ASSAM GK IN ASSAMESE LANGUAGE I আধুনিক ভাৰতৰ সাধাৰণ জ্ঞান-2023

ASSAM GK IN ASSAMESE LANGUAGE I আধুনিক ভাৰতৰ সাধাৰণ জ্ঞান-2023

ASSAM GK IN ASSAMESE LANGUAGE I আধুনিক ভাৰতৰ সাধাৰণ জ্ঞান-2023

            নমস্কাৰ বন্ধু-বান্ধৱীসকলআশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “ আধুনিক ভাৰতৰ সাধাৰণ জ্ঞান” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। ASSAM GK IN ASSAMESE LANGUAGE বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষাঅসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ ASSAM GK IN ASSAMESE LANGUAGE সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰকযাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে I
ASSAM GK IN ASSAMESE LANGUAGE I আধুনিক ভাৰতৰ সাধাৰণ জ্ঞান-2023

ASSAM GK IN ASSAMESE LANGUAGE I আধুনিক ভাৰতৰ সাধাৰণ জ্ঞান-2023

১) প্ৰশ্ন : কোনটো ঘটনাই স্বদেশী আন্দোলন আৰু ভাৰতত বিদেশী বস্ত্ত বৰ্জনৰ দৰে পদক্ষেপ সূচনা কৰিছিল?

উত্তৰ : ১৯০৫ চনৰ বংগ বিভাজন

২) প্ৰশ্ন : ভাৰতবৰ্ষত ব্ৰিটিছ শাসিত ভূ-খন্দৰ প্ৰথমজন গৱৰ্ণৰ জেনেৰেল কোন আছিল?

উত্তৰ : ৱাৰেণ হেষ্টিংছ।

৩) প্ৰশ্ন : ৰবাৰ্ট ক্লাইভ কেতিআ বংগৰ গৱৰ্ণৰ হৈছিল?

উত্তৰ : ১৭৬৪ খ্ৰীষ্টাব্দত।

৪) প্ৰশ্ন : টিপু চুলতান কোন আছিল

উত্তৰ : তেওঁ মহিশূৰৰ চুলতান আছিল।

৫) প্ৰশ্ন : ভাৰত স্বাধীন হোৱাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল?

উত্তৰ : জে বি কৃপালানি।

৬) প্ৰশ্ন : ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত ভাৰতীয় সৈন্যসকলে কাক ভাৰতৰ সম্ৰাট হিচপে আনুষ্ঠানিক্ভাৱে ঘোষণা কৰিছিল?

উত্তৰ : বাহাদূৰ শ্বাহ জাফৰ।

৭) প্ৰশ্ন : অন্তিমজন মোগল সম্ৰাটৰ নাম কি আছিল?

উত্তৰ : বাহাদূৰ শ্বাহ জাফৰ।

৮) প্ৰশ্ন : ১৮৫৭ চনৰ বিদ্ৰোহত কাক পেছোৱা হিচাপে ঘোষণা কৰা হৈছিল?

উত্তৰ : নানা চাহেব।

৯) প্ৰশ্ন : কাৰ সভাপতিত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল?

উত্তৰ : উমেশ চন্দ্ৰ বেনাৰ্জী।

ASSAM GK IN ASSAMESE LANGUAGE I আধুনিক ভাৰতৰ সাধাৰণ জ্ঞান-2023

১০) প্ৰশ্ন : বৃটিছ সংসদে ৰাণী ভিক্টোৰিয়াক ভাৰত সম্ৰাজ্ঞী উপাধিৰে কেতিয়া বিভূষিত কৰিছিল?

উত্তৰ : ১৮৭৭ খ্ৰীষ্টাব্দত।

১১) প্ৰশ্ন : ৰাণী ভিক্টোৰিয়াই ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক ভাইচৰয় উপাধি প্ৰ্দান কৰিছিল।ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল?

উত্তৰ : লৰ্ড কেনিং।

১২) প্ৰশ্ন : উত্তৰ-পশ্মিম সীমান্ত অঞ্চলৰ সৃষ্টিৰ লগতে ১৯০৫ চনৰ বংগ বিভাজনৰ বাবে দায়ী ভাইচৰয়জন কোন আছিল?

উত্তৰ : লৰ্ড কাৰ্জন।

১৩) প্ৰশ্ন : ‘সংবাদ মাধ্যমক স্বতন্ত্ৰতা প্ৰদানকাৰী’ হিচাপে কাক জনা যায়?

উত্তৰ : লৰ্ড চাৰ্লছ মেটকাফে।

১৪) প্ৰশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৮৮৫ খ্ৰীষ্টাব্দত বোম্বাইত।

১৫) প্ৰশ্ন : মুছ্লিম লীগ কেতিয়া গঠন হৈছিল?

উত্তৰ : ১৯০৬ চনত।

১৬) প্ৰশ্ন : কলিকতাত ( বৰ্তমানৰ ক’লকাতাত) ভাৰতীয় এচ’ছিয়েচন কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ : সুৰেন্দ্ৰ নাথ বেনৰ্জী।

১৭) প্ৰশ্ন : বৃটিছ ৰাজত্বত কোনখন চহৰ ভাৰতৰ গ্ৰীস্মকালীন ৰাজধানী আছিল?

উত্তৰ : ছিমলা।

১৮) প্ৰশ্ন : কোন চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল?

উত্তৰ : ১৯১১ চনত।

১৯) প্ৰশ্ন : কোন চনত বৃটিছ চৰকাৰে ৰাওলাট আইন প্ৰৱৰ্তন কৰিছিল?

উত্তৰ : ১৯১৯ চনত।

২০) প্ৰশ্ন : জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল আৰু ইয়াৰ বাবে দায়ী কোন আছিল?

উত্তৰ : ১৯১৯ চনৰ ১৩ এপ্ৰিলত; জেনেৰেল ডায়াৰ ইয়াৰ বাবে দায়ী আছিল।

২১) প্ৰশ্ন : কোনজন ভাইচৰয়ৰ দিনত কংগ্ৰেছে পূৰ্ণ স্বাধীনতা দাবী উত্থাপন কৰে?

উত্তৰ : লৰ্ড আৰউইন।

২২) প্ৰশ্ন : গান্ধীজীয়ে কেতিয়া প্ৰথম সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল?

উত্তৰ : ১৯১৭ চনত।

২৩) প্ৰশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছে কোন চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল?

উত্তৰ : ১৯২০ চনত।

২৪) প্ৰশ্ন : ভাৰতবৰ্ষত হোম ৰুল আন্দোলন কোনে আৰম্ভ কৰিছিল?

উত্তৰ : ড০ এনি বেছান্ত।

ASSAM GK IN ASSAMESE LANGUAGE I আধুনিক ভাৰতৰ সাধাৰণ জ্ঞান-2023

২৫) প্ৰশ্ন : গান্ধীজীয়ে কেতিয়া আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল?

উত্তৰ : ১৯২৩ চনত।

২৬) প্ৰশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছে সৰ্বসন্মতভাৱে পূৰ্ণ স্বাধীনতা দাবী কেতিয়া উত্থাপন কৰিছিল?

উত্তৰ : ১৯২৯ চনৰ লাহোৰ অধিৱেশনত।

২৭) প্ৰশ্ন : ১৯৩০ চনৰ ৬ এপ্ৰিলত কোনটো ঐতিহাসিক ঘটনা সংঘটিত হৈছিল?

উত্তৰ : মহাত্মা গান্ধীৰ দাণ্ডি পদযাত্ৰা।

২৮) প্ৰশ্ন : গান্ধীজীয়ে ক’ৰ পৰা ঐতিহাসিক দান্দি যাত্ৰা আৰম্ভ কৰিছিল?

উত্তৰ : আহমেদাবাদৰ সবৰমতী আশ্ৰম।

২৯) প্ৰশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনৰ বাবে গান্ধীজীক সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল?

উত্তৰ : ১৯২৪ চনৰ বেলগাম অধিৱেশনৰ বাবে।

৩০) প্ৰশ্ন : মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন (১৯২০-২২) কিয় প্ৰত্যাহাৰ কৰিছিল?

উত্তৰ : চৌৰি-চৌৰাত সংঘটিত হিংসাৰ কাৰণে।

৩১) প্ৰশ্ন : বিখ্যাত গান্ধী-আৰউইন চুক্তি কেতি্য়া স্বাক্ষৰিত হৈছিল?

উত্তৰ : ১৯৩১ চনত।

৩২) প্ৰশ্ন : ১৯৪৬ চনৰ ১৯ মাৰ্চত কেবিনেট আয়োগক ভাৰতলৈ কিয় প্ৰেৰণ কৰা হৈছিল?

উত্তৰ : ক্ষমতাৰ হস্তান্তৰকৰণৰ বাবে সাংবিধানিক ব্যৱস্থা গ্ৰহণাৰ্থে।

৩৩) প্ৰশ্ন : গান্ধী যুগৰ প্ৰাৰম্ভিক কালছোৱাত সৰোজিনি নাইডুৱে ‘হিন্দু-মুছলমান একতাৰ ৰাষ্ট্ৰ্দূত’ বুলি অভিহিত কৰা ব্যক্তিজনৰ নাম কি?

উত্তৰ : মহম্মদ আলি জিন্না।

৩৪) প্ৰশ্ন : ঐতিহাসিক ভাৰত ত্যাগ আন্দোলন গান্ধীজীয়ে কেতিয়া আৰু ক’ৰ পৰা আৰম্ভ কৰিছিল?

উত্তৰ : ১৯৪২ চনৰ ৮ আগষ্টত, বোম্বাইৰ পৰা।

৩৫) প্ৰশ্ন : ভাৰতলৈ কেবিনেট মিছ্ন কেতিয়া আৰু কাৰ নেতৃত্বত প্ৰেৰণ কৰা হৈছিল?

উত্তৰ : ১৯৪৬ ৰ মাৰ্চ মাহত আৰু ইয়াৰ নেতৃত্ব লৈছিল লৰ্ড পেথিক লৰেন্সে।

৩৬) প্ৰশ্ন : ১৯৪৭ চনত ভাৰতবৰ্ষক ভাৰত আৰু পাকিস্তান নামৰ দুখন পৃথক দেশলৈ বিভাজন কৰা সম্পৰ্কে কোনে ঘোষণা কৰিছিল?

উত্তৰ : ভাৰতৰ তেতিয়াৰ ভাইচৰয় লৰ্ড মাউন্টবেটেনে।

৩৭) প্ৰশ্ন : বৃটিছ সংসদে স্বাধীনতা আইন কেতিয়া প্ৰৱৰ্তন কৰিছিল?

উত্তৰ : ১৯৪৯ চনৰ জুলাইত।

৩৮) প্ৰশ্ন : ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেলজনৰ নাম কি?

উত্তৰ : চি ৰাজাগোপালাচাৰী।

ASSAM GK IN ASSAMESE LANGUAGE I আধুনিক ভাৰতৰ সাধাৰণ জ্ঞান-2023

৩৯) প্ৰশ্ন : ইষ্ট ইন্ডিয়া কোম্পানী কেতিয়া স্থাপিত হৈছিল?

উত্তৰ : ১৬০০ খ্ৰীষ্টাব্দত।

৪০) প্ৰশ্ন : ভাৰতবৰ্ষত ‘স্বত্ব বিলোপ নীতি’ কোনে প্ৰৱৰ্তন কৰিছিল।

উত্তৰ : লৰ্ড ডেলহাউচি।

৪১) প্ৰশ্ন : ভাৰত এচ’ছিয়েচন কেতিয়া গঠন হৈছিল?

উত্তৰ : ১৮৭৬ খ্ৰীষ্টাব্দত।

৪২) প্ৰশ্ন : চৌৰা-চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল?

উত্তৰ : ১৯২১ চনত।

৪৩) প্ৰশ্ন : আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল?

উত্তৰ : ১৯৩০ চনত।

৪৪) প্ৰশ্ন : স্বামী ৰামকৃষ্ণ পৰমহংসৰ প্ৰধান শিষ্যজনৰ নাম কি?

উত্তৰ : স্বামী বিবেকানন্দ।

৪৫) প্ৰশ্ন : ‘জয়হিন্দ’ আৰু ‘দিল্লী চলো’ শ্লোগান দুটা প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল?

উত্তৰ : সুভাষ চন্দ্ৰ বসু।

৪৬) প্ৰশ্ন : জালিয়ানৱালাবাগ হত্যাকাণ্ড ক’ত সংঘটিত হৈছিল?

উত্তৰ : অমৃতসৰ।

৪৭) প্ৰশ্ন : কাৰ শাসনৰ সময়ত ভাৰতীয় অসামৰিক সেৱা আৰম্ভ হৈছিল?

উত্তৰ : লৰ্ড কৰ্ণৱালিজৰ শাসনৰ সময়ত।

৪৮) প্ৰশ্ন : সীমান্ত গান্ধী বুলি কাক জনা যায়।

উত্তৰ : খান আব্দুল গফৰ খান।

৪৯) প্ৰশ্ন : ৰাষ্ট্ৰসংঘ পৰিষদত সভাপতিত্ব কৰা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তিৰ নাম কি?

উত্তৰ : বিজয়ালক্ষ্মী পন্ডিত।

৫০) প্ৰশ্ন : কোনে পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিছিল?

উত্তৰ : পন্ডিত জৱাহাৰলাল নেহেৰু।

৫১) প্ৰশ্ন : ভাৰতবৰ্ষত সৰ্বপ্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৯৫২ চনত।

ASSAM GK IN ASSAMESE LANGUAGE I আধুনিক ভাৰতৰ সাধাৰণ জ্ঞান-2023

৫২) প্ৰশ্ন : উচ্চ শিক্ষাৰ বাবে ইংৰাজী মাধ্যমৰ কোনে পোষকতা কৰিছিল?

উত্তৰ : লৰ্ড মেক’লে।

৫৩) প্ৰশ্ন : আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ : স্বামী দয়ানন্দ সৰস্বতী।

৫৪) প্ৰশ্ন : ভাৰতবৰ্ষৰ অন্তিমজন ভাইচৰয় কোন আছিল?

উত্তৰ : লৰ্ড মাউন্টবেটেন।

৫৫) প্ৰশ্ন : ১৮৫৭ চনৰ বিদ্ৰোহত ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া সাহসী ৰাণীগৰাকীৰ নাম কি আছিল?

উত্তৰ : ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ।

৫৬) প্ৰশ্ন : কোনটো ঘটনা বিফল হোৱাৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল?

উত্তৰ : ক্ৰিপছ মিছ্ন।

৫৭) প্ৰশ্ন : কোনখন আইনে ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে নিৰ্বাচন বিধি প্ৰৱৰ্তন কৰিছিল?

উত্তৰ : ১৯০৯ চনৰ ভাৰতীয় পৰিষদ আইন।

৫৮) প্ৰশ্ন : মহাত্মা গান্ধীৰ কোনবিধ সামগ্ৰী দাণ্ডি যাত্ৰাৰ লগত জড়িত?

উত্তৰ : নিমখ।

৫৯) প্ৰশ্ন : মাৰ্গাৰেট এলিজাবেথ ন’বেলক কোনে ‘নিবেদিতা’ আখ্যা দিছিল?

উত্তৰ : স্বামী বিবেকানন্দ।

৬০) প্ৰশ্ন : বৃটিছসকলক ভাৰতৰ পৰা বহিষ্কাৰ কৰিবলৈ কোনজন ভাৰতীয় ৰজাই নেপোলিয়নৰ ওচৰত সাহায্য বিচাৰিছিল?

উত্তৰ : টিপু চুলতান।

৬১) প্ৰশ্ন : তিনিওখন ঘূৰণীয়া মেজমেলত উপস্থিত থকা ব্যক্তিগৰাকী কোন?

উত্তৰ : ড° বি আৰ আম্বেদকাৰ।

৬২) প্ৰশ্ন : মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল?

উত্তৰ : ২ অক্টোবৰ, ১৮৭৯।

৬৩) প্ৰশ্ন : ভাৰত ত্যাগ আন্দোলনৰ মূল নেতা কোন আছিল?

উত্তৰ : মহাত্মা গান্ধী।

৬৪) প্ৰশ্ন : ভাৰতে কেতিয়া স্বাধীনতা লাভ কৰে?

উত্তৰ : ১৫ আগষ্ট, ১৯৪৭।

৬৫) প্ৰশ্ন : ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল?

উত্তৰ : ক্লিমেন্ট এটলী।

ASSAM GK IN ASSAMESE LANGUAGE I আধুনিক ভাৰতৰ সাধাৰণ জ্ঞান-2023

৬৬) প্ৰশ্ন : জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ পিছত গান্ধীয়ে কি আন্দোলন আৰম্ভ কৰিছিল?

উত্তৰ : অসহযোগ আন্দোলন।

৬৭) প্ৰশ্ন : ভাৰতত ‘ৰাজপথ’ নিৰ্মাণৰ সূচনা কৰা প্ৰথম বৃটিছ গৱৰ্ণৰ-জেনেৰেলজনৰ নাম কি?

উত্তৰ : লৰ্ড ডেলহাউচি।

৬৮) প্ৰশ্ন : স্বামী বিবেকানন্দই অংশ গ্ৰহণ কৰা বিশ্ব ধৰ্মৰ প্ৰ্সিদ্ধ সভাখন ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰ : চিকাগোত।

৬৯) প্ৰশ্ন : কোন চনত পণ্ডিত জৱাহৰলাল নেহৰুক ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত কৰা হৈছিল।

উত্তৰ : ১৯৩৬।

ASSAM GK IN ASSAMESE LANGUAGE I আধুনিক ভাৰতৰ সাধাৰণ জ্ঞান-2023

Tags-
ভাৰত কুইজ 2023
প্ৰাচীন ভাৰতৰ ইতিহাস pdf
ভাৰতৰ সাধাৰণ জ্ঞান ২০২২
ভাৰতৰ ইতিহাস Book
আধুনিক ভাৰতৰ ইতিহাস
ভাৰতৰ ইতিহাস কুইজ
ভাৰত বুৰঞ্জী pdf download
মধ্য যুগৰ ভাৰতৰ ইতিহাস pdf
মধ্য যুগৰ ভাৰতৰ ইতিহাস pdf
ভাৰতৰ ইতিহাস Book
আধুনিক ভাৰতৰ ইতিহাস
ভাৰতৰ ইতিহাস কুইজ
প্ৰাচীন ভাৰতৰ সাহিত্যিক সমল সমূহৰ বিষয়ে আলোচনা কৰা
ভাৰত বুৰঞ্জী pdf download
অসমৰ ইতিহাস pdf
ভাৰতৰ ইতিহাস ba 1st semester honors answer
সাধাৰণ জ্ঞান 2023 pdf
অসম কুইজ 2023
অসমৰ সাধাৰণ জ্ঞান ২০২২
কুইজ প্ৰশ্ন উত্তৰ 2023
বিশ্ব কুইজ ২০২৩
সাধাৰণ জ্ঞান অসম
ভাৰত কুইজ 2023
সাধাৰণ জ্ঞান চতুৰ্থ শ্ৰেণীৰ

Previous Post Next Post