78 Most Important GK for all Assam Job -2023

 78 Most Selective Gk Questions for all Assam Govt. Exam - 4 June, 2023 | Assam govt Exam GK Quiz 2023 | Gk for Govt. Exam | Grade 111 & IV Gk | DHS

Exam 2023 Most Important GK | Assam Gk question Answer 2023 | Assam Direct Recuriment Grade 111 & IV Most Important Questions 2023 | Current Affiars for Assam Govt. Exam

78 Most Important GK for all Assam Job -2023

১) প্ৰশ্ন : ভাৰতবৰ্ষৰ কোনটো সংস্থাত বিশ্বৰ ভিতৰত সৰ্বাধিক কৰ্মচাৰী নিয়োজিত হৈ আছে?

উত্তৰ : ভাৰতীয় ৰে’লৱেত।

২) প্ৰশ্ন : বিশ্বৰ বৃহত্তম আবৃত প্লেটফৰ্ম ভাৰতবৰ্ষৰ কোনটো ৰে’ল ষ্টেচনত আছে?

উত্তৰ : শিয়ালদাহ ষ্টেচন।

৩) প্ৰশ্ন : ভাৰতীয় অসামৰিক সেৱাৰ উচ্চতম পদটো কি?

উত্তৰ : কেবিনেট সচিব।

৪) প্ৰশ্ন : কোনজন বিখ্যাত কবিয়ে তবলা আৱিস্কাৰ কৰা বুলি কোৱা হয়?

উত্তৰ : আমিৰ খুছৰু।

৫) প্ৰশ্ন : ভাৰতীয় সাহিত্য জগতত কোনটো নামেৰে ধনপত ৰায় শ্ৰীবাস্তৱ সুপৰিচিত?

উত্তৰ : মুন্সী প্ৰেমচান্দ।

GK for all Assam Job

78 Most Important GK for all Assam Job -2023

৬) প্ৰশ্ন : ভাৰতবৰ্ষত খাকী পোছাক কেতিআৰ পৰা প্ৰচলন হয়?

উত্তৰ : ১৮৪৬ চনৰ ডিচেম্বৰত।

৭) প্ৰশ্ন : সকলো মেলাৰ মাতৃ হিচাপে বিবেচনা কৰা এখন মেলা প্ৰতি চাৰি বছৰৰ মূৰে মূৰে ভাৰতত অনুষ্ঠিত হয়। এই মেলাখনৰ নাম কি?

উত্তৰ : কুম্ভমেলা।

৮) প্ৰশ্ন : ‘সাহিত্য অকাডেমী বঁটা’ প্ৰাপ্ত প্ৰথম মহিলা গৰাকী কোন?

উত্তৰ : অমৃতা প্ৰীতম।

৯) প্ৰশ্ন : ১৯৬৭ চনত পোনপ্ৰথমবাৰৰ বাবে কোনজন কানাড়া লিখকে সন্মানীয় ‘জ্ঞানপীঠ’ বঁটা লাভ কৰে?

উত্তৰ : কে ভি পুত্তান্না।

১০) প্ৰশ্ন : ১৯৯৩ চনত ‘শ্ৰেষ্ঠ প্ৰথম গ্ৰন্থ’ৰ শাখাত কোনে কমনৱেলথ বঁটা অৰ্জন কৰে?

উত্তৰ : গীথা হৰিহৰণ।

১১) প্ৰশ্ন : ‘দি ইনহেৰিটেঞ্চ অব লছ’ নামৰ গ্ৰন্থখনৰ বাবে ২০০৬ বৰ্ষৰ মেন বুকাৰ বঁটা অৰ্জন কৰা লিখকজনৰ নাম কি?

উত্তৰ : কিৰণ দেশাই।

১২) প্ৰশ্ন : বুকাৰ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় কোন?

উত্তৰ : অৰুন্ধতী ৰায়।

১৩) প্ৰশ্ন : ১৯৬৮ চনত ভাৰতীয় ‘দো ছাত্তানেন’ উপন্যাসৰ বাবে কোনজন বিখ্যাত গ্ৰন্থকাৰে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

উত্তৰ : হৰিবংশ ৰায় বচ্চন।

১৪) প্ৰশ্ন : সৰ্বপ্ৰথম কোনজন উৰ্দু কবিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল?

উত্তৰ : ফিৰাক গোৰখপুৰী।

78 Most Important GK for all Assam Job -2023

১৫) প্ৰশ্ন : ‘মহাকবি জি’ নামেৰে খ্যাত কোনজন গ্ৰন্থকাৰে ‘ওটাকোজে’(বাঁহী) নামৰ গ্ৰন্থখনৰ বাবে ১৯৬৪ চনত জ্ঞানপীঠ বঁটা অৰ্জন কৰিছিল?

উত্তৰ : জি শংকৰা কুৰুপ।

১৬) প্ৰশ্ন : সুমিত্ৰ নন্দন পান্টে কোনখন গ্ৰন্থৰ বাবে ১৯৬৮ চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল?

উত্তৰ : চিদাম্বৰা (হিন্দী)

১৭) প্ৰশ্ন : ভাৰতীয় ফুটবল ফেডাৰেচন কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰ : ১৯৩৭ চনত।

১৮) প্ৰশ্ন : কোনজন ভাৰতীয় ক্ৰিকেটাৰে পোনপ্ৰথমবাৰৰ বাবে ১০০ টা উইকেট দখল কৰিছিলতক?

উত্তৰ : কপিল দেৱ।

১৯) প্ৰশ্ন : কোনবিধ খেলত লিয়েণ্ডাৰ পেজৰ মাতৃ জেনিফাৰ পেজে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল?

উত্তৰ : বাস্কেটবল।

২০) প্ৰশ্ন : ১৯৭৬ চনত অনুষ্ঠিত এছিয়ান গেমছত এটি সোণৰ পদক অৰ্জন কৰাৰ লগে লগে এছিয়ান গেমছত সোণৰ পদক পোৱা প্ৰথমজন ভাৰতীয়ত পৰিণত হয় ৰণধীৰ সিং নামৰ খেলুৱৈজন। তেওঁ কোনবিধ খেল খেলি এই পদক অৰ্জন কৰিছিল?

উত্তৰ : শ্বুটিং।

২১) প্ৰশ্ন : কোনগৰাকী ভাৰতীয় এথলীটক ‘সোণালী ছোৱালী’ বুলি জনাযায়?

উত্তৰ : পি টি উষা।

২২) প্ৰশ্ন : পোন প্ৰথমবাৰৰ বাবে কোন চনত দিল্লীত এছিয়ান গেমছ অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৯৫১ চনত।

২৩) প্ৰশ্ন : বিশ্ব অপেছাদাৰী বিলিয়াৰ্ড খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয়ৰ নাম কি?

উত্তৰ : উইলছন জনছ।

২৪) প্ৰশ্ন : শচীন তেনণ্ডুলকাৰৰ জীৱনীমূলক গ্ৰন্থ তেওঁৰ ভাতৃ অজিত তেণ্ডুলকাৰে লিখিছে। গ্ৰন্থখনৰ নাম কি?

উত্তৰ : মেকিং অৱ এ ক্ৰিকেটাৰ।

78 Most Important GK for all Assam Job -2023

২৫) প্ৰশ্ন : দিল্লীৰ পৰা এলাহাবাদলৈ গান্ধীজীৰ চিতাভষ্ম কঢ়িয়াই নিয়া ৰে’লখনৰ বিশেষত্ব কি আছিল?

উত্তৰ : এই ৰেলখনত প্ৰথম শ্ৰেণীৰ দবা নাছিল। এনেদৰে মহাত্মা গান্ধীৰ প্ৰতি সন্মান দেখুওৱা হৈছিল। জীৱনত কেতিয়াও প্ৰথম শ্ৰেণীৰ দবাত ভ্ৰমণ নকৰা মহাত্মা গান্ধীলৈ এনেদৰেই সন্মান যচা হৈছিল।

২৬) প্ৰশ্ন : ১৯৮৯ চনত সুনীতা লাহা কোনবিধ খেলত সৰ্বপ্ৰথম ভাৰতীয় বিশ্ব চেম্পিয়ন হৈছিল?

উত্তৰ : শক্তি উত্তোলন।

২৭) প্ৰশ্ন : ভাৰতৰ কোনজন বিখ্যাত হকী খেলুৱৈৰ উপনাম ‘হকীৰ যাদুকৰ’?

উত্তৰ : ধ্যানচান্দ।

২৮) প্ৰশ্ন : ‘চানি ডেজ’ নামৰ বিখ্যাত গ্ৰন্থখন কোনে লিখিছে?

উত্তৰ : সুনীল গাভাস্কাৰ।

২৯) প্ৰশ্ন : ভাৰতৰ শীৰ্ষস্থানীয় বাণিজ্যিক আৰু ঔদ্যোগিক অঞ্চল হিচাপে খ্যাত প্ৰথম মেট্ৰো চহৰখনৰ নাম কি?

উত্তৰ : মুম্বাই।

৩০) প্ৰশ্ন : ভাৰতবৰ্ষৰ প্ৰথমটো সম্প্ৰ্চাৰ কেন্দ্ৰ কেতিয়া আৰু ক’ত মুকলি কৰা হৈছিল?

উত্তৰ : ১৯২৭ চনত মুম্বাই।

৩১) প্ৰশ্ন : আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডাক টিকটত মুখাৱয়ৱ থকা প্ৰথমগৰাকী ভাৰতীয়ৰ নাম কি?

উত্তৰ : মহাত্মা গান্ধী।

৩২) প্ৰশ্ন : বিশ্ববিদ্যালয় অনুদান আয়োগ (University Grants Commission) কিমান চনত স্থাপন কৰা হৈছিল?

উত্তৰ : ১৯৫৩ চনত।

৩৩) প্ৰশ্ন : ৰৃপী (টকা)শব্দটো সংস্কৃত শব্দ ‘ৰৃপ্য’ৰ পৰা উদ্ধুত হৈছে। ‘ৰৃপ্য’ শব্দটোৰ আক্ষৰিক অৰ্থ কি?

উত্তৰ : ৰট ছিলভাৰ বা পিটা ৰৃপ।

৩৪) প্ৰশ্ন : ‘আই ডেয়াৰ’ ভাৰতৰ কোনজন যশস্বী ব্যক্তিৰ আত্মজীৱনী?

উত্তৰ : কিৰণ বেদী।

78 Most Important GK for all Assam Job -2023

৩৫) প্ৰশ্ন : ইউনেস্কই কোনটো ভাৰতীয় মিটাৰ গজ ৰে’লৱেক বিশ্বৰ পৰম্পৰা স্থলী হিচাপে স্বীকৃতি প্ৰদান কৰিছে?

উত্তৰ : দাৰ্জিলিং-হিমালয় ৰে’লৱে।

৩৬) প্ৰশ্ন : ভাৰতৰ ড° এম এছ স্বামীনাথন কোনটো বিপ্লৱৰ স্থপতিবিদ?

উত্তৰ : সেউজ বিপ্লৱ।

৩৭) প্ৰশ্ন : ‘অনাদিৰ গণ্ডস্থলত এটোপাল অশ্ৰু’ বুলি ৰবীন্দ্ৰ্নাথ ঠাকুৰে ভাৰতৰ কোনটো কীৰ্তিস্তম্ভক বৰ্ণনা কৰিছে?

উত্তৰ : তাজমহল।

৩৮) প্ৰশ্ন : ভাৰতৰ কোনখন ৰাজ্যই প্ৰথমে ফটোসহ সম্পূৰ্ণ ভোটাৰ তালিকা প্ৰস্তুত কৰি উলিয়ায়?

উত্তৰ : হাৰিয়ানা।

৩৯) প্ৰশ্ন : বায়ু সেনাৰ একমাত্ৰ সংগ্ৰহালয়টো ভাৰতৰ ক’ত অৱস্থিত?

উত্তৰ : নতুন দিল্লী।

৪০) প্ৰশ্ন : জৈন ধৰ্মৰ প্ৰৱৰ্তক ভগৱান মহাবীৰে কোনখন বিখ্যাত ঠাইত সংকটমোচন ক্ষমতা আহৰণ কৰিছিল?

উত্তৰ : পাৱাপুৰী।

৪১) প্ৰশ্ন : পৰ্যটকসকলে ‘স্বৰ্ণ ত্ৰিভুজ’ হিচাপে গণ্য কৰা ভাৰতৰ চহৰ তিনিখনৰ নাম কি?

উত্তৰ :দিল্লী, আগ্ৰা আৰু জয়পুৰ।

৪২) প্ৰশ্ন : অতিশয় আলংকাৰিক কৌতুহলপূৰ্ণ……… “ষ্ট্ৰবেৰী আইচক্ৰীমৰ দৰে কোমল, সমৃদ্ধ বোলনেৰে উদ্ভাষিত”- এনেদৰে মাৰ্ক টোৱাইনে ভাৰতৰ কোনখন চহৰৰ বিষয়ে বৰ্ণনা কৰিছে?

উত্তৰ :

৪৩) প্ৰশ্ন : গ্ৰেণ্ডমাষ্টাৰ উপাধি পোৱা ভাৰতৰ প্ৰথম দবা খেলুৱৈজনৰ নাম কি?

উত্তৰ : বিশ্বনাথন আনন্দ।

78 Most Important GK for all Assam Job -2023

৪৪) প্ৰশ্ন : ভাৰতবৰ্ষৰ ‘লৌহ মানৱ’ বুলি কাক কোৱা হয়?

উত্তৰ : দাদাভাই নৌৰজী।

৪৫) প্ৰশ্ন : কেন্দ্ৰীয় ঔষধ গৱেষণা প্ৰতিষ্ঠান ক’ত অৱস্থিত?

উত্তৰ : লক্ষ্ণৌ।

৪৬) প্ৰশ্ন : ভলীবলৰ এটা দলত কিমানজন খেলুৱৈ থাকে?

উত্তৰ : ৬ জন।

৪৭) প্ৰশ্ন : একমাত্ৰ কোনজন ভাৰতীয় সাতোঁৰবিদে সাতখন সাগৰত সন্তৰণ সম্পন্ন কৰিছে?

উত্তৰ : মিহিৰ সেন।

৪৮) প্ৰশ্ন : কোনখন ৰাজ্যৰ সৈতে ‘কথক’ নৃত্য জড়িত?

উত্তৰ : উত্তৰ প্ৰদেশ।

৪৯) প্ৰশ্ন : ‘কথাকলি’ কোনখন ৰাজ্যৰ বিখ্যাত নৃত্য?

উত্তৰ : কেৰালা।

৫০) প্ৰশ্ন : কোনগৰাকী বিখ্যাত নৃত্য পটিয়সীক ভাৰত নাট্যমৰ ৰাণী বোলে?

উত্তৰ : বালা সৰস্বতী।

৫১) প্ৰশ্ন : ভাৰতীয় সংগীতৰ স্বৰৰ সংখ্যা কিমান?

উত্তৰ : ৭ টা।

৫২) প্ৰশ্ন : হৰিপ্ৰসাদ চৌৰাচিয়া কোনবিধ বাদ্যযন্ত্ৰৰ বাবে বিখ্যাত?

উত্তৰ : বাঁহী।

৫৩) প্ৰশ্ন : গিটাৰক কোনগৰাকী সঙ্গীতজ্ঞই হিন্দুস্থানী সঙ্গীতৰ মৰ্যাদা দিছিল?

উত্তৰ : বিশ্বমোহন ভাট।

৫৪) প্ৰশ্ন : মহাকাশত অৱতৰণ কৰা ভাৰতীয় মূলৰ প্ৰথমগৰাকী মহিলা কোন?

উত্তৰ : কল্পনা চাওলা।

৫৫) প্ৰশ্ন : ‘মাউন্ট এভাৰেষ্ট’ক অন্য কি নামেৰে জনা যায়?

উত্তৰ : গৌৰী শংকৰ।

78 Most Important GK for all Assam Job -2023

৫৬) প্ৰশ্ন :

উত্তৰ : নতুন দিল্লী।

৫৭) প্ৰশ্ন: ভাৰতবৰ্ষত অৱস্থিত বিশ্বৰ উচ্চতম হাইডেল পাৱাৰ প্ৰজেক্টটোৰ নাম কি?

উত্তৰ : ৰংটং হাইডেল শক্তি প্ৰকল্প।

৫৮) প্ৰশ্ন : কোনজন ভাৰতীয় দবা খেলুৱৈয়ে মাত্ৰ ১২ টা মুভত খেল শেষ কৰি বিশ্ব অভিলেখ ভংগ কৰে?

উত্তৰ : বিশ্বনাথন আনন্দ।

৫৯) প্ৰশ্ন : কোন চনৰ পৰা ভাৰতে পোণ প্ৰথমে আনুষ্ঠানিকভাৱে অলিম্পিকত অংশগ্ৰহণ কৰিছিল?

উত্তৰ : ১৯২৪ চনত।

৬০) প্ৰশ্ন : কোনো এখন টেষ্ট মেচৰ এক ইনিংছত সমগ্ৰ ১০ টা উইকেট দখলকাৰী একমাত্ৰ ভাৰতীয় ব’লাৰজন কোন?

উত্তৰ : অনিল কুম্বলে।

৬১) প্ৰশ্ন : ভাৰতৰ বৃহত্তম বেংকটো কি?

উত্তৰ : এছ বি আই (S.B.I.)।

৬২) প্ৰশ্ন : কাল্পনিক চহৰ মালগুড়ি (Malgudi) কোনজন লেখকে সৃষ্টি কৰিছিল?

উত্তৰ : আৰ কে নাৰায়ণ।

৬৩) প্ৰশ্ন : ভাৰতৰ জাতীয় কবি কাক আখ্যা দিয়া হয়?

উত্তৰ : মৈথিলী চৰণগুপ্ত।

৬৪) প্ৰশ্ন : ভাৰতত প্ৰথমে ক’ত আৰু কেতিয়া কাগজ কল স্থাপন কৰা হৈছিল?

উত্তৰ : ১৮৩২ চনত, পশ্চিম বংগত

৬৫) প্ৰশ্ন : অক্সিজেন নোহোৱাকৈ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় গৰাকীৰ নাম কি?

উত্তৰ : ফু দৰ্জ্জী

৬৬) প্ৰশ্ন : ভাৰতৰ প্ৰথম আইন বিশ্ববিদ্যালয় (Law University) খনৰ নাম কি?

উত্তৰ : National Law School of India, Bengaluru.

৬৭) প্ৰশ্ন : পণ্ডিত ৰবি শংকৰ ভাৰতৰ এগৰাকী প্ৰসিদ্ধ সংগীত বাদক। তেখেত কোনবিধ বাদ্যযন্ত্ৰৰ লগত জড়িত?

উত্তৰ : চেতাৰ।

78 Most Important GK for all Assam Job -2023

৬৮) প্ৰশ্ন : ভাৰতৰ উৰণীয়া সংগীতজ্ঞ হিচাপে জনাজাত বিখ্যাত ভাৰতীয় সংগীতজ্ঞ জনৰ নাম কি?

উত্তৰ : ভীমসেন যোশী।

৬৯) প্ৰশ্ন : পৃথিৱীৰ বৃহত্তম উট মেলা (Largest Camel Fair) হিচাপে খ্যাত আৰু ৰাজস্থানত অনুষ্ঠিত বিখ্যাত মেলা খনৰ নাম কি?

উত্তৰ : পুস্কৰ মেলা।

৭০) প্ৰশ্ন : মহাকাশলৈ যোৱা ভাৰতীয় মূলৰ প্ৰথম মহিলা গৰাকীৰ নাম কি?

উত্তৰ : কল্পনা চাওলা।

৭১) প্ৰশ্ন : প্ৰথম মহিলা ভাৰতীয় আৰক্ষী সেৱা (I.P.S.) বিষয়া গৰাকী কোন আছিল?

উত্তৰ : কিৰণ বেদী।

৭২) প্ৰশ্ন : দুবাৰকৈ মাউণ্ট এভাৰেষ্ট বগোৱা একমাত্ৰ মহিলা গৰাকীৰ নাম কি লিখা?

উত্তৰ : সন্তোষ যাদৱ।

৭৩) প্ৰশ্ন : উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা বিচাৰপতি গৰাকীৰ নাম কি?

উত্তৰ : মীৰা চাহেব ফাতিমা বিবি।

৭৪) প্ৰশ্ন : ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰদূত কোন আছিল?

উত্তৰ : ছি বি মুথাম্বা।

৭৫) প্ৰশ্ন : ভাৰতবৰ্ষৰ প্ৰথম সংগীত বিদ্যালয় খনৰ নাম কি?

উত্তৰ : শান্তি নিকেতন, ১৯০১ চনত স্থাপিত।

৭৬) প্ৰশ্ন : ভাৰতৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় খনৰ নাম কি?

উত্তৰ : দ্য মেডিকেল কলেজ অৱ বেংগল (The Medical College of Bengal, এতিয়া Calcutta Medical College বুলি জনা যায়)।

৭৭) প্ৰশ্ন : সৰ্বাধিক শিক্ষিত হাৰ থকা কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম কি?

উত্তৰ : চণ্ডীগড়।

78 Most Important GK for all Assam Job -2023

৭৮) প্ৰশ্ন : ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুকলি বিশ্ববিদ্যালয় (Indira Gandhi National Open University) ক’ত অৱস্থিত?

উত্তৰ : নতুন দিল্লী।


Tags-
assam career grade iv
pwd assam career
assam govt job
assam govt job for female
assam govt job for female 2023
assam career ssc
private jobs in assam
assam career constable
assam career grade iv
assam career 2023
assam career constable
pwd assam career
assam career ssc
assam govt job
assam govt job for female
private jobs in assam
Career assam 360 result
Career assam 360 apply online
pwd assam career
assam govt job recruitment 2023
assam govt job for female
assam career constable
assam career ssc
private jobs in assam

Previous Post Next Post