ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023

Assam GK Quiz - General Knowledge Questions and Answers in Assamese Language

ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023

ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023

            নমস্কাৰ বন্ধু-বান্ধৱীসকলআশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “ গুৰুত্বপূৰ্ণ অসম কুইজ” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। ASSAM GK IN ASSAMESE LANGUAGE বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষাঅসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ ASSAM GK IN ASSAMESE LANGUAGE সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰকযাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে I
ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023

  • শৰাইঘাট যুদ্ধ হৈছিল  ১৬৭১ চনত
  • ইটাখুলি ৰণ হৈছিল ১৬৮২ চনত
  • ১৯৪৮ চনত প্ৰতিষ্ঠা হৈছিল গুৱাহাটী বিশ্ববিদ্যালয় ।
  • ১৮২৩ চনত অসমত চাহ আবিষ্কাৰ হৈছিল
  • ১৯২০ চনত অসহযোগ আন্দোলন ।
  • ১৯৬১ চনত অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিছিল।
  • ১৮৮২ চনত অসমত ৰেলসেৱা প্ৰৱতন কৰা হয় । 
  • ১৯১২ চনত টাইটানিক জাহাজ ডুব গৈছিল ।
  • ১৯৭০ চনত গুৱাহাটী ত চাহ বিক্ৰী উদ্যোগ প্ৰতিষ্ঠা  হৈছিল।                   
  • ২০০৩ চনত B.T.C  গঠন হয়।
  • ২০১৫ চনত নিটি আয়োগ গঠন হৈছিল।
  • ১৯৫২ চনত বড়ো সাহিত্য সভা গঠন হৈছিল
  • ১৯৭৩ চনত অসমৰ ৰাজধানী দিচপুৰত স্থাপন হয়।

ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023

  • ১৯৩৪ চনত অ মোৰ আপোনাৰ দেশক ৰাজ্যিক গীত হিচাপে স্বীকৃতি হয়।
  • ১৯৮২ চনত NABARD প্ৰতিষ্ঠা হয়।
  • ১৯৫৪ চনত নিৰ্বাচিত আয়োগ গঠন হয়
  • ১৯৪৮ চনত গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা হয়
  • ১৯৬৪ চনত IDBI বেংক প্ৰতিষ্ঠা হয়।
  • ১৯৭১ চনত অসমত কাগজ কল স্থাপন হয়।
  • ১৫২৬ চনত পানিপথৰ প্ৰথম যুদ্ধ হয়।
  • ১৫৫৬ চনত পানীপথৰ দ্বিতীয় যুদ্ধ ।
  • ১৭৬১ চনত পানীপথৰ ৩য় যুদ্ধ ।
  • ২৩. ১৯১৭ চনত অসম সাহিত্য সভা গঠন হয়।
  • ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলন৷ 
  • ১৯৩৫ চনত জয়মতী ছবি মুক্তি লাভ কৰে। ( *নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালাৰ* )
  • ১৯১৩ চনত ৰবীন্দ্ৰনাথৰ ঠাকুৰক নবেল বঁটা প্ৰদান কৰা হয় ।
  • ১৭৫৭ চনত প্লাচিৰ যুদ্ধ আৰম্ভ হয়।
  • ১৮৮৯ চনত জোনাকী আলোচনী প্ৰকাশ হয়।
  • ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধনী সভা গঠন হয়।
  • ১৬৬২ চনত মিৰজুমলাৰ অসম আক্ৰমণ কৰে।
  • ১৮৩৭ চনত অসমত বাংলা ভাষাৰ প্ৰচলন হয়।
  • ১৮৭৩ চনত বাংলা ভাষাৰ ঠাইত অসমীয়া ভাষা পুনৰ প্ৰচলন হয়।
  • ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় গঠন হয়।

ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023

  • ১৯০৫ চনত অসম এছচিয়েচনৰ প্ৰথম অধিবেশন ।
  • ১৯৬৮ চনত শিলচৰ মেডিকেল কলেজ স্থাপন হয়।
  • ১৮৮৪ চনত যোৰহাট সাৰ্বজনিক সভা গঠন ।

Tags-
Assamese gk question answer 2023
অসমীয়া কুইজ ২০২৩
কুইজ প্ৰশ্ন উত্তৰ 2023
বিশ্ব কুইজ ২০২৩
সাধাৰণ জ্ঞান 2023 pdf
Current affairs 2023 in Assamese language
Assam Current Affairs 2023 PDF in Assamese
ভাৰত কুইজ 2023
বিশ্ব কুইজ ২০২৩
কুইজ প্ৰশ্ন উত্তৰ 2023
সাধাৰণ জ্ঞান 2023 pdf
অসমীয়া কুইজ ২০২২
কুইজ তৃতীয় শ্ৰেণীৰ
অসমীয়া সাহিত্যৰ কুইজ
খেলৰ কুইজ ২০২৩
ভাৰত কুইজ 2023

Previous Post Next Post