list of important days in india pdf I Important days for competitive exams

অসম তথা ভাৰতৰ লগত জড়িত থকা বিশেষ দিন আৰু তাৰিখ সমূহৰ ওপৰত প্ৰশ্ন উত্তৰ (Divas-list)

কোন তাৰিখে কি দিৱস পালন কৰা হয়

১) প্ৰশ্ন : ২০০৩ চনৰ পৰা প্ৰবাসী ভাৰতীয় দিৱস কোনটো দিনত পালন কৰা হয়?

উত্তৰ : ৯ জনুৱাৰি।

২) প্ৰশ্ন : অষ্ট্ৰেলীয়া দিৱসৰ দিনা ভাৰতীয়সকলৰ এটা বিশেষ দিৱস উদযাপিত হয়। এই বিশেষ দিনটো কি?

উত্তৰ : ২৬ জানুৱাৰ,(গণতন্ত্ৰ দিৱস)।

কোন তাৰিখে কি দিৱস পালন কৰা হয় Divas list

৩) প্ৰশ্ন : ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে কোনটো দিন পালন কৰা হয়।

উত্তৰ : ২০ আগষ্ট (হকীৰ প্ৰবাদপুৰুষ ধ্যানচান্দৰ জন্ম বাৰ্ষিকী উপলক্ষে)।

৪) প্ৰশ্ন : কৰ্গিল দিৱস কোনদিনানখন পালন কৰা হয়।

উত্তৰ : ২৬ জুলাই।

৫) প্ৰশ্ন : ভাৰতবৰ্ষত সংখ্যালঘু অধিকাৰ দিৱস কোনটো দিনত উদযাপন কৰা হয়?

উত্তৰ : ১৮ ডিচেম্বৰ।

কোন তাৰিখে কি দিৱস পালন কৰা হয়

৬) প্ৰশ্ন : ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস প্ৰত্যেক বছৰে কোনদিনাখন পালন কৰা হয়?

উত্তৰ : ১৮ ডিচেম্বৰ।

৭) প্ৰশ্ন : ৰাষ্ট্ৰীয় সংহতি দিৱস কোন তাৰিখে পালন কৰা হয়?উল্লেখ্য যে সেই দিনটোতে চীনে ভাৰত আক্ৰমণ কৰিছিল?

উত্তৰ : ২০ অক্টোবৰ।

৮) প্ৰশ্ন : গান্ধী জয়ন্তী কোন দিনাখন পালন কৰা হয়?

উত্তৰ : ২ অক্টোবৰ।

৯) প্ৰশ্ন : ৰাষ্ট্ৰীয় যুৱ দিৱস কোন তাৰিখে পালন কৰা হয়?

উত্তৰ : ১২ জানুৱাৰী।

১০) প্ৰশ্ন : ১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধত ভাৰত জয়ী হোৱা ঘটনাকলৈ ভাৰতবৰ্ষত কোন তাৰিখে ‘বিজয় দিৱস’ পালন কৰা হয়?

উত্তৰ : ১৬ ডিচেম্বৰ।

১১) প্ৰশ্ন : ভাৰত ত্যাগ দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ : ৯ আগষ্টত।

১২) প্ৰশ্ন : ভাৰতীয় বায়ু সেনা দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ : ৮ অক্টোবৰত।

কোন তাৰিখে কি দিৱস পালন কৰা হয়

১৩) প্ৰশ্ন : ভাৰতবৰ্ষত শ্বহীদ দিৱস কোন তাৰিখে পালন কৰা হয়?

উত্তৰ : ৩০ জানুৱাৰী।

১৪) প্ৰশ্ন : নৌ বাহিনী দিৱস হিচাপে ভাৰতবৰ্ষত কোনটো দিন উদযাপিত হয়?

উত্তৰ : ৪ ডিচেম্বৰ।

১৫) প্ৰশ্ন : ভাৰতবৰ্ষত শিশু দিৱস হিচাপে কোনটো দিন উদযাপিত হয়?

উত্তৰ : ১৪ নৱেম্বৰ।

১৬) প্ৰশ্ন : ভাৰতবৰ্ষত শিক্ষক দিৱস কোন তাৰিখে পালন কৰা হয়?

উত্তৰ : ৫ ছেপ্টেম্বৰ।

১৭) প্ৰশ্ন : কোন তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়?

উত্তৰ : ২৮ ফেব্ৰুৱাৰী।

১৮) প্ৰশ্ন : ৰাজীৱ গান্ধীৰ মৃত্যু দিৱসটোক ভাৰতত সন্ত্ৰাসবাদ বিৰোধী দিৱসৰৃপে পালন কৰা হয়। কিমান তাৰিখে এই দিৱস পালন কৰা হয়?

উত্তৰ : ২১ মে’

১৯) প্ৰশ্ন : ভাৰতত সামুদ্ৰিক দিৱস হিচাপে কোনটো দিৱস পালন কৰা হয়?

উত্তৰ : ৫ এপ্ৰিল।

কোন তাৰিখে কি দিৱস পালন কৰা হয়

Tags-
মাতৃ দিৱস কোন তাৰিখে পালন কৰা হয়
অসম আৰক্ষী দিৱস কোন তাৰিখে পালন কৰা হয়
শিল্পী দিৱস কোন তাৰিখে পালন কৰা হয়
ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয়
কোন তাৰিখে বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়
শিশু দিৱস কোন তাৰিখে পালন কৰা হয়
বিশ্ব বন দিৱস কোন তাৰিখে পালন কৰা হয়
চিলাৰায় দিৱস কিমান তাৰিখে পালন কৰা হয়
লাচিত দিৱস কেতিয়া পালন কৰা হয়
চুকাফা দিৱস কেতিয়া পালন কৰা হয়
চিলাৰায় দিৱস কেতিয়া ২০২২
চিলাৰায় দিৱস কেতিয়া ২০২১
বীৰ চিলাৰায় দিৱস
চিলাৰায় দিৱস ২০২৩
অসম দিৱস কেতিয়া পালন কৰা হয়
চিলাৰায় দিৱস ৰচনা
assam career grade iv
pwd assam career
assam govt job
assam govt job for female
assam govt job for female 2023
assam career ssc
private jobs in assam
assam career constable
assam career grade iv
assam career 2023
assam career constable
pwd assam career
assam career ssc
assam govt job
assam govt job for female
private jobs in assam
Career assam 360 result
Career assam 360 apply online
pwd assam career
assam govt job recruitment 2023
assam govt job for female
assam career constable
assam career ssc
private jobs in assam

Previous Post Next Post