REASONING অসমীয়াত
১/ তলত দিয়া শৃংখলাৰ পৰা প্ৰশ্নবোধক স্থানত কি হ'ব কোৱা ।
24 60 120 210 ? 504
(a) 363
(c) 336
(b) 436
(d) 463
২/ প্রশ্নবোধক স্থানত কি হ'ব ?
16:64:49:?
(a) 512
(c) 343
(b) 216
(d) 324
৩/ যদি 56 × 11 = 9, 37 × 13 = 6 আৰু 42 x 12 = 3 হয়, তেন্তে
87 x 77 -ৰ মান কি হ'ব ?
(a) 1
(c) 3
(b) 2
(d) 4
৪/ দিয়া হোৱা বিকল্পৰ পৰা অমিল সংখ্যাটো বিচাৰি উলিওৱা ।
(a) 326
(b) 961
(c) 169
(d) 196
৫/ তলত দিয়া শৃংখলাৰ পৰা প্ৰশ্নবোধক স্থানত কি হ'ব কোৱা ।
SRT, VUW, YXZ, ?
(a) AZB
(b) BAC
(c) ABC
(d) ABZ
৬/ তলত দিয়া বৰ্ণ শৃংখলাৰ পৰা কিছুমান বৰ্ণ হেৰাই আছে। হেৰাই থকা বৰ্ণ সমূহৰ ক্ৰম অনুসাৰে তলত দিয়া বিকল্প সমূহৰ পৰা বিচাৰি উলিওৱা ।
_tu_rt_s_usrtu
(a) rtusru
(b) r sutrr
(c) r surtr
(d) r surts
৭/ তলত দিয়া শৃংখলাৰ পৰা আগৰ সংখ্যাটো বিচাৰি উলিওৱা ।
235, 457, 679, ?
(a) 789
(b) 799
(c) 903
(d) 901
৮/ যদি 18 ফেব্ৰুৱাৰী, 2005 শুক্রবাৰ হয়, তেন্তে কোৱা 18, ফেব্ৰুৱাৰী 2007 ত কি বাৰ হ'ব ?
(A) দেওবাৰ
(B) সোমবাৰ
(C) মঙ্গলবাৰ।
(D) বুধবাৰ
৯/ যদি X-ৰ অৰ্থ +, Z-ৰ অৰ্থ =, Y-ৰ অৰ্থ - আৰু
P-ৰ অৰ্থ × হয়, তেন্তে দিয়া হোৱা সমীকৰণটোৰ মান নিৰ্ণয় কৰা ।
10 P 2 X 5 Y 5
(a) 10
(c) 20
(b) 15
(d) 25
১০/ কিছুমান কিতাপ এটা শাৰী কৰি থৈ দিয়া আছে । 19 খন কিতাপ সোঁফালৰ পৰা আৰু বাওঁফালৰ পৰা 30 খন কিতাপৰ মাজত 10 খন কিতাপ আছে। কিতাপ 50 খনতকৈও অধিক আছে। কিতাপৰ মুঠ সংখ্যা কিমান বিচাৰি উলিওৱা ।
(a) 59
(c) 60
(b) 58
(d) 57
১১/ দিয়া হোৱা শৃংখলাৰ পৰা প্ৰশ্নবোধক স্থানত কি হ'ব কোৱা ।
5, 14, 30, 55, ?
(a) 88
(c) 91
(b) 90
(d) 92
১২/ যদি 12 x 6 = 207, আৰু 14 x 7 = 809 হয়,
তেন্তে 13 × 4 ৰ মান কি হ'ব ?
(a) 225
(c) 250
(b) 502
(d) 205
১৩/ এজন মানুহ 5 কিলোমিটাৰ দক্ষিণ দিশত খোজকাঢ়ি যায় আৰু তাৰ পিছত তেওঁ সোঁফাললৈ ঘূৰি দিয়ে। 3 কিলোমিটাৰ খোজকঢ়া পিছত তেওঁ বাওঁফালে ঘুরে আৰু 5 কিলোমিটাৰ যায় । এতিয়া তেওঁ আৰম্ভ কৰা ঠাইৰ পৰা কোন দিশে আছে ?
(A) পশ্চিম
(B) দক্ষিণ
(C) উত্তৰ-পূব
(D) দক্ষিণ-পশ্চিম
১৪/ ৰনোজে 2 কিলোমিটাৰ পূব দিশত যায়। তাৰপিছত সি 3 কিলোমিটাৰ উত্তৰ দিশত যায়। আকৌ সি 2 কিলোমিটাৰ পূব দিশত যায় । ইয়াৰ পাছত সি 3 কিলোমিটাৰ দক্ষিণ দিশত যায়। ৰনোজে আৰম্ভণি কৰা ঠাইৰ পৰা কিমান দূৰত্বত আছে ।
(A) 7 কিলোমিটাৰ
(B) 6 কিলোমিটাৰ
(C) 4 কিলোমিটাৰ
(D) 2 কিলোমিটাৰ
১৫/ এজন মানুহ 3 কিলোমিটাৰ পূব দিশত যায়। তাৰপিছত 4 কিলোমিটাৰ উত্তৰ দিশত যায়। তেওঁ আৰম্ভণি কৰা ঠাইৰ পৰা কিমান দূৰত্বত আছে ?
(A) 3 কিলোমিটাৰ
(B) 4 কিলোমিটাৰ
(C) 5 কিলোমিটাৰ
(D) 7 কিলোমিটাৰ
১৬/ Y, Xৰ পূব দিশত আছে যিনেকি Zৰ উত্তৰ দিশত আছে। যদি P, Z দক্ষিণ দিশত আছে, তেন্তে Yৰ কোনটো দিশত P আছে ?
(A) উত্তৰ
(B) দক্ষিণ
(C) দক্ষিণ-পূব
(D) ওপৰৰ এটাও নহয়
১৭/ Y, Xৰ পূব দিশত আছে যিনেকি Zৰ উত্তৰ দিশত আছে। যদি P, Z দক্ষিণ দিশত আছে, তেন্তে Yৰ কোনটো দিশত P আছে ?
(A) উত্তৰ
(B) দক্ষিণ
(C) দক্ষিণ-পূব
(D) ওপৰৰ এটাও নহয়
১৮/ যদি 12 × 6 = 207, আৰু 14 x 7 = 809 হয়, তেন্তে 13 × 4 ৰ মান কি হ'ব ?
(a) 225
(c) 250
(b) 502
(d) 205
১৯/ তলত দিয়া বৰ্ণ শৃংখলাৰ পৰা কিছুমান বর্ণ হেৰাই আছে। হেৰাই থকা বৰ্ণ সমূহৰ ক্ৰম অনুসাৰে তলত দিয়া বিকল্প সমূহৰ পৰা বিচাৰি উলিওৱা ।
xyzy-x-zz_x_yz-yx
(a) xzyyxy
(b) zxyyxz
(d) yyxzzx
(c) zyxzyy
২০/ সেই সংখ্যাটো বিচাৰি উলিওৱা যিটো সংখ্যা বাকী সংখ্যা সমূহৰ সৈতে সমান নহয় ।
(a) 16
(b) 81
(c) 64
(d) 25
২১/ COMBINATION শব্দটো প্ৰয়োগ কৰি তলৰ কোনটো আখৰ বনাব পৰা নহয় ?
(a) AMBITION
(b) MOTIONA
(c) CAUTION
(d) NATION
২২/ দিয়া হোৱা শৃংখলাৰ আগৰ সংখ্যাটো কি হ'ব ?
153, 9, 212, 5, 412, 7, 735, ?
(a) 15
(b) 13
(c) 9
(d) 12