ভাৰত বুৰঞ্জী Indian History For APDCL, Forest, Assam Police, PNRD,DHS and other Exams 2023
ভাৰত বুৰঞ্জী Indian History For APDCL, Forest, Assam Police, PNRD,DHS and other Exams.
১) প্ৰশ্ন : ৰাজতৰঙ্গিনী গ্ৰন্থৰ ৰচক কোন?
উত্তৰ: কলহান।
২) প্ৰশ্ন : কালিদাস কোনজন ৰজাৰ ৰাজকবি আছিল?
উত্তৰ: দ্বিতীয় চন্দ্ৰ্গুপ্ত (বিক্ৰ্মাদিত্য)
৩) প্ৰশ্ন : মূলা গাভৰু কাৰ পত্নী আছিল?
উত্তৰ: ফ্ৰাচেনমুং বৰগোহাঁইৰ।
উত্তৰ: ১৯০৫ চনত।
৫) প্ৰশ্ন : ‘আইন – ই – আকবৰী’ গ্ৰন্থ কোনে ৰচনা কৰিছিল?
উত্তৰ: আবুল ফজল।
৬) প্ৰশ্ন : টিপু চুলতান ক’ৰ শাসনকৰ্তা আছিল?
উত্তৰ: মহীশূৰ।
৭) প্ৰশ্ন : অজন্তাৰ চিত্ৰ-কলাসমূহ কোন কাব্য গ্ৰন্থৰ আধাৰত অংকিত?
উত্তৰ: জাতক।
৮) প্ৰশ্ন : পঞ্চম শিখ গুৰু টেগবাহাদুৰক কোনগৰাকী সম্ৰাটে প্ৰাণদণ্ড বিহিছিল?
উত্তৰ: জাহাংগীৰ।
ভাৰত বুৰঞ্জী Indian History For APDCL, Forest, Assam Police, PNRD,DHS and other Exams.
উত্তৰ: বাল গঙ্গাধৰ তিলক।
১০) প্ৰশ্ন : কোনগৰাকী পাৰস্য সম্ৰাটে ভাৰতৰ পৰা ময়ূৰ সিংহাসন লৈ যায়?
উত্তৰ: নাদিৰ শ্বাহ।
১১) প্ৰশ্ন : কোন খ্ৰীষ্টাব্দত বিশ্ব ঐতিহ্য তাজমহল নিৰ্মাণ আৰম্ভ হৈছিল?
উত্তৰ: ১৬৩২ চনত।
১২) প্ৰশ্ন : কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত বন্দে মাতৰম গীতটি প্ৰথম গাইছিল?
উত্তৰ: ১৮৯২ চনত।
১৩) প্ৰশ্ন : কোনজন মোগল শাসকে দিল্লীৰ পৰা আগ্ৰালৈ ৰাজধানী তুলি নিছিল?
উত্তৰ: ছিকন্দৰ লোডী।
১৪) প্ৰশ্ন : ‘জন গন মন’ ৰাষ্ট্ৰীয় সংগীতটো পোনতে গোৱা হৈছিল কলিকতাত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনত?অধিৱেশনখন কোন চনত অনুষ্ঠিত হৈছিল?
উত্তৰ: ১৯১০ চনত।
১৫) প্ৰশ্ন : লাচিত বৰফুকনৰ মৈদাম ক’ত আছে?
উত্তৰ: যোৰহাটত।
ভাৰত বুৰঞ্জী Indian History For APDCL, Forest, Assam Police, PNRD,DHS and other Exams.
১৬) প্ৰশ্ন : হিউৱেন চাং অসমলৈ কোন খ্ৰীষ্টাব্দত আহিছিল?
উত্তৰ: ৬৪৩ খ্ৰী:।
১৭) প্ৰশ্ন : কোন চনত লৰ্ড কৰ্ণৱালিছে মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ কেপ্টেইন ৱেলচক অসমলৈ পঠিয়াইছিল?
উত্তৰ: ১৭৯২ চনত।
১৮) প্ৰশ্ন : বীৰ চিলাৰায়ৰ কেনেকৈ মৃত্যু হৈছিল?
উত্তৰ: বসন্ত ৰোগত।
১৯) প্ৰশ্ন : কোনজন আহোম স্বৰ্গদেৱে ৰংঘৰ সজাইছিল?
উত্তৰ: প্ৰমত্ত সিংহ।
২০) প্ৰশ্ন : ‘দেশদ্ৰোহী’ আখ্যা পোৱা বদন বৰফুকনক কোনে হত্যা কৰিছিল?
উত্তৰ : ৰূপ সিং।
২১) প্ৰশ্ন : পানীপথৰ প্ৰথম যুদ্ধ কোন চনত হৈছিল?
উত্তৰ : ১৫২৬ চনত।
২২) প্ৰশ্ন : কোনজন গৱৰ্ণৰ জেনেৰেলৰ দিনত ভাৰতত ৰেলসেৱা প্ৰৱৰ্তন কৰা হৈছিল?
উত্তৰ : লৰ্ড ডেলহাউচি।
২৩) প্ৰশ্ন : ‘খাইবাৰ পাছ’ নামৰ গিৰিপথটো কোনখন দেশত অৱস্থিত?
উত্তৰ : আফগানিস্তান।
২৪) প্ৰশ্ন : সিন্ধু উপত্যকাৰ সভ্যতা কোন যুগৰ বুলি ঠাৱৰ কৰা হৈছে?
উত্তৰ : তাম্ৰ যুগ।
২৫) প্ৰশ্ন : মহম্মদ বিন টোগলকে কোনবিধ ধাতুৰে মুদ্ৰা তৈয়াৰ কৰিছিল?
উত্তৰ : তাম।
ভাৰত বুৰঞ্জী Indian History For APDCL, Forest, Assam Police, PNRD,DHS and other Exams.
২৬) প্ৰশ্ন : ‘কালিকা পুৰাণ’ৰ মতে কামৰূপৰ সীমা ক’ৰ পৰা ক’লৈকে আছে?
উত্তৰ : কৰতোৱাৰ পৰা দিক্কৰবাসিনীলৈ।
২৭) প্ৰশ্ন : আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত কোনজন বুৰঞ্জীবিদে ‘চকৰী ফেটি’ নামেৰে এখন বুৰঞ্জী লিখিছিল?
উত্তৰ : নুমলী বৰগোহাঁই।
২৮) প্ৰশ্ন : ১৮৯৩ চনত অনুষ্ঠিত চিকাগো বিশ্ব ধৰ্মীয় সন্মিলনত ভাৰতৰ পৰা কোনগৰাকী ব্যক্তিয়ে অংশ গ্ৰহণ কৰিছিল?
উত্তৰ : স্বামী বিবেকানন্দ।
২৯) প্ৰশ্ন : ১৯০৫ চনৰ বংগ বিভাজনৰ সৈতে কোনটো আন্দোলন জড়িত?
উত্তৰ : স্বদেশী আৰু বৰ্জন আন্দোলন।
৩০) প্ৰশ্ন : গজনীৰ চুলতান মামুদে কিমান বাৰ ভাৰত আক্ৰমণ কৰিছিল?
উত্তৰ : ১৭ বাৰ।
৩১) প্ৰশ্ন : দিল্লীৰ বিখ্যাত বিতোপন কুতুবমিনাৰ কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ : কুতুবুদ্দিন আইবাক।
৩২) প্ৰশ্ন : উৰ্দু শব্দটো তুৰ্কী ভাষাৰ পৰা অহা। ইয়াৰ অৰ্থ কি?
উত্তৰ : শিবিৰ।
৩৩) প্ৰশ্ন : কোনগৰাকী মুছলমান বাদশ্বাহে সকলো ধৰ্মৰ মানুহক সম্প্ৰীতিৰ ডোলেৰে বান্ধিবলৈ সকলো ধৰ্মৰ সাৰমৰ্ম সংগ্ৰহ কৰি ‘দিন-ইলাহি’ নামে এটি নতুন ধৰ্ম প্ৰৱৰ্তন কৰিছিল?
উত্তৰ : আকবৰ।
৩৪) প্ৰশ্ন : ‘হুমায়ুন নামা’ গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ : গুলবদন বেগম।
ভাৰত বুৰঞ্জী Indian History For APDCL, Forest, Assam Police, PNRD,DHS and other Exams.
৩৫) প্ৰশ্ন : ভাস্কো-ডা-গামাই পোন প্ৰথমে ভাৰতৰ কোন ঠাইত পদাৰ্পণ কৰিছিল?
উত্তৰ : কালিকট।
৩৬) প্ৰশ্ন : কোনজন শিখ গুৰুৱে শিখসকলক একত্ৰিত কৰি পঞ্জাবত শিখ সাম্ৰাজ্য স্থাপন কৰে?
উত্তৰ : গুৰু গোবিন্দ।
৩৭) প্ৰশ্ন : কোন দুজন মোগল সম্ৰাটে আত্মজীৱনী ৰচনা কৰিছিল?
উত্তৰ : বাবৰ-জাহাঙ্গীৰ
৩৮) প্ৰশ্ন : ভাৰতত স্থানীয় স্বায়ত্ব শাসন ব্যবস্থাৰ প্ৰৱৰ্তক কোন?
উত্তৰ : লৰ্ড ৰিপন।
৩৯) প্ৰশ্ন : কণিষ্কৰ ৰাজসভাৰ ৰাজপণ্ডিতসকলৰ ভিতৰত চিকিৎসক কোন আছিল?
উত্তৰ : চৰক।
৪০) প্ৰশ্ন : কোনগৰাকী মোগল সম্ৰাটৰ সংগীত, ভাস্কৰ্য্য, চিত্ৰকলা আদিৰ প্ৰ্তি বিশেষ ৰাপ আছিল?
উত্তৰ : হুমায়ুন।
৪১) প্ৰশ্ন : কাক ‘ভাৰতৰ নেপোলিয়ন’ আখ্যা দিয়া হয়?
উত্তৰ : সমুদ্ৰগুপ্ত।
৪২) প্ৰশ্ন : ভাৰতৰ সম্ৰাট হোৱাৰ পূৰ্বে বাবৰ কোন ঠাইৰ সম্ৰাট আছিল?
উত্তৰ : কাবুল।
৪৩) প্ৰশ্ন : কোনগৰাকী মোগল সম্ৰাটে নিজৰ সাম্ৰাজ্যৰ ৰাজধানী দিল্লীৰপৰা দেৱনগৰলৈ স্থানান্তৰ কৰিছিল?
উত্তৰ : মহম্মদ বিন টোগলক।
ভাৰত বুৰঞ্জী Indian History For APDCL, Forest, Assam Police, PNRD,DHS and other Exams.
৪৪) প্ৰশ্ন : ভাৰতৰ স্বাধীনতা আন্দোলনত পোন প্ৰথমবাৰৰ বাবে কোনে ‘স্বৰাজ’ দবী কৰিছিল?
উত্তৰ : বাল গঙ্গাধৰ তিলক।
৪৫) প্ৰশ্ন : কৌটিল্যই ৰচনা কৰা ‘অৰ্থশাস্ত্ৰ’ৰ মূল বিষয়বস্ত্ত কি?
উত্তৰ : শাসন নীতি।
৪৬) প্ৰশ্ন : হৰ্ষবৰ্দ্ধনে ৰচনা কৰা গ্ৰন্থখন কি?
উত্তৰ : ৰঘূবংশ।
৪৭) প্ৰশ্ন : সিন্ধু সভ্যতাৰ কোনখন ঠাইত এটা বন্দৰ আছিল?
উত্তৰ : হৰপ্পা।
৪৮) প্ৰশ্ন : ভাৰতত কিমান বছৰ মোগল সাম্ৰাজ্যই ৰাজত্ব কৰিছিল?
উত্তৰ : ৩৩১ বছৰ।
৪৯) প্ৰশ্ন : সত্যাগ্ৰহ আন্দোলন প্ৰথমে কোনখন ঠাইত আৰম্ভ হৈছিল?
উত্তৰ : চম্পাৰণ।
৫০) প্ৰশ্ন : ‘দাণ্ডিযাত্ৰা’ কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ : ১২ মাৰ্চ, ১৯৩০ চন।
৫১) প্ৰশ্ন : ‘মহাত্মা গান্ধী’ক ৰাষ্ট্ৰ্পিতা বুলি কোনে প্ৰথমে সম্বোধন কৰিছিল?
উত্তৰ : সুভাষ চন্দ্ৰ বসু।
৫২) প্ৰশ্ন : ‘তাজমহল’ৰ মুখ্য স্থাপত্যবিদজন কোন আছিল?
উত্তৰ : আহমদ লাহৌৰি।
৫৩) প্ৰশ্ন : ১৫৫৬ চনৰ দ্বিতীয় পানিপথ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল?
উত্তৰ : আকবৰ আৰু হিমুৰ মাজত।
ভাৰত বুৰঞ্জী Indian History For APDCL, Forest, Assam Police, PNRD,DHS and other Exams.
৫৪) প্ৰশ্ন : ভাৰতত কাৰ দিনত পোন প্ৰথমে লোকপিয়ল হৈছিল?
উত্তৰ : লৰ্ড ডুফেৰিন।
৫৫) প্ৰশ্ন : আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰাৰ সময়ত উত্তৰ ভাৰতত কোন বংশই ৰাজত্ব কৰিছিল?
উত্তৰ : নন্দ বংশ।
৫৬) প্ৰশ্ন : স্যামন্তক মণিক কহিনুৰ হীৰা বুলি কোনে প্ৰথমে কয়?
উত্তৰ : নাদিৰ শ্বাহ।
৫৭) প্ৰশ্ন : ‘চাণক্য’ৰ প্ৰকৃত নাম কি আছিল?
উত্তৰ : বিষ্ণু গুপ্ত।
৫৮) প্ৰশ্ন : ইণ্ডিয়া নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল?
উত্তৰ : ইন্দিৰা গান্ধী।