ASSAM GK IN ASSAMESE LANGUAGE I প্ৰাচীন ভাৰতৰ ইতিহাসৰ সাধাৰণ জ্ঞান-2023
ASSAM GK IN ASSAMESE LANGUAGE I প্ৰাচীন ভাৰতৰ ইতিহাসৰ সাধাৰণ জ্ঞান-2023
ASSAM GK IN ASSAMESE LANGUAGE I প্ৰাচীন ভাৰতৰ সাধাৰণ জ্ঞান-2023
১) প্ৰ্শ্ন : হৰপ্পা সভ্যতাৰ আনটো নাম কি?
উত্তৰ : সিন্ধু উপত্যকাৰ সভ্যতা।
২) প্ৰ্শ্ন: আৰ্যসকল ভাৰতলৈ কেতিয়া আহিছিল?
উত্তৰ : খ্ৰীষ্টপূৰ্ব ২০০০-১৫০০ৰ মাজত।
৩) প্ৰশ্ন : আৰ্যসকলে প্ৰ্ৱৰ্তন কৰা সমাজৰ চাৰিটা শ্ৰেণী কি কি?
উত্তৰ : ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ।
৪) প্ৰশ্ন : মগধ সাম্ৰাজ্যৰ প্ৰ্তিষ্ঠাপক কোন?
উত্তৰ : ৰজা বিম্বিসাৰ।
৫) প্ৰশ্ন : চন্দ্ৰগুপ্ত মৌৰ্যই কেতিয়া মগধৰ শাসনভাৰ গ্ৰহন কৰে?
উত্তৰ : খ্ৰীষ্টপূৰ্ব ৩২১।
৬) প্ৰশ্ন : আলেকজেন্দাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল আৰু তেওঁ কোন দেশৰ লোক আছিল?
উত্তৰ : খ্ৰীষ্টপূৰ্ব ৩২৭, মেচিডোনিয়া।
৭) প্ৰশ্ন : শ্ৰেষ্ঠ মৌৰ্য ৰজা হিচাপে কাক স্বীকৃতি দিয়া হৈছিল।
উত্তৰ : চন্দ্ৰগুপ্ত মৌৰ্য।
ASSAM GK IN ASSAMESE LANGUAGE I প্ৰাচীন ভাৰতৰ ইতিহাসৰ সাধাৰণ জ্ঞান-2023
৮) প্ৰশ্ন : ভাৰতবৰ্ষৰ প্ৰথমজন ঐতিহাসিক সম্ৰাট হিচাপে কোনজন প্ৰাচীন ভাৰতৰ ৰজাক বিবেচনা কৰা হয়?
উত্তৰ : চন্দ্ৰগুপ্ত মৌৰ্য।
৯) প্ৰশ্ন : চাণক্যক চন্দ্ৰগুপ্ত মৌৰ্যৰ ‘গুৰু’ হিচাপে বিবেচনা কৰা হয়। চাণক্যই প্ৰণয়ন কৰা বিখ্যাত গ্ৰ্ন্থখনৰ নাম কি?
উত্তৰ : অৰ্থশাস্ত্ৰ।
১০) প্ৰশ্ন : চন্দ্ৰগুপ্তৰ ৰাজসভা ভ্ৰমণ কৰা গ্ৰীক ৰাষ্ট্ৰদূতজনৰ নাম কি?
উত্তৰ : মেগাস্থেনিছ।
১১) প্ৰশ্ন : অশোকে কেতিয়া কলিংগ আক্ৰমণ কৰিছিল?
উত্তৰ : খ্ৰীষ্টপূৰ্ব ২৬১।
১২) প্ৰশ্ন : কলিংগ যুদ্ধই অশোকক বৌদ্ধ ধৰ্মৰ প্ৰতি অনুপ্ৰাণিত কৰিছিল। কোনজন ব্যক্তিয়ে অশোকক বৌদ্ধ ধৰ্মত অন্তৰ্ভুক্ত কৰিছিল?
উত্তৰ : উপগুপ্ত।
১৩) প্ৰশ্ন : গুপ্তবংশৰ শাসনকালত মগধৰ ৰাজধানী কি আছিল?
উত্তৰ : পাটলিপুত্ৰ।
১৪) প্ৰশ্ন : মৌৰ্য সাম্ৰাজ্যৰ প্ৰ্তিষ্ঠাপক কোন?
উত্তৰ : চন্দ্ৰগুপ্ত মৌৰ্যই।
ASSAM GK IN ASSAMESE LANGUAGE I প্ৰাচীন ভাৰতৰ ইতিহাসৰ সাধাৰণ জ্ঞান-2023
১৫) প্ৰশ্ন : অশোকৰ শিলালিপি আৰু তাম্ৰলিপি ভাৰতবৰ্ষৰ ৪৫ খন ঠাইত পোৱা গৈছে। এই শিলালিপিবোৰ কি ভাষাত লিখা হৈছে?
উত্তৰ : প্ৰাকৃত।
১৬) প্ৰশ্ন : কোন ৰাজ বংশই শকাব্দৰ প্ৰ্চলন কৰিছিল?
উত্তৰ : কনিষ্ক।
১৭) প্ৰশ্ন : কণিষ্ক কোনটো বংশৰ লোক আছিল?
উত্তৰ : কুষাণ।
১৮) প্ৰশ্ন : সামৰিক অভিযানকাৰী আৰু বিজেতা হিচাপে খ্যাত গুপ্ত বংশৰ ৰজাজনৰ নাম কি?
উত্তৰ : সমুদ্ৰগুপ্ত।
১৯) প্ৰশ্ন : ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়।
উত্তৰ : সমুদ্ৰগুপ্ত।
২০) প্ৰশ্ন : ভাৰত বুৰঞ্জীত কোনটো যুগক ‘সোণালী যুগ’ আখ্যা দিয়া হয়?
উত্তৰ : গুপ্তযুগক।
২১) প্ৰশ্ন : গুপ্তযুগৰ বিখ্যাত গুহা চিত্ৰৰ নাম কি?
উত্তৰ : অজন্তা গুহা চিত্ৰ।
২২) প্ৰশ্ন : ভাৰতবৰ্ষৰ প্ৰাচীনতম ৰাজবংশটো কি?
উত্তৰ : মৌৰ্যবংশ।
ASSAM GK IN ASSAMESE LANGUAGE I প্ৰাচীন ভাৰতৰ ইতিহাসৰ সাধাৰণ জ্ঞান-2023
২৩) প্ৰশ্ন : বিক্ৰমাদিত্য উপাধি কোনে গ্ৰহণ কৰিছিল?
উত্তৰ : দ্বিতীয় চন্দ্ৰগুপ্ত।
২৪) প্ৰশ্ন : চীন দেশৰ কোনজন পৰিব্ৰাজকে হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল।
উত্তৰ : হিউয়েন চাং।
২৫) প্ৰশ্ন : ভাৰতৰ কোনখন প্ৰাচীন বিশ্ববিদ্যালয়ক বিশ্বৰ প্ৰথম আৱাসিক আন্ত:ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় হিচাপে বিবেচনা কৰা হয়?
উত্তৰ : নালন্দা বিশ্ববিদ্যালয়।
২৬) প্ৰশ্ন : ভাৰত বুৰঞ্জীত কোনটো যুগক ‘হিন্দু নৱজাগৰণ’ বুলি কোৱা হয়।
উত্তৰ : গুপ্তযুগক।
২৭) প্ৰশ্ন : ইংলেন্দলৈ গৈ সম্ৰাটৰ মোকৰ্দমাৰ হৈ ওকালতি কৰা কাৰণে দিল্লীৰ মোগল সম্ৰাটে ৰাজা ৰামমোহন ৰায়ক এটি পুৰষ্কাৰ দিছিল। পুৰষ্কাৰটো কি আছিল?
উত্তৰ : তেওঁক ‘ৰাজা’ উপাধি প্ৰ্দান কৰিছিল।
২৮) প্ৰশ্ন : পল্লৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ : চিমহা, বিষ্ণু।
২৯) প্ৰশ্ন : পাল বংশৰ প্ৰতিষ্ঠাপকৰ নাম কি? পাল ৰজাসকলে ৰাজধানী প্ৰ্তিষ্ঠা কৰা ঠাইখনৰ নাম কি?
উত্তৰ : ৰজা গোপাল আৰু ৰাজধানী মুদগাগিৰিত প্ৰ্তিষ্ঠা কৰিছিল।
৩০) প্ৰশ্ন : কোন চনত গৌতম বুদ্ধৰ মৃত্যু হৈছিল?
উত্তৰ : খ্ৰীষ্টপূৰ্ব ৪৮৭।
৩১) প্ৰশ্ন : মহামতি আকবৰৰ ৰাজত্বকালত কোনে পাৰ্চী ভাষাক মোগল সাম্ৰাজ্যৰ শাসকীয় ভাষা হিচাপে ঘোষনা কৰিছিল?
উত্তৰ : ৰাজা টডৰমল।
৩২) প্ৰশ্ন : ভাৰতত কেতিয়া বিক্ৰমী যুগ আৰম্ভ হয়।
উত্তৰ : খ্ৰীষ্টপূৰ্ব ৫৮।
ASSAM GK IN ASSAMESE LANGUAGE I প্ৰাচীন ভাৰতৰ ইতিহাসৰ সাধাৰণ জ্ঞান-2023
৩৩) প্ৰশ্ন : কোন শতিকাত সমুদ্ৰ্গুপ্তই ৰাজত্ব কৰিছিল?
উত্তৰ : চতুৰ্থ শতিকাত
৩৪) প্ৰশ্ন : কোনটো বংশৰ ৰাজত্বকালত ভাৰতত পোন প্ৰ্থমবাৰৰ বাবে সোণৰ মুদ্ৰাৰ প্ৰচলন হয়?
উত্তৰ : গুপ্ত বংশত।
৩৫) প্ৰশ্ন : চন্দ্ৰগুপ্ত মৌৰ্যই কোনজন গ্ৰীক শাসকক পৰাজিত কৰিছিল?
উত্তৰ : চেলিউকছ।
৩৬) প্ৰশ্ন : গৌতম বুদ্ধই সৰ্বপ্ৰ্থম ধৰ্মোপদেশমূলক বক্তৃতা ক’ত প্ৰদান কৰিছিল।
উত্তৰ : সাৰনাথ।
৩৭) প্ৰশ্ন : সিন্ধু উপত্যকাৰ সভ্যতা ধ্বংস হোৱাৰ প্ৰধান কাৰণ কি আছিল?
উত্তৰ : বানপানী আৰু ধুমুহা।
৩৮) প্ৰশ্ন : ‘হিন্দ’ শব্দটো ক’ৰ পৰা উৎপত্তি হৈছে?
উত্তৰ : সিন্ধু (নদী)।
৩৯) প্ৰশ্ন : দেৱনাগৰী লিপিৰ ব্যৱহাৰ কৰা ভাৰতৰ চৰকাৰী ভাষা কেইটা কি কি?
উত্তৰ : বড়ো, ডগ্ৰি, হিন্দী, কংকনী, মাৰাঠী, নেপালী, সংস্কৃত।
৪০) প্ৰশ্ন : ভাৰতীয় ইতিহাসত কোনজন শাসকক অমিত্ৰঘাত অৰ্থাৎ ‘শত্ৰুনিধক’ হিচাপে জনা যায়?
উত্তৰ : বিন্দুসাৰ।
৪১) প্ৰশ্ন : মহেঞ্জোদাৰো ক’ত অৱস্থিত?
উত্তৰ : সিন্ধু প্ৰ্দেশ (পাকিস্তান)
ASSAM GK IN ASSAMESE LANGUAGE I প্ৰাচীন ভাৰতৰ ইতিহাসৰ সাধাৰণ জ্ঞান-2023
৪২) প্ৰশ্ন : গুপ্ত বংশৰ শাসন কালত কোন ধৰ্মই অধিক প্ৰভাৱ বিস্তাৰ কৰিছিল।
উত্তৰ : হিন্দু ধৰ্ম।
৪৩) প্ৰশ্ন : গুপ্ত বংশৰ শাসনৰ সময়ত কোনটো বিদেশী গোষ্ঠীয়ে ভাৰত আক্ৰমণ কৰিছিল?
উত্তৰ : শোন গোষ্ঠীৰ লোকসকলে।