4 June 2023 ভাৰত বুৰঞ্জী Indian History For APDCL, Forest ...

ভাৰত বুৰঞ্জী Indian History For APDCL, Forest, Assam Police, PNRD,DHS and other Exams 2023

ভাৰত বুৰঞ্জী Indian History For APDCL, Forest, Assam Police, PNRD,DHS and other Exams.

১) প্ৰশ্ন : ৰাজতৰঙ্গিনী গ্ৰন্থৰ ৰচক কোন?

উত্তৰ: কলহান।

২) প্ৰশ্ন : কালিদাস কোনজন ৰজাৰ ৰাজকবি আছিল?

উত্তৰ: দ্বিতীয় চন্দ্ৰ্গুপ্ত (বিক্ৰ্মাদিত্য)

৩) প্ৰশ্ন : মূলা গাভৰু কাৰ পত্নী আছিল?

উত্তৰ: ফ্ৰাচেনমুং বৰগোহাঁইৰ।

                                             ভাৰত বুৰঞ্জী Indian History
৪) প্ৰশ্ন : কোন চনত বংগ বিভাজন হৈছিল?

উত্তৰ: ১৯০৫ চনত।

৫) প্ৰশ্ন : ‘আইন – ই – আকবৰী’ গ্ৰন্থ কোনে ৰচনা কৰিছিল?

উত্তৰ: আবুল ফজল।

৬) প্ৰশ্ন : টিপু চুলতান ক’ৰ শাসনকৰ্তা আছিল?

উত্তৰ:  মহীশূৰ।

৭) প্ৰশ্ন : অজন্তাৰ চিত্ৰ-কলাসমূহ কোন কাব্য গ্ৰন্থৰ আধাৰত অংকিত?

উত্তৰ: জাতক।

৮) প্ৰশ্ন : পঞ্চম শিখ গুৰু টেগবাহাদুৰক কোনগৰাকী সম্ৰাটে প্ৰাণদণ্ড বিহিছিল?

উত্তৰ: জাহাংগীৰ।

ভাৰত বুৰঞ্জী Indian History For APDCL, Forest, Assam Police, PNRD,DHS and other Exams.

৯) প্ৰশ্ন : ‘স্বৰাজ মোৰ জন্মস্বত্ব’ ___ এই উক্তিটো কাৰ?

উত্তৰ: বাল গঙ্গাধৰ তিলক।

১০) প্ৰশ্ন : কোনগৰাকী পাৰস্য সম্ৰাটে ভাৰতৰ পৰা ময়ূৰ সিংহাসন লৈ যায়?

উত্তৰ: নাদিৰ শ্বাহ।

১১) প্ৰশ্ন : কোন খ্ৰীষ্টাব্দত বিশ্ব ঐতিহ্য তাজমহল নিৰ্মাণ আৰম্ভ হৈছিল?

উত্তৰ: ১৬৩২ চনত।

১২) প্ৰশ্ন : কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত বন্দে মাতৰম গীতটি প্ৰথম গাইছিল?

উত্তৰ: ১৮৯২ চনত।

১৩) প্ৰশ্ন : কোনজন মোগল শাসকে দিল্লীৰ পৰা আগ্ৰালৈ ৰাজধানী তুলি নিছিল?

উত্তৰ: ছিকন্দৰ লোডী।

১৪) প্ৰশ্ন : ‘জন গন মন’ ৰাষ্ট্ৰীয় সংগীতটো পোনতে গোৱা হৈছিল কলিকতাত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনত?অধিৱেশনখন কোন চনত অনুষ্ঠিত হৈছিল?

উত্তৰ: ১৯১০ চনত।

১৫) প্ৰশ্ন : লাচিত বৰফুকনৰ মৈদাম ক’ত আছে?

উত্তৰ: যোৰহাটত।

ভাৰত বুৰঞ্জী Indian History For APDCL, Forest, Assam Police, PNRD,DHS and other Exams.

১৬) প্ৰশ্ন : হিউৱেন চাং অসমলৈ কোন খ্ৰীষ্টাব্দত আহিছিল?

উত্তৰ: ৬৪৩ খ্ৰী:।

১৭) প্ৰশ্ন : কোন চনত লৰ্ড কৰ্ণৱালিছে মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ কেপ্টেইন ৱেলচক অসমলৈ পঠিয়াইছিল?

উত্তৰ: ১৭৯২ চনত।

১৮) প্ৰশ্ন : বীৰ চিলাৰায়ৰ কেনেকৈ মৃত্যু হৈছিল?

উত্তৰ: বসন্ত ৰোগত।

১৯) প্ৰশ্ন : কোনজন আহোম স্বৰ্গদেৱে ৰংঘৰ সজাইছিল?

উত্তৰ: প্ৰমত্ত সিংহ।

২০) প্ৰশ্ন : ‘দেশদ্ৰোহী’ আখ্যা পোৱা বদন বৰফুকনক কোনে হত্যা কৰিছিল?

উত্তৰ : ৰূপ সিং।

২১) প্ৰশ্ন : পানীপথৰ প্ৰথম যুদ্ধ কোন চনত হৈছিল?

উত্তৰ : ১৫২৬ চনত।

২২) প্ৰশ্ন : কোনজন গৱৰ্ণৰ জেনেৰেলৰ দিনত ভাৰতত ৰেলসেৱা প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰ : লৰ্ড ডেলহাউচি।

২৩) প্ৰশ্ন : ‘খাইবাৰ পাছ’ নামৰ গিৰিপথটো কোনখন দেশত অৱস্থিত?

উত্তৰ : আফগানিস্তান।

২৪) প্ৰশ্ন : সিন্ধু উপত্যকাৰ সভ্যতা কোন যুগৰ বুলি ঠাৱৰ কৰা হৈছে?

উত্তৰ : তাম্ৰ যুগ।

২৫) প্ৰশ্ন : মহম্মদ বিন টোগলকে কোনবিধ ধাতুৰে মুদ্ৰা তৈয়াৰ কৰিছিল?

উত্তৰ : তাম।

ভাৰত বুৰঞ্জী Indian History For APDCL, Forest, Assam Police, PNRD,DHS and other Exams.

২৬) প্ৰশ্ন : ‘কালিকা পুৰাণ’ৰ মতে কামৰূপৰ সীমা ক’ৰ পৰা ক’লৈকে আছে?

উত্তৰ : কৰতোৱাৰ পৰা দিক্কৰবাসিনীলৈ।

২৭) প্ৰশ্ন : আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত কোনজন বুৰঞ্জীবিদে ‘চকৰী ফেটি’ নামেৰে এখন বুৰঞ্জী লিখিছিল?

উত্তৰ : নুমলী বৰগোহাঁই।

২৮) প্ৰশ্ন : ১৮৯৩ চনত অনুষ্ঠিত চিকাগো বিশ্ব ধৰ্মীয় সন্মিলনত ভাৰতৰ পৰা কোনগৰাকী ব্যক্তিয়ে অংশ গ্ৰহণ কৰিছিল?

উত্তৰ : স্বামী বিবেকানন্দ।

২৯) প্ৰশ্ন : ১৯০৫ চনৰ বংগ বিভাজনৰ সৈতে কোনটো আন্দোলন জড়িত?

উত্তৰ : স্বদেশী আৰু বৰ্জন আন্দোলন।

৩০) প্ৰশ্ন : গজনীৰ চুলতান মামুদে কিমান বাৰ ভাৰত আক্ৰমণ কৰিছিল?

উত্তৰ : ১৭ বাৰ।

৩১) প্ৰশ্ন : দিল্লীৰ বিখ্যাত বিতোপন কুতুবমিনাৰ কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ : কুতুবুদ্দিন আইবাক।

৩২) প্ৰশ্ন : উৰ্দু শব্দটো তুৰ্কী ভাষাৰ পৰা অহা। ইয়াৰ অৰ্থ কি?

উত্তৰ : শিবিৰ।

৩৩) প্ৰশ্ন : কোনগৰাকী মুছলমান বাদশ্বাহে সকলো ধৰ্মৰ মানুহক সম্প্ৰীতিৰ ডোলেৰে বান্ধিবলৈ সকলো ধৰ্মৰ সাৰমৰ্ম সংগ্ৰহ কৰি ‘দিন-ইলাহি’ নামে এটি নতুন ধৰ্ম প্ৰৱৰ্তন কৰিছিল?

উত্তৰ : আকবৰ।

৩৪) প্ৰশ্ন : ‘হুমায়ুন নামা’ গ্ৰন্থখনৰ লেখক কোন?

উত্তৰ : গুলবদন বেগম।

ভাৰত বুৰঞ্জী Indian History For APDCL, Forest, Assam Police, PNRD,DHS and other Exams.

৩৫) প্ৰশ্ন : ভাস্কো-ডা-গামাই পোন প্ৰথমে ভাৰতৰ কোন ঠাইত পদাৰ্পণ কৰিছিল?

উত্তৰ : কালিকট।

৩৬) প্ৰশ্ন : কোনজন শিখ গুৰুৱে শিখসকলক একত্ৰিত কৰি পঞ্জাবত শিখ সাম্ৰাজ্য স্থাপন কৰে?

উত্তৰ : গুৰু গোবিন্দ।

৩৭) প্ৰশ্ন : কোন দুজন মোগল সম্ৰাটে আত্মজীৱনী ৰচনা কৰিছিল?

উত্তৰ : বাবৰ-জাহাঙ্গীৰ

৩৮) প্ৰশ্ন : ভাৰতত স্থানীয় স্বায়ত্ব শাসন ব্যবস্থাৰ প্ৰৱৰ্তক কোন?

উত্তৰ : লৰ্ড ৰিপন।

৩৯) প্ৰশ্ন : কণিষ্কৰ ৰাজসভাৰ ৰাজপণ্ডিতসকলৰ ভিতৰত চিকিৎসক কোন আছিল?

উত্তৰ : চৰক।

৪০) প্ৰশ্ন : কোনগৰাকী মোগল সম্ৰাটৰ সংগীত, ভাস্কৰ্য্য, চিত্ৰকলা আদিৰ প্ৰ্তি বিশেষ ৰাপ আছিল?

উত্তৰ : হুমায়ুন।

৪১) প্ৰশ্ন : কাক ‘ভাৰতৰ নেপোলিয়ন’ আখ্যা দিয়া হয়?

উত্তৰ : সমুদ্ৰগুপ্ত।

৪২) প্ৰশ্ন : ভাৰতৰ সম্ৰাট হোৱাৰ পূৰ্বে বাবৰ কোন ঠাইৰ সম্ৰাট আছিল?

উত্তৰ : কাবুল।

৪৩) প্ৰশ্ন : কোনগৰাকী মোগল সম্ৰাটে নিজৰ সাম্ৰাজ্যৰ ৰাজধানী দিল্লীৰপৰা দেৱনগৰলৈ স্থানান্তৰ কৰিছিল?

উত্তৰ : মহম্মদ বিন টোগলক।

ভাৰত বুৰঞ্জী Indian History For APDCL, Forest, Assam Police, PNRD,DHS and other Exams.

৪৪) প্ৰশ্ন : ভাৰতৰ স্বাধীনতা আন্দোলনত পোন প্ৰথমবাৰৰ বাবে কোনে ‘স্বৰাজ’ দবী কৰিছিল?

উত্তৰ : বাল গঙ্গাধৰ তিলক।

৪৫) প্ৰশ্ন : কৌটিল্যই ৰচনা কৰা ‘অৰ্থশাস্ত্ৰ’ৰ মূল বিষয়বস্ত্ত কি?

উত্তৰ : শাসন নীতি।

৪৬) প্ৰশ্ন : হৰ্ষবৰ্দ্ধনে ৰচনা কৰা গ্ৰন্থখন কি?

উত্তৰ : ৰঘূবংশ।

৪৭) প্ৰশ্ন : সিন্ধু সভ্যতাৰ কোনখন ঠাইত এটা বন্দৰ আছিল?

উত্তৰ : হৰপ্পা।

৪৮) প্ৰশ্ন : ভাৰতত কিমান বছৰ মোগল সাম্ৰাজ্যই ৰাজত্ব কৰিছিল?

উত্তৰ : ৩৩১ বছৰ।

৪৯) প্ৰশ্ন : সত্যাগ্ৰহ আন্দোলন প্ৰথমে কোনখন ঠাইত আৰম্ভ হৈছিল?

উত্তৰ : চম্পাৰণ।

৫০) প্ৰশ্ন : ‘দাণ্ডিযাত্ৰা’ কেতিয়া আৰম্ভ হৈছিল?

উত্তৰ : ১২ মাৰ্চ, ১৯৩০ চন।

৫১) প্ৰশ্ন : ‘মহাত্মা গান্ধী’ক ৰাষ্ট্ৰ্পিতা বুলি কোনে প্ৰথমে সম্বোধন কৰিছিল?

উত্তৰ : সুভাষ চন্দ্ৰ বসু।

৫২) প্ৰশ্ন : ‘তাজমহল’ৰ মুখ্য স্থাপত্যবিদজন কোন আছিল?

উত্তৰ : আহমদ লাহৌৰি।

৫৩) প্ৰশ্ন : ১৫৫৬ চনৰ দ্বিতীয় পানিপথ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল?

উত্তৰ : আকবৰ আৰু হিমুৰ মাজত।

ভাৰত বুৰঞ্জী Indian History For APDCL, Forest, Assam Police, PNRD,DHS and other Exams.

৫৪) প্ৰশ্ন : ভাৰতত কাৰ দিনত পোন প্ৰথমে লোকপিয়ল হৈছিল?

উত্তৰ : লৰ্ড ডুফেৰিন।

৫৫) প্ৰশ্ন : আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰাৰ সময়ত উত্তৰ ভাৰতত কোন বংশই ৰাজত্ব কৰিছিল?

উত্তৰ : নন্দ বংশ।

৫৬) প্ৰশ্ন : স্যামন্তক মণিক কহিনুৰ হীৰা বুলি কোনে প্ৰথমে কয়?

উত্তৰ : নাদিৰ শ্বাহ।

৫৭) প্ৰশ্ন : ‘চাণক্য’ৰ প্ৰকৃত নাম কি আছিল?

উত্তৰ : বিষ্ণু গুপ্ত।

৫৮) প্ৰশ্ন : ইণ্ডিয়া নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল?

উত্তৰ : ইন্দিৰা গান্ধী।

ভাৰত বুৰঞ্জী Indian History For APDCL, Forest, Assam Police, PNRD,DHS and other Exams.

Tags-
ভাৰতৰ ইতিহাস pdf
ভাৰত বুৰঞ্জী কিতাপ
আধুনিক ভাৰতৰ ইতিহাস
ভাৰত বুৰঞ্জী pdf download
ভাৰতৰ ইতিহাস Book
ভাৰত বুৰঞ্জী কুইজ
প্ৰাচীন ভাৰতৰ ইতিহাস pdf
ভাৰত বুৰঞ্জী mcq
ভাৰত বুৰঞ্জী mcq
ভাৰত বুৰঞ্জী pdf download
ভাৰতৰ ইতিহাস pdf
আধুনিক ভাৰত বুৰঞ্জী
ভাৰত বুৰঞ্জী কুইজ
প্ৰাচীন ভাৰতৰ ইতিহাস pdf
অসম বুৰঞ্জী pdf download
ভাৰতৰ ইতিহাস Book

Previous Post Next Post