমৰ ইতিহাস
ভাৰতৰ ইতিহাস কুইজ
অসমৰ ইতিহাস pdf download
অসমৰ ইতিহাস class 6
অসমৰ ইতিহাস কুইজ
অসমৰ ইতিহাস প্ৰশ্ন
অসমৰ ৰাজধানী শ্বিলঙত কেতিয়া পাতে
শ্বিলঙত অসমৰ ৰাজধানী কেতিয়া স্থাপন হৈছিল
বৰ অসম
অসমৰ বুৰঞ্জী প্ৰসিদ্ধ ঠাইৰ নাম
অসমৰ ইতিহাস pdf
অসম বুৰঞ্জী pdf
অসমৰ সংস্কৃতি

Previous Post Next Post