ASSAM GK IN ASSAMESE LANGUAGE I মধ্যযুগীয় অসমৰ সাধাৰণ জ্ঞান-2023

ASSAM GK IN ASSAMESE LANGUAGE I মধ্যযুগীয় অসমৰ সাধাৰণ জ্ঞান-2023

ASSAM GK IN ASSAMESE LANGUAGE I মধ্যযুগীয় অসমৰ সাধাৰণ জ্ঞান-2023

            নমস্কাৰ
বন্ধু-বান্ধৱীসকল
, আশা কৰোঁ
আপোনালোকে আজিৰ আমাৰ “ মধ্যযুগীয় অসমৰ সাধাৰণ জ্ঞান” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা
সামান্য হ’লেও উপকৃত হ’ব।
ASSAM GK IN ASSAMESE LANGUAGE বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam
Police ৰ লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ
প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই অসমীয়া সাধাৰণ জ্ঞানৰ
প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ
ASSAM GK IN ASSAMESE LANGUAGE সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে
সিমানেই শ্বেয়াৰ কৰক
, যাতে অইন
লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে I

ASSAM GK IN ASSAMESE LANGUAGE I মধ্যযুগীয় অসমৰ সাধাৰণ জ্ঞান-2023

ASSAM GK IN ASSAMESE LANGUAGE I মধ্যযুগীয় অসমৰ সাধাৰণ জ্ঞান-2023

১) প্ৰশ্ন : কেতিয়া আৰু কাৰ কাৰ মাজত তৰাইনৰ যুদ্ধ সংঘটিত হৈছিল?
উত্তৰ : ১১৯১ খ্ৰীষ্টাব্দত পৃথ্বিৰাজ চৌহান আৰু মহম্মদ ঘোৰীৰ মাজত।
২) প্ৰশ্ন : কোনজন চুলতানে অশোকৰ স্তম্ভ দিল্লীলৈ স্থানান্তৰিত কৰিছিল?
উত্তৰ : ফিৰোজ শ্বাহ টোগলক।
৩) প্ৰশ্ন : দাস বংশৰ চুলতানসকলে ভাৰতৰ ক’ত ৰাজধানী স্থাপন কৰিছিল।
উত্তৰ : দিল্লী।
৪) প্ৰশ্ন : খিলিজী বংশৰ প্ৰথম চুলতানজনৰ নাম কি?
উত্তৰ : জালালুদ্দিন খিলিজী।
৫) প্ৰশ্ন : আলাউদ্দিন খিলিজীৰ ৰাজত্বকালত দিল্লী ভ্ৰ্মণ কৰা আফ্ৰিকীয় ভ্ৰমণকাৰীজনৰ নাম কি আছিল?
উত্তৰ : ইবন বতুতা।
৬) প্ৰশ্ন : টোগলক বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ : গিয়াছুদ্দিন টোগলক।
৭) প্ৰশ্ন : গিয়াছুদ্দিন টোগলকৰ উত্তৰাধিকাৰী কোন আছিল?
উত্তৰ : মহম্মদ বিন টোগলক।

ASSAM GK IN ASSAMESE LANGUAGE I মধ্যযুগীয় অসমৰ সাধাৰণ জ্ঞান-2023

৮) প্ৰশ্ন : দিল্লীৰ প্ৰথমজন আফগান চুলতান বুলি কাক কোৱা হয়?
উত্তৰ : বাহল’ল লোডী।
৯) প্ৰশ্ন : আগ্ৰাৰ ওচৰৰ কোনখন ঠাই ছিকন্দৰ লোডীৰ নামেৰে নামকৰণ কৰা হয়।
উত্তৰ : ছিকন্দৰবাদ।
১০) প্ৰশ্ন : ব্ৰিটিছ ইষ্ট ইন্দিয়া কোম্পানীয়ে তেওঁলোকৰ প্ৰথম বাণিজ্যিক কেন্দ্ৰ ক’ত স্থাপন কৰিছিল?
উত্তৰ : চুৰাট।
১১) প্ৰশ্ন : কেতিয়া আৰু কাৰ কাৰ মাজত প্ৰথম পানিপথৰ যুদ্ধ সংঘটিত হৈছিল?
উত্তৰ : ১৫২৬ খ্ৰীষ্টাব্দত ইব্ৰাহিম লোডী আৰু বাবৰৰ মাজত।
১২) প্ৰশ্ন : বাবৰে তেওঁৰ স্মৃতি আৰু অভিজ্ঞতাসমূহ এখন গ্ৰ্ন্থত লিপিবদ্ধ কৰিছিল। গ্ৰন্থখনৰ নাম কি?
উত্তৰ : বাবৰনামা আৰু এইখন তুৰ্কী ভাষাত লিখিছিল।
১৩) প্ৰশ্ন : বাবৰৰ মৃত্যুৰ পিছত তেওঁৰ উত্তৰাধিকাৰী কোন হৈছিল?
উত্তৰ : বাবৰৰপুত্ৰ হুমায়ুন।
১৪) প্ৰশ্ন : পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?
উত্তৰ : ১৫৫৬ খ্ৰীষ্টাব্দত হিমু আৰু বৈৰাম খাঁৰ মাজত।
১৫) প্ৰশ্ন : নিজৰ জীয়েকক আকবৰলৈ বিয়া দিয়া ৰাজপুত ৰজাজনৰ নাম কি আছিল?
উত্তৰ : অম্বৰৰ ৰজা বিহাৰীমল।
১৬) প্ৰশ্ন : আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মীয় শাখাটোৰ নাম কি?
উত্তৰ : দীন-ই-ইলাহি।
১৭) প্ৰশ্ন : কোনজন পন্দিতে আইন-ই-আকবৰী নামৰ গ্ৰ্ন্থখন লিখিছিল?
উত্তৰ : আবুল ফজল।
১৮) প্ৰশ্ন : জাহাংগীৰে লিখা আত্মজীৱনীখনৰ নাম কি আছিল?
উত্তৰ : তুজক-ই-জাহাংগীৰি।
১৯) প্ৰশ্ন : সম্ৰাট ছাহজাহানে কোনখন নগৰ নিৰ্মাণ কৰিছিল?
উত্তৰ : ছাহজাহান।

ASSAM GK IN ASSAMESE LANGUAGE I মধ্যযুগীয় অসমৰ সাধাৰণ জ্ঞান-2023

২০) প্ৰশ্ন : কোন খ্ৰীষ্টাব্দত ছাহজাহানে আগ্ৰাৰ পৰা দিল্লীলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল?
উত্তৰ : ১৬৪৮ খ্ৰীষ্টাব্দত।
২১) প্ৰশ্ন : শিৱাজীক ঔৰংজেৱে আটক কৰা অৱস্থাৰ পৰা মুক্ত কৰাত কোনে সহায় কৰিছিল?
উত্তৰ : জয় সিং।
২২) প্ৰশ্ন : ভাস্ক-ডা-গামাই কেতিয়া ভাৰতমুখী সমুদ্ৰ্পথ আৱিস্কাৰ কৰিছিল?
উত্তৰ : ১৪৯৮ খ্ৰীষ্টাব্দ।
২৩) প্ৰশ্ন : কোনজন মোগল সম্ৰাটৰ ৰাজত্বকালক মোগল বংশৰ সোণালী যুগ হিচাপে আখ্যা দিয়া হয়?
উত্তৰ : ছাহজাহান।
২৪) প্ৰশ্ন : কোনজন মধ্যযুগীয় ভাৰতীয় লিখকে তেওঁৰ লিখনীত আমেৰিকা আৱিস্কাৰৰ বিষয়ে উল্লেখ কৰিছিল?
উত্তৰ : আবুল ফজল।
২৫) প্ৰশ্ন : ভাৰতত কোনে প্ৰথমে মুদ্ৰাৰ প্ৰচলন কৰিছিল?
উত্তৰ : মহম্মদ বিন টোগলক।
২৬) প্ৰশ্ন : ময়ুৰ সিংহাসনত বহা অন্তিমজন মোগল সম্ৰাটৰ নাম কি?
উত্তৰ : মহম্মদ ছাহ।
২৭) প্ৰশ্ন : বাবৰে প্ৰথমবাৰ ভাৰত আক্ৰমণ কৰাৰ সময়ত দিল্লীৰ চুলতান কোন আছিল?
উত্তৰ : ইব্ৰাহীম লোডী।
২৮) প্ৰশ্ন : ভাৰতবৰ্ষত দাস বংশ কোনে প্ৰ্তিষ্ঠা কৰিছিল?
উত্তৰ : কুতুবুদ্দিন আইবাক।
২৯) প্ৰশ্ন : মহম্মদ ঘজনীৰ ৰাজসভাত থকা বিখ্যাত পন্দিতজনৰ নাম কি আছিল?
উত্তৰ : আলবেৰুণী।
৩০) প্ৰশ্ন : বিখ্যাত গ্ৰন্থ ৰামচৰিতমানসৰ লেখক কোন?
উত্তৰ : তুলসী দাস।
৩১) প্ৰশ্ন : আকবৰে নিৰ্মাণ কৰা আগ্ৰাৰ ওচৰৰ নতুন নগৰখনৰ নাম কি আছিল?
উত্তৰ : ফাতেহপুৰ চিক্ৰী।

ASSAM GK IN ASSAMESE LANGUAGE I মধ্যযুগীয় অসমৰ সাধাৰণ জ্ঞান-2023

৩২) প্ৰশ্ন : মধ্যযুগৰ ভাৰতত কোনজন শাসকে ঐতিহাসিক ৰাজ আলি গ্ৰেন্দ ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল?
উত্তৰ : শ্বেৰ শ্বাহ ছুৰী।
৩৩) প্ৰশ্ন : দিল্লীৰ কোনটো ৰাজবংশই ১০২৬ আৰু ১২৯০ খ্ৰীষ্টাব্দৰ মাজত শাসনকাৰ্য চলাইছিল?
উত্তৰ : দাস বংশই।
৩৪) প্ৰশ্ন : ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক কোন?
উত্তৰ : ৰেজিয়া চুলতানা।
৩৫) প্ৰশ্ন : কোনগৰাকী মোগল সম্ৰাটে তাজমহল সাজিছিল।
উত্তৰ : ছাহজাহান।
৩৬) প্ৰশ্ন : কাৰ শাসনকালত তুলসীদাসে ৰামচৰিত মানস ৰচনা কৰিছিল?
উত্তৰ : আকবৰ।
৩৭) প্ৰশ্ন : মোগল সাম্ৰাজ্যৰ অন্তিমজন শাসকৰ নাম কি আছিল?
উত্তৰ : বাহাদুৰ শ্বাহ জাফৰ।
৩৮) প্ৰশ্ন : কোনজন সম্ৰাটে ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি স্থাপন কৰিছিল?
উত্তৰ : বাবৰ।
৩৯) প্ৰশ্ন : ইংৰাজসকলক ভাৰতত বেহা-বেপাৰ কৰিবলৈ অনুমতি প্ৰদান কৰা প্ৰথম মোগল সম্ৰাটজনৰ নাম কি?
উত্তৰ : জাহাংগীৰ।

ASSAM GK IN ASSAMESE LANGUAGE I মধ্যযুগীয় অসমৰ সাধাৰণ জ্ঞান-2023

৪০) প্ৰশ্ন : কোনখন যুদ্ধৰ জৰিয়তে মোগল সাম্ৰাজ্যৰ ভেটি তৈয়াৰ কৰিছিল?
উত্তৰ : পানিপথৰ প্ৰথম যুদ্ধ।

Tags-
সাধাৰণ জ্ঞান 2023 pdf
অসম কুইজ 2023
অসমৰ সাধাৰণ জ্ঞান ২০২২
সাধাৰণ জ্ঞান অসম
কুইজ প্ৰশ্ন উত্তৰ 2023
ভাৰতৰ সাধাৰণ জ্ঞান
বিশ্ব কুইজ ২০২৩
সাধাৰণ জ্ঞান চতুৰ্থ শ্ৰেণীৰ
সাধাৰণ জ্ঞান ২০২৩
দ্বিতীয় শ্ৰেণীৰ সাধাৰণ জ্ঞান
অসমীয়া সাধাৰণ জ্ঞান 2022
সাধাৰণ জ্ঞান অসম
সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ 2022
সাধাৰণ জ্ঞান class 5
সাধাৰণ জ্ঞান class 3
সাধাৰণ জ্ঞান ২০২২

Previous Post Next Post