কোন তাৰিখে কি দিৱস পালন কৰা হয় : List of Important Days & Dates-2023

Assam GK Quiz - General Knowledge Questions and Answers in Assamese Language

কোন তাৰিখে কি দিৱস পালন কৰা হয় : List of Important Days & Dates-2023 ASSAM GK IN ASSAMESE LANGUAGE 

ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023

        কোন তাৰিখে কি দিৱস পালন কৰা হয় : List of Important Days & Dates

        নমস্কাৰ বন্ধু-বান্ধৱীসকলআশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “ কোন তাৰিখে কি দিৱস পালন কৰা হয় : List of Important Days & Dates” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। ASSAM GK IN ASSAMESE LANGUAGE বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষাঅসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ ASSAM GK IN ASSAMESE LANGUAGE সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰকযাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে I

List of Important Days

১ জানুৱাৰীত জনতাৰ দিৱস।

 

৭জানুৱাৰী শিল্পী দিৱস।

 

৮ জানুৱাৰী আফ্ৰিকান নেচনেল কংগ্ৰেছ প্ৰতিষ্ঠা দিৱস।

 

৯ জানুৱাৰী প্ৰবাসী ভাৰতীয় দিৱস।

 

১০ জানুৱাৰী বিশ্ব হাস্য দিৱস।

 

১১ আনুৱাৰী লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যু দিৱস।

 

১২ জানুৱাৰী বিবেকামমদ জয়ন্তী, ৰাষ্ট্ৰীয় যুৱ দৱস।

 

১৫ জানুৱাৰী সেনা দিৱস।

কোন তাৰিখে কি দিৱস পালন কৰা হয় : List of Important Days & Dates


 

২১ জানুৱাৰী মেঘালয়, মণিপুৰ, ত্ৰিপুৰা দিৱস।

 

২৩ জানুৱাৰী নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম দিৱস।

 

২৫ জানুৱাৰী ৰাষ্ট্ৰীয় পৰ্যটন দিৱস।

 

২৬ জানুৱাৰী ভাৰতৰ গণতন্ত্ৰ দিৱস।

 

৩০ জানুৱাৰী শ্বহীদ দিৱস।

 

২ ফেব্ৰুৱাৰী শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় দিৱস।

 

৮ ফেব্ৰুৱাৰী বিদ্যাৰ্থী দিৱস।

 

১৩ ফেব্ৰুৱাৰী সৰোজনী নাইডু জন্ম দিৱস।

 

২০ ফেব্ৰুৱাৰী অৰুণাচল আৰি মিজোৰাম দিৱস।

 

২২ ফেব্ৰুৱাৰী চিন্তন দিৱস।

 

২৪ ফেব্ৰুৱাৰী কেন্দ্ৰীয় আবকাৰী দিৱস।

 

২৮ ফেব্ৰুৱাৰী ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস।

কোন তাৰিখে কি দিৱস পালন কৰা হয় : List of Important Days & Dates


 

৩ মাৰ্চ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা দিৱস।

 

৪ মাৰ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা দিৱস।

 

৮ মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস।

 

১২ মাৰ্চ বিশ্ব বৃক্ক দিৱস।

 

১৫ মাৰ্চ বিশ্ব প্ৰতিবন্ধী / বিশ্ব গ্ৰাহক অধিকাৰ দিৱস।

 

১৬ মাৰ্চ ৰাষ্ট্ৰীয় ছিটা দিৱস।

 

২১ মাৰ্চ বিশ্ব বন দিৱস দিৱস।

 

২২ মাৰ্চ বিশ্ব জল দিৱস/বনৌষধি উদ্ভিদ দিৱস।

 

২৩ মাৰ্চ বিশ্ব বতৰ বিজ্ঞান দিৱস।

 

২৪ মাৰ্চ বিশ্ব যক্ষ্মা দিৱস।

 

২৬ মাৰ্চ বাংলাদেশ মুক্তি দিৱস।

 

২৭ মাৰ্চ বিশ্ব থিয়েটাৰ দিৱস।

 

১ এপ্ৰিল উৰিষ্যা দিৱস।

কোন তাৰিখে কি দিৱস পালন কৰা হয় : List of Important Days & Dates


 

৪ এপ্ৰিল আন্তৰ্জাতিক খনি সজাগতা দিৱস।

 

৫ এপ্ৰিল ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস।

 

৭ এপ্ৰিল আলফাৰ প্ৰতিষ্ঠা দিৱস/বিশ্ব স্বাস্থ্য দিৱস।

 

১৩ এপ্ৰিল জালিৱানৱালাবাগ দিৱস।

 

১৫ এপ্ৰিল আন্তৰ্জাতিক গ্ৰন্থাগাৰিক দিৱস।

 

১৭ এপ্ৰিল বিশ্ব হোমাফিলিয়া দিৱস।

 

১৮ এপ্ৰিল বিশ্ব ঐতিহ্য দিৱস।

 

২২ এপ্ৰিল ধৰিত্ৰী দিৱস।

 

২৩ এপ্ৰিল বিশ্ব গ্ৰন্থ দিৱস, বিশ্ব কপি স্বত্ত্ব দিৱস।

 

২৪ এপ্ৰিল মানৱ একতা দিৱস।

 

২৬ এপ্ৰিল জনজাগৰণ দিৱস।

 

২৯ এপ্ৰিল আন্তৰ্জাতিক নৃত্য দিৱস।

 

১ মে -মে দিৱস/আন্তৰ্জাতিক শ্ৰমিক দিৱস।

 

৩ মে সংবাদ পত্ৰৰ স্বাধীনতা/বিশ্ব এজমা দিৱস।

 

৮ মে ৰেডক্ৰছ দিৱস।

 

৯ মে বিশ্ব থেলাছ্মিয়া দিৱস।

 

১১ মে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস।

 

১২ মে বিশ্ব নাৰ্ছ দিৱস।

কোন তাৰিখে কি দিৱস পালন কৰা হয় : List of Important Days & Dates


 

১৩ মে ৰাষ্ট্ৰীয় সংহতি দিৱস।

 

১৫ মে আন্তৰ্জাতিক পৰিয়াল দিৱস।

 

১৭ মে আন্তৰ্জাতিক সমাজ দিৱস, বিশ্বৰ দূৰ সংযোগ দিৱস।

 

২৯ মে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ আন্তৰ্জাতিক দিৱস।

 

৩১ মে বিশ্ব ধূমপান বিৰোধী দিৱস।

 

৪ জুন আন্তৰ্জাতিক শিশু নিৰ্যাতন বিৰোধী দিৱস।

 

৫ জুন বিশ্ব পৰিৱেশ দিৱস।

 

১২ জুন বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস।

 

১৪ জুন বিশ্ব ৰক্তদাতা দিৱস।

 

১৮ জুন বিশ্ব বনভোজ দিৱস।

 

২০ জুন বিশ্ব শৰণাৰ্থী দিৱস/ৰাভা দিৱস।

 

২১ জুন বিশ্ব সংগীত দিৱস।

 

২৬ জুন বিশ্ব ড্ৰাগছ দিৱস।

 

১ জুলাই চিকিৎসক দিৱস।

কোন তাৰিখে কি দিৱস পালন কৰা হয় : List of Important Days & Dates


 

৭ জুলাই আন্তৰ্জাতিক সমবায় দিৱস।

 

১০ জুলাই ৰাষ্ট্ৰীয় মৎস্য কৃষক দিৱস।

 

১১ জুলাই বিশ্ব জনসংখ্যা দিৱস।

 

১৮ জুলাই নেলচন মেণ্ডেলা আন্তৰ্জাতিক দিৱস।

 

৬ আগষ্ট বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস

 

৯ আগষ্ট ভাৰত ত্যাগ আন্দোলন দিৱস।

 

১২ আগষ্ট আন্তৰ্জাতিক যুৱ দিৱস ।

 

১৫ আগষ্ট ভাৰতৰ স্বাধীনতা দিৱস।

 

২০ আগষ্ট সদ্ভাৱনা দিৱস।

 

২৩ আগষ্ট ক্ৰীতদাস ব্যৱসায়ৰ বিলোপ সাধনৰ আন্তৰ্জাতিক দিৱস।

 

২৯ আগষ্ট ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস, সংস্কৃত দিৱস।

 

২ ছেপ্তেম্বৰ নাৰিকল দিৱস।

 

৫ ছেপ্তেম্বৰ শিক্ষক দিৱস।

 

৮ ছেপ্তেম্বৰ আন্তৰ্জাতিক স্বাক্ষৰতা দিৱস।

 

১৪ ছেপ্তেম্বৰ হিন্দী দিৱস।

 

১৫ ছেপ্তেম্বৰ অভিযন্তা দিৱস।

 

১৬ ছেপ্তেম্বৰ অ’জন স্তৰ সংৰক্ষণ দিৱস।

 

২১ ছেপ্তেম্বৰ ৰাষ্ট্ৰসংঘৰ শান্তি আৰু অহিংসা দিৱস।

কোন তাৰিখে কি দিৱস পালন কৰা হয় : List of Important Days & Dates


 

২৬ ছেপ্তেম্বৰ বিশ্ব বধিৰ দিৱস।

 

২৭ ছেপ্তেম্বৰ বিশ্ব পৰ্যটন দিৱস।

 

১ অক্টোবৰ বিশ্ব সংগীত দিৱস।

 

২ অক্টোবৰ গান্ধী জয়ন্তী।

 

৩ অক্টোবৰ বিশ্ব প্ৰকৃতি দিৱস।

 

৪ অক্টোবৰ বিশ্ব পশু কল্যাণ দিৱস।

 

৮ অক্টোবৰ ভাৰতীয় বায়ুসেনা দিৱস।

 

৯ অক্টোবৰ বিশ্ব ডাকঘৰ দিৱস।

 

১০ অক্টোবৰ বিশ্ব ডাক দিৱস।

 

১৪ অক্টোবৰ বিশ্বমান দিৱস।

 

১৬ অক্টোবৰ বিশ্ব খাদ্য দিৱস।

 

১৭ অক্টোবৰ অসম ক্ৰীড়া দিৱস।

 

২০ অক্টোবৰ ৰাষ্ট্ৰীয় একতা দিৱস/ বিশ্ব পৰিসংখ্যা দিৱস।

 

২৪ অক্টোবৰ ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা দিৱস ।

 

২৫ অক্টোবৰ বিশ্ব শন্তি দিৱস।

 

২৯ অক্টোবৰ বিশ্ব ষ্ট্ৰোক দিৱস।

 

৩০ অক্টোবৰ বিশ্ব মিতব্যয়িতা দিৱস।

কোন তাৰিখে কি দিৱস পালন কৰা হয় : List of Important Days & Dates


 

৩১ অক্টোবৰ ৰাষ্ট্ৰীয় সংহতি দিৱস।

 

৯ নৱেম্বৰ আইন সেৱা দিৱস।

 

১০ নৱেম্বৰ বিশ্ব বিজ্ঞান দিৱস।

 

১৪ নৱেম্বৰ শিশু দিৱস ।

 

১৬ নৱেম্বৰ বিশ্ব খাদ্য দিৱস।

 

১৭ নৱেম্বৰ বাট-পথত ক্ষতিগ্ৰস্ত হোৱা সকলৰ বিশ্ব স্মৰণ দিৱস।

 

১৯ নৱেম্বৰ কৌমি একতা দিৱস, নাগৰিক দিৱস, সংহতি দিৱস।

 

২০ নৱেম্বৰ বিশ্ব শিশু অধিকাৰ দিৱস, সংখ্যালঘু কল্যাণ দিৱস।

 

২১ নৱেম্বৰ বিশ্ব টেলিভিছন দিৱস।

 

২৫ নৱেম্বৰ আন্তৰ্জাতিক নাৰী নিৰ্যাতন বিৰোধী দিৱস।

 

২৬ নৱেম্বৰ আইন দিৱস।

 

১ ডিচেম্বৰ বিশ্ব এইডছ্‌ দিৱস।

 

২ ডিচেম্বৰ বিৰোধী দিৱস, সীমান্ত নিৰাপত্তা বাহিনী দিৱস

 

৩ ডিচেম্বৰ বিশ্ব প্ৰতিবন্ধী দিৱস।

 

৪ ডিচেম্বৰ নৌ সেনা দিৱস।

 

৫ ডিচেম্বৰ আন্তৰ্জাতিক স্বেচ্ছাসেৱী দিৱস।

 

৭ ডিচেম্বৰ আন্তৰ্জাতিক অসামৰিক বিমান পৰিবহন দিৱস। 

 

৯ ডিচেম্বৰ আন্তৰ্জাতিক দুৰ্নীতি নিবাৰণ দিৱস।

 

১০ ডিচেম্বৰ মানৱ অধিকাৰ দিৱস/শ্বহীদ দিৱস।

 

১১ ডিচেম্বৰ আন্তৰ্জাতিক গিৰি দিৱস।

কোন তাৰিখে কি দিৱস পালন কৰা হয় : List of Important Days & Dates


 

১৪ ডিচেম্বৰ পতাকা দিৱস।

 

১৮ ডিচেম্বৰ আন্তৰ্জাতিক প্ৰব্ৰজনকাৰী দিৱস, দলিত অধিকাৰ দিৱস।

 

২৩ ডিচেম্বৰ কৃষক দিৱস।

 

২৬ ডিচেম্বৰ অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস। 

 

Tags-
List of Important Days & Dates-2023
list of important days in 2023 in india
important days in 2023 pdf
List of important days & dates 2023 pdf
List of important days & dates 2023 in india
List of important days & dates 2023 for competitive exams
50 important days of india
list of important days in india pdf
list of special days
list of important days in india pdf
list of important days in 2023
List of important days & dates 2023 in india upsc
List of important days & dates 2023 in india pdf
important days in 2023 pdf
50 important days of india
important days in february 2023 in india
world international days list 2023 pdf

Previous Post Next Post