অসমীয়া ভাষা আৰু সাহিত্য সাধাৰণ জ্ঞান | Assamese language and literature

অসমীয়া ভাষা আৰু সাহিত্য সাধাৰণ জ্ঞান | Assamese language and literature

assamese-language-and-literature-gk

অসমীয়া ভাষা আৰু সাহিত্য সাধাৰণ জ্ঞান | Assamese language and literature GK – Today We Discuss Assamese language and literature Any Government competitive exam, we try to give you most Important MCQ type Question and Answer,

অসমীয়া ভাষা আৰু সাহিত্য সাধাৰণ জ্ঞান

অসমীয়া ভাষা আৰু সাহিত্য সাধাৰণ জ্ঞান | Assamese language and literature GK we cover under the All Competitive exam Assamese language and literature GK as follows, Assam Govt Recruitment Grade II, Grade III & Grade IV Any of the Post, APSC, Assam Police, Post Office Exam, PNRD Exam, any Medical Exam, Forest Guard Exam, APDCL Exam, Agriculture Exam, and other state exams.

অসমীয়া ভাষা আৰু সাহিত্য সাধাৰণ জ্ঞান


১) প্ৰশ্ন : ৰৃপকোঁৱৰ কোন?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা।

২) প্ৰশ্ন : কোন তাৰিখে ‘শিল্পী দিৱস’ পালন কৰা হয়?

উত্তৰ : ১৭ জানুৱাৰি।

৩) প্ৰশ্ন : কোন শ্ৰেণীত পঢ়ি থাকোঁতে জ্যোতিপ্ৰসাদ আগৰৱালাই ‘শোণিত কুৱৰী’ নাটখন ৰচনা কৰিছিল?

উত্তৰ : নৱম।

৪) প্ৰশ্ন : বা – বিচনী মানে কি?

উত্তৰ : কান্ধৰ পিছফাল।

৫) প্ৰশ্ন : ‘পঞ্চতন্ত্ৰৰ সাধু’ কোনে ৰচনা কৰিছিল?

উত্তৰ : বিষ্ণু শৰ্মা।

৬) প্ৰশ্ন : মহেন্দ্ৰ কন্দলি কাৰ শিক্ষাগুৰু আছিল?

উত্তৰ : শংকৰদেৱৰ।

৭) প্ৰশ্ন : সত্যসন্ধ্যা কাৰ পত্নী আছিল?

উত্তৰ : কুসুম্বৰ ভূঞা।

৮) প্ৰশ্ন : সাহিত্য অকাডেমি বঁটা পোৱা প্ৰথমজন অসমীয়া সাহিত্যিক কোন?

উত্তৰ : যতীন্দ্ৰনাথ দুৱৰা।

৯) প্ৰশ্ন : ‘সুগন্ধি পখিলা’ৰ কবি আখ্যা দিয়া হয় কোনজন সাহিত্যিকক?

উত্তৰ : হীৰেন ভট্টাচাৰ্য্য।

অসমীয়া ভাষা আৰু সাহিত্য সাধাৰণ জ্ঞান

১০) প্ৰশ্ন : শংকৰদেৱে ৰচনা কৰা গীতবোৰক কি বোলে?

উত্তৰ : বৰগীত।

১১) প্ৰশ্ন : ফেঁচাই কি কৰে?

উত্তৰ : কুৰুলিয়াই।

১২) প্ৰশ্ন : ‘অ’ কুলি, অ’ কুলি’ বুলি কুলি চৰাইক লৈ ৰচনা কৰা বিখ্যাত কবিতাটো কোনে ৰচিছিল?

উত্তৰ : মিত্ৰদেৱ মহন্ত।

১৩) প্ৰশ্ন : ২০১২ চনৰ সাহিত্য অকাডেমিৰ বাল সাহিত্য পুৰস্কাৰ কোনে লাভ কৰিছিল?

উত্তৰ : শান্তনু তামুলী।

১৪) প্ৰশ্ন : বৰ্তমান কোনখন শিশু আলোচনী প্ৰকাশ হৈ আছে?

উত্তৰ : মৌচাক।

১৫) প্ৰশ্ন: ‘লোহিত্য’ শব্দই কোনখন নদীক বুজাইছে?

উত্তৰ : ব্ৰ্হ্মপুত্ৰ।

১৬) প্ৰশ্ন : হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱাই লগ হৈ কোনখন আলোচনী প্ৰকাশ কৰিছিল?

উত্তৰ : জোনাকী।

১৭) প্ৰশ্ন : বৰগীত সমূহ কি ভাষাত ৰচনা কৰা হৈছে?

উত্তৰ : ব্ৰজাৱলী।

১৮) প্ৰশ্ন : লিটিকাই, নোমল, পাচনী আৰু চিকৰপতি – নিকৰপতি কি?

উত্তৰ : নাট।

১৯) প্ৰশ্ন : কোনজন অসমীয়া সাহিত্যিক ‘শিলভদ্ৰ’ নামেৰে খ্যাত?

উত্তৰ : ৰেৱতীমোহন দত্তচৌধুৰী।

২০) প্ৰশ্ন : প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি?

উত্তৰ : দৈনিক বাতৰি।

অসমীয়া ভাষা আৰু সাহিত্য সাধাৰণ জ্ঞান

২১) প্ৰশ্ন : কোনজন অসমীয়া সাহিত্যিকৰ ছদ্মনাম ‘ভানুনন্দন’?

উত্তৰ : ড° সূৰ্য্য কুমাৰ ভূঞা।

২২) প্ৰশ্ন : ‘সাৰথি’ অসমীয়া সাহিত্যৰ এখন অমূল্য গ্ৰন্থ। ইয়াৰ লেখক কোন?

উত্তৰ : সত্যনাথ বৰা।

২৩) প্ৰশ্ন : ‘কৃষ্ণ’ শব্দত থকা ‘ষ্ণ’ যক্তাক্ষৰটোত কোনদুটা আখৰ যোগ হৈ আছে?

উত্তৰ : ষ + ণ।

২৪) প্ৰশ্ন : ‘সাৰিন্দা’ কি?

উত্তৰ : বাদ্য।

২৫) প্ৰশ্ন : ‘সহস্ৰ’ মানে কি?

উত্তৰ : হাজাৰ।

২৬) প্ৰশ্ন : এখন গাৱত ---- বুঢ়া-বুঢ়ী আছিল?

উত্তৰ : এহাল।

২৭) প্ৰশ্ন : স্কুল ছুটীৰ _________ অকণ ঘৰলৈ উভতিল।

উত্তৰ : পাছত।

২৮) প্ৰশ্ন : ‘আমৈ’ শব্দৰ বিপৰীত লিংগৰ শব্দটো কি?

উত্তৰ : তাৱৈ।

২৯) প্ৰশ্ন : ‘ল্য’ যুক্তাক্ষৰটোত কি কি আখৰ যুক্ত হৈ আছে?

উত্তৰ : ল + য।

৩০) প্ৰশ্ন : বাঘে কেনেকৈ মাতে।

উত্তৰ : হোঁকৰে।

অসমীয়া ভাষা আৰু সাহিত্য সাধাৰণ জ্ঞান

৩১) প্ৰশ্ন : কোনটো আখৰেৰে আৰম্ভ হোৱা অসমীয়া শব্দ নাই?

উত্তৰ : ঙ

৩২) প্ৰশ্ন : ‘অমাতৰ মাত’ মানে কি

উত্তৰ : কেঁচুৱাৰ মাত।

৩৩) প্ৰশ্ন : ‘নিগাজী’ মানে কি?

উত্তৰ : স্থায়ী।

৩৪) প্ৰশ্ন : ‘লণন’ শব্দটোত থকা ‘ণ্ড’ যুক্তাক্ষৰটোত কি কি আখৰ যুক্ত হৈ আছে?

উত্তৰ : ণ + ড।

৩৫) প্ৰশ্ন : ‘অসম এখন ৰাজ্যৰ নাম’। বাক্যটোত বিশেষ্য পদ কোনটো?

উত্তৰ : অসম।

৩৬) প্ৰশ্ন : ‘ৰমণী’ শব্দৰ একে অৰ্থৰ আনটো নাম কি?

উত্তৰ : সুন্দৰী।

৩৭) প্ৰশ্ন : ‘মাহাত্ম্য’ শব্দটোৰ ‘ত্ম্য’ যুক্তাক্ষৰটোত কি কি আখৰ যোগ হৈ আছে?

উত্তৰ : ত+ম+য।

৩৮) প্ৰশ্ন : ‘জোকৰ মুখত চূণ দিয়া’ মানে কি?

উত্তৰ : উচিত প্ৰত্যুত্তৰ দিয়া।

৩৯) প্ৰশ্ন : ‘বগা বগা চাহাবৰ ৰঙা ৰঙা টুপী; এক ঘোঁচা মাৰিলে উঠে জ্বলি পকি’লি ।এনে কথাক কি বুলি কোৱা হয়।

উত্তৰ : সাঁথৰ।

৪০) প্ৰশ্ন : ওজাপালিৰ মুখ্য পালিজনক কি বোলে?

উত্তৰ : ডাইনা-পালি।

৪১) প্ৰশ্ন : অসমীয়া সাহিত্যৰ কোন গৰাকী কবি ‘ধ্বনি কবি’ ৰুপে খ্যাত?

উত্তৰ : বিনন্দ চন্দ্ৰ বৰুৱা।

৪২) প্ৰশ্ন : ‘মোৰ জীৱন সোৱৰণ’ কোনজন ব্যক্তিৰ আত্মজীৱনী?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা।

৪৩) প্ৰশ্ন : ‘তেজৰে কমলাপতি’ বৰগীতটিত নিন্দ শব্দটোৱে কি অৰ্থ কৰিছে?

উত্তৰ : টোপনি।

৪৪) প্ৰশ্ন : সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ আৰু পৰশমণি কি?

উত্তৰ : কবিতা।

অসমীয়া ভাষা আৰু সাহিত্য সাধাৰণ জ্ঞান

৪৫) প্ৰশ্ন : ‘গোলাপ’ শব্দটো অসমীয়া ভাষালৈ কোন ভাষাৰ পৰা অহা?

উত্তৰ : ফাৰ্চি।

৪৬) প্ৰশ্ন : লক্ষ্মীনাথ বেজবৰুৱাই কি ছদ্মনামেৰে হাস্যৰসাত্মক ৰচনাবোৰ লিখিছিল?

উত্তৰ : কৃপাবৰ বৰবৰুৱা।

৪৭) প্ৰশ্ন : প্ৰতিনিয়ত শব্দৰ অৰ্থ কি?

উত্তৰ : সদায়।

৪৮) প্ৰশ্ন : “ৰেখাৰ চুলিকোছা কিছকিছিয়া ক’লা”। এই বাক্যটোত বিশেষণীয় বিশেষণ পদ কোনটো?

উত্তৰ : কিছকিছিয়া।

৪৯) প্ৰশ্ন : ‘অলপ ধতুৱা’ মানে কি?

উত্তৰ : ভয়াতুৰ।

৫০) প্ৰশ্ন : ‘মেকং নৈ দেখিলোঁ’ ভ্ৰমণ কাহিনীখনৰ লেখক কোন?

উত্তৰ : হেম বৰুৱা।

৫১) প্ৰশ্ন : ‘প্ৰতিমাৰ খনিকৰ’ কোন?

উত্তৰ : চন্দ্ৰকুমাৰ আগৰৱালা।

৫২) প্ৰশ্ন : আনন্দ চন্দ্ৰ আগৰৱালা কি নামেৰে জনাজাত আছিল?

উত্তৰ : ভাঙনি কোঁৱৰ।

৫৩) প্ৰশ্ন : সমাসৰ অৰ্থ প্ৰকাশ কৰা বাক্য বা বাকাংশক কি বোলে?

উত্তৰ : ব্যাসবাক্য।

৫৪) প্ৰশ্ন : ‘অসমীয়া ভাষাৰ গঠন আৰু বিকাশ’ গ্ৰন্থখনৰ লেখক কোন?

উত্তৰ : ড° বাণীকান্ত কাকতি।

অসমীয়া ভাষা আৰু সাহিত্য সাধাৰণ জ্ঞান

Tags-
assam career grade iv
pwd assam career
assam govt job
assam govt job for female
assam govt job for female 2023
assam career ssc
private jobs in assam
assam career constable
assam career grade iv
assam career 2023
assam career constable
pwd assam career
assam career ssc
assam govt job
assam govt job for female
private jobs in assam
Career assam 360 result
Career assam 360 apply online
pwd assam career
assam govt job recruitment 2023
assam govt job for female
assam career constable
assam career ssc
private jobs in assam

Previous Post Next Post