ASSAM GK IN ASSAMESE LANGUAGE I আধুনিক ভাৰতৰ সাধাৰণ জ্ঞান-2023
ASSAM GK IN ASSAMESE LANGUAGE I আধুনিক ভাৰতৰ সাধাৰণ জ্ঞান-2023
ASSAM GK IN ASSAMESE LANGUAGE I আধুনিক ভাৰতৰ সাধাৰণ জ্ঞান-2023
১) প্ৰশ্ন : কোনটো ঘটনাই স্বদেশী আন্দোলন আৰু ভাৰতত বিদেশী বস্ত্ত বৰ্জনৰ দৰে পদক্ষেপ সূচনা কৰিছিল?
উত্তৰ : ১৯০৫ চনৰ বংগ বিভাজন
২) প্ৰশ্ন : ভাৰতবৰ্ষত ব্ৰিটিছ শাসিত ভূ-খন্দৰ প্ৰথমজন গৱৰ্ণৰ জেনেৰেল কোন আছিল?
উত্তৰ : ৱাৰেণ হেষ্টিংছ।
৩) প্ৰশ্ন : ৰবাৰ্ট ক্লাইভ কেতিআ বংগৰ গৱৰ্ণৰ হৈছিল?
উত্তৰ : ১৭৬৪ খ্ৰীষ্টাব্দত।
৪) প্ৰশ্ন : টিপু চুলতান কোন আছিল
উত্তৰ : তেওঁ মহিশূৰৰ চুলতান আছিল।
৫) প্ৰশ্ন : ভাৰত স্বাধীন হোৱাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল?
উত্তৰ : জে বি কৃপালানি।
৬) প্ৰশ্ন : ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত ভাৰতীয় সৈন্যসকলে কাক ভাৰতৰ সম্ৰাট হিচপে আনুষ্ঠানিক্ভাৱে ঘোষণা কৰিছিল?
উত্তৰ : বাহাদূৰ শ্বাহ জাফৰ।
৭) প্ৰশ্ন : অন্তিমজন মোগল সম্ৰাটৰ নাম কি আছিল?
উত্তৰ : বাহাদূৰ শ্বাহ জাফৰ।
৮) প্ৰশ্ন : ১৮৫৭ চনৰ বিদ্ৰোহত কাক পেছোৱা হিচাপে ঘোষণা কৰা হৈছিল?
উত্তৰ : নানা চাহেব।
৯) প্ৰশ্ন : কাৰ সভাপতিত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল?
উত্তৰ : উমেশ চন্দ্ৰ বেনাৰ্জী।
ASSAM GK IN ASSAMESE LANGUAGE I আধুনিক ভাৰতৰ সাধাৰণ জ্ঞান-2023
১০) প্ৰশ্ন : বৃটিছ সংসদে ৰাণী ভিক্টোৰিয়াক ভাৰত সম্ৰাজ্ঞী উপাধিৰে কেতিয়া বিভূষিত কৰিছিল?
উত্তৰ : ১৮৭৭ খ্ৰীষ্টাব্দত।
১১) প্ৰশ্ন : ৰাণী ভিক্টোৰিয়াই ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক ভাইচৰয় উপাধি প্ৰ্দান কৰিছিল।ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল?
উত্তৰ : লৰ্ড কেনিং।
১২) প্ৰশ্ন : উত্তৰ-পশ্মিম সীমান্ত অঞ্চলৰ সৃষ্টিৰ লগতে ১৯০৫ চনৰ বংগ বিভাজনৰ বাবে দায়ী ভাইচৰয়জন কোন আছিল?
উত্তৰ : লৰ্ড কাৰ্জন।
১৩) প্ৰশ্ন : ‘সংবাদ মাধ্যমক স্বতন্ত্ৰতা প্ৰদানকাৰী’ হিচাপে কাক জনা যায়?
উত্তৰ : লৰ্ড চাৰ্লছ মেটকাফে।
১৪) প্ৰশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ : ১৮৮৫ খ্ৰীষ্টাব্দত বোম্বাইত।
১৫) প্ৰশ্ন : মুছ্লিম লীগ কেতিয়া গঠন হৈছিল?
উত্তৰ : ১৯০৬ চনত।
১৬) প্ৰশ্ন : কলিকতাত ( বৰ্তমানৰ ক’লকাতাত) ভাৰতীয় এচ’ছিয়েচন কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ : সুৰেন্দ্ৰ নাথ বেনৰ্জী।
১৭) প্ৰশ্ন : বৃটিছ ৰাজত্বত কোনখন চহৰ ভাৰতৰ গ্ৰীস্মকালীন ৰাজধানী আছিল?
উত্তৰ : ছিমলা।
১৮) প্ৰশ্ন : কোন চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল?
উত্তৰ : ১৯১১ চনত।
১৯) প্ৰশ্ন : কোন চনত বৃটিছ চৰকাৰে ৰাওলাট আইন প্ৰৱৰ্তন কৰিছিল?
উত্তৰ : ১৯১৯ চনত।
২০) প্ৰশ্ন : জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল আৰু ইয়াৰ বাবে দায়ী কোন আছিল?
উত্তৰ : ১৯১৯ চনৰ ১৩ এপ্ৰিলত; জেনেৰেল ডায়াৰ ইয়াৰ বাবে দায়ী আছিল।
২১) প্ৰশ্ন : কোনজন ভাইচৰয়ৰ দিনত কংগ্ৰেছে পূৰ্ণ স্বাধীনতা দাবী উত্থাপন কৰে?
উত্তৰ : লৰ্ড আৰউইন।
২২) প্ৰশ্ন : গান্ধীজীয়ে কেতিয়া প্ৰথম সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল?
উত্তৰ : ১৯১৭ চনত।
২৩) প্ৰশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছে কোন চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল?
উত্তৰ : ১৯২০ চনত।
২৪) প্ৰশ্ন : ভাৰতবৰ্ষত হোম ৰুল আন্দোলন কোনে আৰম্ভ কৰিছিল?
উত্তৰ : ড০ এনি বেছান্ত।
ASSAM GK IN ASSAMESE LANGUAGE I আধুনিক ভাৰতৰ সাধাৰণ জ্ঞান-2023
২৫) প্ৰশ্ন : গান্ধীজীয়ে কেতিয়া আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল?
উত্তৰ : ১৯২৩ চনত।
২৬) প্ৰশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছে সৰ্বসন্মতভাৱে পূৰ্ণ স্বাধীনতা দাবী কেতিয়া উত্থাপন কৰিছিল?
উত্তৰ : ১৯২৯ চনৰ লাহোৰ অধিৱেশনত।
২৭) প্ৰশ্ন : ১৯৩০ চনৰ ৬ এপ্ৰিলত কোনটো ঐতিহাসিক ঘটনা সংঘটিত হৈছিল?
উত্তৰ : মহাত্মা গান্ধীৰ দাণ্ডি পদযাত্ৰা।
২৮) প্ৰশ্ন : গান্ধীজীয়ে ক’ৰ পৰা ঐতিহাসিক দান্দি যাত্ৰা আৰম্ভ কৰিছিল?
উত্তৰ : আহমেদাবাদৰ সবৰমতী আশ্ৰম।
২৯) প্ৰশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনৰ বাবে গান্ধীজীক সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল?
উত্তৰ : ১৯২৪ চনৰ বেলগাম অধিৱেশনৰ বাবে।
৩০) প্ৰশ্ন : মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন (১৯২০-২২) কিয় প্ৰত্যাহাৰ কৰিছিল?
উত্তৰ : চৌৰি-চৌৰাত সংঘটিত হিংসাৰ কাৰণে।
৩১) প্ৰশ্ন : বিখ্যাত গান্ধী-আৰউইন চুক্তি কেতি্য়া স্বাক্ষৰিত হৈছিল?
উত্তৰ : ১৯৩১ চনত।
৩২) প্ৰশ্ন : ১৯৪৬ চনৰ ১৯ মাৰ্চত কেবিনেট আয়োগক ভাৰতলৈ কিয় প্ৰেৰণ কৰা হৈছিল?
উত্তৰ : ক্ষমতাৰ হস্তান্তৰকৰণৰ বাবে সাংবিধানিক ব্যৱস্থা গ্ৰহণাৰ্থে।
৩৩) প্ৰশ্ন : গান্ধী যুগৰ প্ৰাৰম্ভিক কালছোৱাত সৰোজিনি নাইডুৱে ‘হিন্দু-মুছলমান একতাৰ ৰাষ্ট্ৰ্দূত’ বুলি অভিহিত কৰা ব্যক্তিজনৰ নাম কি?
উত্তৰ : মহম্মদ আলি জিন্না।
৩৪) প্ৰশ্ন : ঐতিহাসিক ভাৰত ত্যাগ আন্দোলন গান্ধীজীয়ে কেতিয়া আৰু ক’ৰ পৰা আৰম্ভ কৰিছিল?
উত্তৰ : ১৯৪২ চনৰ ৮ আগষ্টত, বোম্বাইৰ পৰা।
৩৫) প্ৰশ্ন : ভাৰতলৈ কেবিনেট মিছ্ন কেতিয়া আৰু কাৰ নেতৃত্বত প্ৰেৰণ কৰা হৈছিল?
উত্তৰ : ১৯৪৬ ৰ মাৰ্চ মাহত আৰু ইয়াৰ নেতৃত্ব লৈছিল লৰ্ড পেথিক লৰেন্সে।
৩৬) প্ৰশ্ন : ১৯৪৭ চনত ভাৰতবৰ্ষক ভাৰত আৰু পাকিস্তান নামৰ দুখন পৃথক দেশলৈ বিভাজন কৰা সম্পৰ্কে কোনে ঘোষণা কৰিছিল?
উত্তৰ : ভাৰতৰ তেতিয়াৰ ভাইচৰয় লৰ্ড মাউন্টবেটেনে।
৩৭) প্ৰশ্ন : বৃটিছ সংসদে স্বাধীনতা আইন কেতিয়া প্ৰৱৰ্তন কৰিছিল?
উত্তৰ : ১৯৪৯ চনৰ জুলাইত।
৩৮) প্ৰশ্ন : ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেলজনৰ নাম কি?
উত্তৰ : চি ৰাজাগোপালাচাৰী।
ASSAM GK IN ASSAMESE LANGUAGE I আধুনিক ভাৰতৰ সাধাৰণ জ্ঞান-2023
৩৯) প্ৰশ্ন : ইষ্ট ইন্ডিয়া কোম্পানী কেতিয়া স্থাপিত হৈছিল?
উত্তৰ : ১৬০০ খ্ৰীষ্টাব্দত।
৪০) প্ৰশ্ন : ভাৰতবৰ্ষত ‘স্বত্ব বিলোপ নীতি’ কোনে প্ৰৱৰ্তন কৰিছিল।
উত্তৰ : লৰ্ড ডেলহাউচি।
৪১) প্ৰশ্ন : ভাৰত এচ’ছিয়েচন কেতিয়া গঠন হৈছিল?
উত্তৰ : ১৮৭৬ খ্ৰীষ্টাব্দত।
৪২) প্ৰশ্ন : চৌৰা-চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল?
উত্তৰ : ১৯২১ চনত।
৪৩) প্ৰশ্ন : আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ : ১৯৩০ চনত।
৪৪) প্ৰশ্ন : স্বামী ৰামকৃষ্ণ পৰমহংসৰ প্ৰধান শিষ্যজনৰ নাম কি?
উত্তৰ : স্বামী বিবেকানন্দ।
৪৫) প্ৰশ্ন : ‘জয়হিন্দ’ আৰু ‘দিল্লী চলো’ শ্লোগান দুটা প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল?
উত্তৰ : সুভাষ চন্দ্ৰ বসু।
৪৬) প্ৰশ্ন : জালিয়ানৱালাবাগ হত্যাকাণ্ড ক’ত সংঘটিত হৈছিল?
উত্তৰ : অমৃতসৰ।
৪৭) প্ৰশ্ন : কাৰ শাসনৰ সময়ত ভাৰতীয় অসামৰিক সেৱা আৰম্ভ হৈছিল?
উত্তৰ : লৰ্ড কৰ্ণৱালিজৰ শাসনৰ সময়ত।
৪৮) প্ৰশ্ন : সীমান্ত গান্ধী বুলি কাক জনা যায়।
উত্তৰ : খান আব্দুল গফৰ খান।
৪৯) প্ৰশ্ন : ৰাষ্ট্ৰসংঘ পৰিষদত সভাপতিত্ব কৰা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তিৰ নাম কি?
উত্তৰ : বিজয়ালক্ষ্মী পন্ডিত।
৫০) প্ৰশ্ন : কোনে পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিছিল?
উত্তৰ : পন্ডিত জৱাহাৰলাল নেহেৰু।
৫১) প্ৰশ্ন : ভাৰতবৰ্ষত সৰ্বপ্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰ : ১৯৫২ চনত।
ASSAM GK IN ASSAMESE LANGUAGE I আধুনিক ভাৰতৰ সাধাৰণ জ্ঞান-2023
৫২) প্ৰশ্ন : উচ্চ শিক্ষাৰ বাবে ইংৰাজী মাধ্যমৰ কোনে পোষকতা কৰিছিল?
উত্তৰ : লৰ্ড মেক’লে।
৫৩) প্ৰশ্ন : আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ : স্বামী দয়ানন্দ সৰস্বতী।
৫৪) প্ৰশ্ন : ভাৰতবৰ্ষৰ অন্তিমজন ভাইচৰয় কোন আছিল?
উত্তৰ : লৰ্ড মাউন্টবেটেন।
৫৫) প্ৰশ্ন : ১৮৫৭ চনৰ বিদ্ৰোহত ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া সাহসী ৰাণীগৰাকীৰ নাম কি আছিল?
উত্তৰ : ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ।
৫৬) প্ৰশ্ন : কোনটো ঘটনা বিফল হোৱাৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল?
উত্তৰ : ক্ৰিপছ মিছ্ন।
৫৭) প্ৰশ্ন : কোনখন আইনে ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে নিৰ্বাচন বিধি প্ৰৱৰ্তন কৰিছিল?
উত্তৰ : ১৯০৯ চনৰ ভাৰতীয় পৰিষদ আইন।
৫৮) প্ৰশ্ন : মহাত্মা গান্ধীৰ কোনবিধ সামগ্ৰী দাণ্ডি যাত্ৰাৰ লগত জড়িত?
উত্তৰ : নিমখ।
৫৯) প্ৰশ্ন : মাৰ্গাৰেট এলিজাবেথ ন’বেলক কোনে ‘নিবেদিতা’ আখ্যা দিছিল?
উত্তৰ : স্বামী বিবেকানন্দ।
৬০) প্ৰশ্ন : বৃটিছসকলক ভাৰতৰ পৰা বহিষ্কাৰ কৰিবলৈ কোনজন ভাৰতীয় ৰজাই নেপোলিয়নৰ ওচৰত সাহায্য বিচাৰিছিল?
উত্তৰ : টিপু চুলতান।
৬১) প্ৰশ্ন : তিনিওখন ঘূৰণীয়া মেজমেলত উপস্থিত থকা ব্যক্তিগৰাকী কোন?
উত্তৰ : ড° বি আৰ আম্বেদকাৰ।
৬২) প্ৰশ্ন : মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল?
উত্তৰ : ২ অক্টোবৰ, ১৮৭৯।
৬৩) প্ৰশ্ন : ভাৰত ত্যাগ আন্দোলনৰ মূল নেতা কোন আছিল?
উত্তৰ : মহাত্মা গান্ধী।
৬৪) প্ৰশ্ন : ভাৰতে কেতিয়া স্বাধীনতা লাভ কৰে?
উত্তৰ : ১৫ আগষ্ট, ১৯৪৭।
৬৫) প্ৰশ্ন : ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল?
উত্তৰ : ক্লিমেন্ট এটলী।
ASSAM GK IN ASSAMESE LANGUAGE I আধুনিক ভাৰতৰ সাধাৰণ জ্ঞান-2023
৬৬) প্ৰশ্ন : জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ পিছত গান্ধীয়ে কি আন্দোলন আৰম্ভ কৰিছিল?
উত্তৰ : অসহযোগ আন্দোলন।
৬৭) প্ৰশ্ন : ভাৰতত ‘ৰাজপথ’ নিৰ্মাণৰ সূচনা কৰা প্ৰথম বৃটিছ গৱৰ্ণৰ-জেনেৰেলজনৰ নাম কি?
উত্তৰ : লৰ্ড ডেলহাউচি।
৬৮) প্ৰশ্ন : স্বামী বিবেকানন্দই অংশ গ্ৰহণ কৰা বিশ্ব ধৰ্মৰ প্ৰ্সিদ্ধ সভাখন ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ : চিকাগোত।
৬৯) প্ৰশ্ন : কোন চনত পণ্ডিত জৱাহৰলাল নেহৰুক ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত কৰা হৈছিল।
উত্তৰ : ১৯৩৬।