অসম তথা ভাৰতৰ লগত জড়িত থকা বিশেষ দিন আৰু তাৰিখ সমূহৰ ওপৰত প্ৰশ্ন উত্তৰ (Divas-list)
কোন তাৰিখে কি দিৱস পালন কৰা হয়
১) প্ৰশ্ন : ২০০৩ চনৰ পৰা প্ৰবাসী ভাৰতীয় দিৱস কোনটো দিনত পালন কৰা হয়?
উত্তৰ : ৯ জনুৱাৰি।
২) প্ৰশ্ন : অষ্ট্ৰেলীয়া দিৱসৰ দিনা ভাৰতীয়সকলৰ এটা বিশেষ দিৱস উদযাপিত হয়। এই বিশেষ দিনটো কি?
উত্তৰ : ২৬ জানুৱাৰ,(গণতন্ত্ৰ দিৱস)।
৩) প্ৰশ্ন : ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে কোনটো দিন পালন কৰা হয়।
উত্তৰ : ২০ আগষ্ট (হকীৰ প্ৰবাদপুৰুষ ধ্যানচান্দৰ জন্ম বাৰ্ষিকী উপলক্ষে)।
৪) প্ৰশ্ন : কৰ্গিল দিৱস কোনদিনানখন পালন কৰা হয়।
উত্তৰ : ২৬ জুলাই।
৫) প্ৰশ্ন : ভাৰতবৰ্ষত সংখ্যালঘু অধিকাৰ দিৱস কোনটো দিনত উদযাপন কৰা হয়?
উত্তৰ : ১৮ ডিচেম্বৰ।
কোন তাৰিখে কি দিৱস পালন কৰা হয়
৬) প্ৰশ্ন : ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস প্ৰত্যেক বছৰে কোনদিনাখন পালন কৰা হয়?
উত্তৰ : ১৮ ডিচেম্বৰ।
৭) প্ৰশ্ন : ৰাষ্ট্ৰীয় সংহতি দিৱস কোন তাৰিখে পালন কৰা হয়?উল্লেখ্য যে সেই দিনটোতে চীনে ভাৰত আক্ৰমণ কৰিছিল?
উত্তৰ : ২০ অক্টোবৰ।
৮) প্ৰশ্ন : গান্ধী জয়ন্তী কোন দিনাখন পালন কৰা হয়?
উত্তৰ : ২ অক্টোবৰ।
৯) প্ৰশ্ন : ৰাষ্ট্ৰীয় যুৱ দিৱস কোন তাৰিখে পালন কৰা হয়?
উত্তৰ : ১২ জানুৱাৰী।
১০) প্ৰশ্ন : ১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধত ভাৰত জয়ী হোৱা ঘটনাকলৈ ভাৰতবৰ্ষত কোন তাৰিখে ‘বিজয় দিৱস’ পালন কৰা হয়?
উত্তৰ : ১৬ ডিচেম্বৰ।
১১) প্ৰশ্ন : ভাৰত ত্যাগ দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ : ৯ আগষ্টত।
১২) প্ৰশ্ন : ভাৰতীয় বায়ু সেনা দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ : ৮ অক্টোবৰত।
কোন তাৰিখে কি দিৱস পালন কৰা হয়
১৩) প্ৰশ্ন : ভাৰতবৰ্ষত শ্বহীদ দিৱস কোন তাৰিখে পালন কৰা হয়?
উত্তৰ : ৩০ জানুৱাৰী।
১৪) প্ৰশ্ন : নৌ বাহিনী দিৱস হিচাপে ভাৰতবৰ্ষত কোনটো দিন উদযাপিত হয়?
উত্তৰ : ৪ ডিচেম্বৰ।
১৫) প্ৰশ্ন : ভাৰতবৰ্ষত শিশু দিৱস হিচাপে কোনটো দিন উদযাপিত হয়?
উত্তৰ : ১৪ নৱেম্বৰ।
১৬) প্ৰশ্ন : ভাৰতবৰ্ষত শিক্ষক দিৱস কোন তাৰিখে পালন কৰা হয়?
উত্তৰ : ৫ ছেপ্টেম্বৰ।
১৭) প্ৰশ্ন : কোন তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়?
উত্তৰ : ২৮ ফেব্ৰুৱাৰী।
১৮) প্ৰশ্ন : ৰাজীৱ গান্ধীৰ মৃত্যু দিৱসটোক ভাৰতত সন্ত্ৰাসবাদ বিৰোধী দিৱসৰৃপে পালন কৰা হয়। কিমান তাৰিখে এই দিৱস পালন কৰা হয়?
উত্তৰ : ২১ মে’
১৯) প্ৰশ্ন : ভাৰতত সামুদ্ৰিক দিৱস হিচাপে কোনটো দিৱস পালন কৰা হয়?
উত্তৰ : ৫ এপ্ৰিল।