ASSAM GK IN ASSAMESE LANGUAGE I প্ৰাচীন ভাৰতৰ ইতিহাসৰ সাধাৰণ জ্ঞান-2023

 

ASSAM GK IN ASSAMESE LANGUAGE I প্ৰাচীন ভাৰতৰ ইতিহাসৰ  সাধাৰণ জ্ঞান-2023

ASSAM GK IN ASSAMESE LANGUAGE I প্ৰাচীন ভাৰতৰ ইতিহাসৰ  সাধাৰণ জ্ঞান-2023

ASSAM GK IN ASSAMESE LANGUAGE I প্ৰাচীন ভাৰতৰ ইতিহাসৰ  সাধাৰণ জ্ঞান-2023

            নমস্কাৰ বন্ধু-বান্ধৱীসকলআশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “ প্ৰাচীন ভাৰতৰ সাধাৰণ জ্ঞান” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। ASSAM GK IN ASSAMESE LANGUAGE বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষাঅসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ ASSAM GK IN ASSAMESE LANGUAGE সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰকযাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে I

ASSAM GK IN ASSAMESE LANGUAGE I প্ৰাচীন ভাৰতৰ সাধাৰণ জ্ঞান-2023

১) প্ৰ্শ্ন : হৰপ্পা সভ্যতাৰ আনটো নাম কি?

উত্তৰ : সিন্ধু উপত্যকাৰ সভ্যতা।

২) প্ৰ্শ্ন: আৰ্যসকল ভাৰতলৈ কেতিয়া আহিছিল?

উত্তৰ : খ্ৰীষ্টপূৰ্ব ২০০০-১৫০০ৰ মাজত।

৩) প্ৰশ্ন : আৰ্যসকলে প্ৰ্ৱৰ্তন কৰা সমাজৰ চাৰিটা শ্ৰেণী কি কি?

উত্তৰ : ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ।

৪) প্ৰশ্ন : মগধ সাম্ৰাজ্যৰ প্ৰ্তিষ্ঠাপক কোন?

উত্তৰ : ৰজা বিম্বিসাৰ।

৫) প্ৰশ্ন : চন্দ্ৰগুপ্ত মৌৰ্যই কেতিয়া মগধৰ শাসনভাৰ গ্ৰহন কৰে?

উত্তৰ : খ্ৰীষ্টপূৰ্ব ৩২১।

৬) প্ৰশ্ন : আলেকজেন্দাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল আৰু তেওঁ কোন দেশৰ লোক আছিল?

উত্তৰ : খ্ৰীষ্টপূৰ্ব ৩২৭, মেচিডোনিয়া।

৭) প্ৰশ্ন : শ্ৰেষ্ঠ মৌৰ্য ৰজা হিচাপে কাক স্বীকৃতি দিয়া হৈছিল।

উত্তৰ : চন্দ্ৰগুপ্ত মৌৰ্য।

ASSAM GK IN ASSAMESE LANGUAGE I প্ৰাচীন ভাৰতৰ ইতিহাসৰ  সাধাৰণ জ্ঞান-2023

৮) প্ৰশ্ন : ভাৰতবৰ্ষৰ প্ৰথমজন ঐতিহাসিক সম্ৰাট হিচাপে কোনজন প্ৰাচীন ভাৰতৰ ৰজাক বিবেচনা কৰা হয়?

উত্তৰ : চন্দ্ৰগুপ্ত মৌৰ্য।

৯) প্ৰশ্ন : চাণক্যক চন্দ্ৰগুপ্ত মৌৰ্যৰ ‘গুৰু’ হিচাপে বিবেচনা কৰা হয়। চাণক্যই প্ৰণয়ন কৰা বিখ্যাত গ্ৰ্ন্থখনৰ নাম কি?

উত্তৰ : অৰ্থশাস্ত্ৰ।

১০) প্ৰশ্ন : চন্দ্ৰগুপ্তৰ ৰাজসভা ভ্ৰমণ কৰা গ্ৰীক ৰাষ্ট্ৰদূতজনৰ নাম কি?

উত্তৰ : মেগাস্থেনিছ।

১১) প্ৰশ্ন : অশোকে কেতিয়া কলিংগ আক্ৰমণ কৰিছিল?

উত্তৰ : খ্ৰীষ্টপূৰ্ব ২৬১।

১২) প্ৰশ্ন : কলিংগ যুদ্ধই অশোকক বৌদ্ধ ধৰ্মৰ প্ৰতি অনুপ্ৰাণিত কৰিছিল। কোনজন ব্যক্তিয়ে অশোকক বৌদ্ধ ধৰ্মত অন্তৰ্ভুক্ত কৰিছিল?

উত্তৰ : উপগুপ্ত।

১৩) প্ৰশ্ন : গুপ্তবংশৰ শাসনকালত মগধৰ ৰাজধানী কি আছিল?

উত্তৰ : পাটলিপুত্ৰ।

১৪) প্ৰশ্ন : মৌৰ্য সাম্ৰাজ্যৰ প্ৰ্তিষ্ঠাপক কোন?

উত্তৰ : চন্দ্ৰগুপ্ত মৌৰ্যই।

ASSAM GK IN ASSAMESE LANGUAGE I প্ৰাচীন ভাৰতৰ ইতিহাসৰ  সাধাৰণ জ্ঞান-2023

১৫) প্ৰশ্ন : অশোকৰ শিলালিপি আৰু তাম্ৰলিপি ভাৰতবৰ্ষৰ ৪৫ খন ঠাইত পোৱা গৈছে। এই শিলালিপিবোৰ কি ভাষাত লিখা হৈছে?

উত্তৰ : প্ৰাকৃত।

১৬) প্ৰশ্ন : কোন ৰাজ বংশই শকাব্দৰ প্ৰ্চলন কৰিছিল?

উত্তৰ : কনিষ্ক।

১৭) প্ৰশ্ন : কণিষ্ক কোনটো বংশৰ লোক আছিল?

উত্তৰ : কুষাণ।

১৮) প্ৰশ্ন : সামৰিক অভিযানকাৰী আৰু বিজেতা হিচাপে খ্যাত গুপ্ত বংশৰ ৰজাজনৰ নাম কি?

উত্তৰ : সমুদ্ৰগুপ্ত।

১৯) প্ৰশ্ন : ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়।

উত্তৰ : সমুদ্ৰগুপ্ত।

২০) প্ৰশ্ন : ভাৰত বুৰঞ্জীত কোনটো যুগক ‘সোণালী যুগ’ আখ্যা দিয়া হয়?

উত্তৰ : গুপ্তযুগক।

২১) প্ৰশ্ন : গুপ্তযুগৰ বিখ্যাত গুহা চিত্ৰৰ নাম কি?

উত্তৰ : অজন্তা গুহা চিত্ৰ।

২২) প্ৰশ্ন : ভাৰতবৰ্ষৰ প্ৰাচীনতম ৰাজবংশটো কি?

উত্তৰ : মৌৰ্যবংশ।

ASSAM GK IN ASSAMESE LANGUAGE I প্ৰাচীন ভাৰতৰ ইতিহাসৰ  সাধাৰণ জ্ঞান-2023

২৩) প্ৰশ্ন : বিক্ৰমাদিত্য উপাধি কোনে গ্ৰহণ কৰিছিল?

উত্তৰ : দ্বিতীয় চন্দ্ৰগুপ্ত।

২৪) প্ৰশ্ন : চীন দেশৰ কোনজন পৰিব্ৰাজকে হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল।

উত্তৰ : হিউয়েন চাং।

২৫) প্ৰশ্ন : ভাৰতৰ কোনখন প্ৰাচীন বিশ্ববিদ্যালয়ক বিশ্বৰ প্ৰথম আৱাসিক আন্ত:ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় হিচাপে বিবেচনা কৰা হয়?

উত্তৰ : নালন্দা বিশ্ববিদ্যালয়।

২৬) প্ৰশ্ন : ভাৰত বুৰঞ্জীত কোনটো যুগক ‘হিন্দু নৱজাগৰণ’ বুলি কোৱা হয়।

উত্তৰ : গুপ্তযুগক।

২৭) প্ৰশ্ন : ইংলেন্দলৈ গৈ সম্ৰাটৰ মোকৰ্দমাৰ হৈ ওকালতি কৰা কাৰণে দিল্লীৰ মোগল সম্ৰাটে ৰাজা ৰামমোহন ৰায়ক এটি পুৰষ্কাৰ দিছিল। পুৰষ্কাৰটো কি আছিল?

উত্তৰ : তেওঁক ‘ৰাজা’ উপাধি প্ৰ্দান কৰিছিল।

২৮) প্ৰশ্ন : পল্লৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : চিমহা, বিষ্ণু।

২৯) প্ৰশ্ন : পাল বংশৰ প্ৰতিষ্ঠাপকৰ নাম কি? পাল ৰজাসকলে ৰাজধানী প্ৰ্তিষ্ঠা কৰা ঠাইখনৰ নাম কি?

উত্তৰ : ৰজা গোপাল আৰু ৰাজধানী মুদগাগিৰিত প্ৰ্তিষ্ঠা কৰিছিল।

৩০) প্ৰশ্ন : কোন চনত গৌতম বুদ্ধৰ মৃত্যু হৈছিল?

উত্তৰ : খ্ৰীষ্টপূৰ্ব ৪৮৭।

৩১) প্ৰশ্ন : মহামতি আকবৰৰ ৰাজত্বকালত কোনে পাৰ্চী ভাষাক মোগল সাম্ৰাজ্যৰ শাসকীয় ভাষা হিচাপে ঘোষনা কৰিছিল?

উত্তৰ : ৰাজা টডৰমল।

৩২) প্ৰশ্ন : ভাৰতত কেতিয়া বিক্ৰমী যুগ আৰম্ভ হয়।

উত্তৰ : খ্ৰীষ্টপূৰ্ব ৫৮।

ASSAM GK IN ASSAMESE LANGUAGE I প্ৰাচীন ভাৰতৰ ইতিহাসৰ  সাধাৰণ জ্ঞান-2023

৩৩) প্ৰশ্ন : কোন শতিকাত সমুদ্ৰ্গুপ্তই ৰাজত্ব কৰিছিল?

উত্তৰ : চতুৰ্থ শতিকাত

৩৪) প্ৰশ্ন : কোনটো বংশৰ ৰাজত্বকালত ভাৰতত পোন প্ৰ্থমবাৰৰ বাবে সোণৰ মুদ্ৰাৰ প্ৰচলন হয়?

উত্তৰ : গুপ্ত বংশত।

৩৫) প্ৰশ্ন : চন্দ্ৰগুপ্ত মৌৰ্যই কোনজন গ্ৰীক শাসকক পৰাজিত কৰিছিল?

উত্তৰ : চেলিউকছ।

৩৬) প্ৰশ্ন : গৌতম বুদ্ধই সৰ্বপ্ৰ্থম ধৰ্মোপদেশমূলক বক্তৃতা ক’ত প্ৰদান কৰিছিল।

উত্তৰ : সাৰনাথ।

৩৭) প্ৰশ্ন : সিন্ধু উপত্যকাৰ সভ্যতা ধ্বংস হোৱাৰ প্ৰধান কাৰণ কি আছিল?

উত্তৰ : বানপানী আৰু ধুমুহা।

৩৮) প্ৰশ্ন : ‘হিন্দ’ শব্দটো ক’ৰ পৰা উৎপত্তি হৈছে?

উত্তৰ : সিন্ধু (নদী)।

৩৯) প্ৰশ্ন : দেৱনাগৰী লিপিৰ ব্যৱহাৰ কৰা ভাৰতৰ চৰকাৰী ভাষা কেইটা কি কি?

উত্তৰ : বড়ো, ডগ্ৰি, হিন্দী, কংকনী, মাৰাঠী, নেপালী, সংস্কৃত।

৪০) প্ৰশ্ন : ভাৰতীয় ইতিহাসত কোনজন শাসকক অমিত্ৰঘাত অৰ্থাৎ ‘শত্ৰুনিধক’ হিচাপে জনা যায়?

উত্তৰ : বিন্দুসাৰ।

৪১) প্ৰশ্ন : মহেঞ্জোদাৰো ক’ত অৱস্থিত?

উত্তৰ : সিন্ধু প্ৰ্দেশ (পাকিস্তান)

ASSAM GK IN ASSAMESE LANGUAGE I প্ৰাচীন ভাৰতৰ ইতিহাসৰ  সাধাৰণ জ্ঞান-2023

৪২) প্ৰশ্ন : গুপ্ত বংশৰ শাসন কালত কোন ধৰ্মই অধিক প্ৰভাৱ বিস্তাৰ কৰিছিল।

উত্তৰ : হিন্দু ধৰ্ম।

৪৩) প্ৰশ্ন : গুপ্ত বংশৰ শাসনৰ সময়ত কোনটো বিদেশী গোষ্ঠীয়ে ভাৰত আক্ৰমণ কৰিছিল?

উত্তৰ : শোন গোষ্ঠীৰ লোকসকলে।

Tags-
ভাৰত কুইজ 2023
প্ৰাচীন ভাৰতৰ ইতিহাস pdf
ভাৰতৰ সাধাৰণ জ্ঞান ২০২২
ভাৰতৰ ইতিহাস Book
আধুনিক ভাৰতৰ ইতিহাস
ভাৰতৰ ইতিহাস কুইজ
ভাৰত বুৰঞ্জী pdf download
মধ্য যুগৰ ভাৰতৰ ইতিহাস pdf
মধ্য যুগৰ ভাৰতৰ ইতিহাস pdf
ভাৰতৰ ইতিহাস Book
আধুনিক ভাৰতৰ ইতিহাস
ভাৰতৰ ইতিহাস কুইজ
প্ৰাচীন ভাৰতৰ সাহিত্যিক সমল সমূহৰ বিষয়ে আলোচনা কৰা
ভাৰত বুৰঞ্জী pdf download
অসমৰ ইতিহাস pdf
ভাৰতৰ ইতিহাস ba 1st semester honors answer

Previous Post Next Post