REASONING


REASONING অসমীয়াত 
১/ তলত দিয়া শৃংখলাৰ পৰা প্ৰশ্নবোধক স্থানত কি হ'ব কোৱা ।
24 60 120 210 ? 504

(a) 363

(c) 336

(b) 436

(d) 463

২/ প্রশ্নবোধক স্থানত কি হ'ব ?
16:64:49:?

(a) 512

(c) 343

(b) 216

(d) 324

৩/ যদি 56 × 11 = 9, 37 × 13 = 6 আৰু 42 x 12 = 3 হয়, তেন্তে
87 x 77 -ৰ মান কি হ'ব ?

(a) 1 

(c) 3

(b) 2 

(d) 4

৪/ দিয়া হোৱা বিকল্পৰ পৰা অমিল সংখ্যাটো বিচাৰি উলিওৱা ।

(a) 326

(b) 961

(c) 169

(d) 196

৫/ তলত দিয়া শৃংখলাৰ পৰা প্ৰশ্নবোধক স্থানত কি হ'ব কোৱা ।
SRT, VUW, YXZ, ?

(a) AZB

(b) BAC

(c) ABC

(d) ABZ

৬/ তলত দিয়া বৰ্ণ শৃংখলাৰ পৰা কিছুমান বৰ্ণ হেৰাই আছে। হেৰাই থকা বৰ্ণ সমূহৰ ক্ৰম অনুসাৰে তলত দিয়া বিকল্প সমূহৰ পৰা বিচাৰি উলিওৱা ।
_tu_rt_s_usrtu

(a) rtusru

(b) r sutrr

(c) r surtr

(d) r surts

৭/ তলত দিয়া শৃংখলাৰ পৰা আগৰ সংখ্যাটো বিচাৰি উলিওৱা ।
235, 457, 679, ?

(a) 789

(b) 799

(c) 903

(d) 901

৮/ যদি 18 ফেব্ৰুৱাৰী, 2005 শুক্রবাৰ হয়, তেন্তে কোৱা 18, ফেব্ৰুৱাৰী 2007 ত কি বাৰ হ'ব ?

(A) দেওবাৰ

(B) সোমবাৰ

(C) মঙ্গলবাৰ।

(D) বুধবাৰ

৯/ যদি X-ৰ অৰ্থ +, Z-ৰ অৰ্থ =, Y-ৰ অৰ্থ - আৰু
P-ৰ অৰ্থ × হয়, তেন্তে দিয়া হোৱা সমীকৰণটোৰ মান নিৰ্ণয় কৰা ।
10 P 2 X 5 Y 5

(a) 10

(c) 20

(b) 15

(d) 25

১০/ কিছুমান কিতাপ এটা শাৰী কৰি থৈ দিয়া আছে । 19 খন কিতাপ সোঁফালৰ পৰা আৰু বাওঁফালৰ পৰা 30 খন কিতাপৰ মাজত 10 খন কিতাপ আছে। কিতাপ 50 খনতকৈও অধিক আছে। কিতাপৰ মুঠ সংখ্যা কিমান বিচাৰি উলিওৱা ।

(a) 59

(c) 60

(b) 58

(d) 57

১১/ দিয়া হোৱা শৃংখলাৰ পৰা প্ৰশ্নবোধক স্থানত কি হ'ব কোৱা ।
5, 14, 30, 55, ?

(a) 88

(c) 91

(b) 90

(d) 92

১২/ যদি 12 x 6 = 207, আৰু 14 x 7 = 809 হয়,
তেন্তে 13 × 4 ৰ মান কি হ'ব ?

(a) 225

(c) 250

(b) 502

(d) 205

১৩/ এজন মানুহ 5 কিলোমিটাৰ দক্ষিণ দিশত খোজকাঢ়ি যায় আৰু তাৰ পিছত তেওঁ সোঁফাললৈ ঘূৰি দিয়ে। 3 কিলোমিটাৰ খোজকঢ়া পিছত তেওঁ বাওঁফালে ঘুরে আৰু 5 কিলোমিটাৰ যায় । এতিয়া তেওঁ আৰম্ভ কৰা ঠাইৰ পৰা কোন দিশে আছে ?

(A) পশ্চিম

(B) দক্ষিণ

(C) উত্তৰ-পূব

(D) দক্ষিণ-পশ্চিম

১৪/ ৰনোজে 2 কিলোমিটাৰ পূব দিশত যায়। তাৰপিছত সি 3 কিলোমিটাৰ উত্তৰ দিশত যায়। আকৌ সি 2 কিলোমিটাৰ পূব দিশত যায় । ইয়াৰ পাছত সি 3 কিলোমিটাৰ দক্ষিণ দিশত যায়। ৰনোজে আৰম্ভণি কৰা ঠাইৰ পৰা কিমান দূৰত্বত আছে ।

(A) 7 কিলোমিটাৰ

(B) 6 কিলোমিটাৰ

(C) 4 কিলোমিটাৰ

(D) 2 কিলোমিটাৰ

১৫/ এজন মানুহ 3 কিলোমিটাৰ পূব দিশত যায়। তাৰপিছত 4 কিলোমিটাৰ উত্তৰ দিশত যায়। তেওঁ আৰম্ভণি কৰা ঠাইৰ পৰা কিমান দূৰত্বত আছে ?

(A) 3 কিলোমিটাৰ

(B) 4 কিলোমিটাৰ

(C) 5 কিলোমিটাৰ

(D) 7 কিলোমিটাৰ 

১৬/ Y, Xৰ পূব দিশত আছে যিনেকি Zৰ উত্তৰ দিশত আছে। যদি P, Z দক্ষিণ দিশত আছে, তেন্তে Yৰ কোনটো দিশত P আছে ?

(A) উত্তৰ

(B) দক্ষিণ

(C) দক্ষিণ-পূব

(D) ওপৰৰ এটাও নহয়

১৭/ Y, Xৰ পূব দিশত আছে যিনেকি Zৰ উত্তৰ দিশত আছে। যদি P, Z দক্ষিণ দিশত আছে, তেন্তে Yৰ কোনটো দিশত P আছে ?

(A) উত্তৰ

(B) দক্ষিণ

(C) দক্ষিণ-পূব

(D) ওপৰৰ এটাও নহয়

১৮/ যদি 12 × 6 = 207, আৰু 14 x 7 = 809 হয়, তেন্তে 13 × 4 ৰ মান কি হ'ব ?

(a) 225

(c) 250

(b) 502

(d) 205

১৯/ তলত দিয়া বৰ্ণ শৃংখলাৰ পৰা কিছুমান বর্ণ হেৰাই আছে। হেৰাই থকা বৰ্ণ সমূহৰ ক্ৰম অনুসাৰে তলত দিয়া বিকল্প সমূহৰ পৰা বিচাৰি উলিওৱা ।

xyzy-x-zz_x_yz-yx

(a) xzyyxy

(b) zxyyxz

(d) yyxzzx

(c) zyxzyy

২০/ সেই সংখ্যাটো বিচাৰি উলিওৱা যিটো সংখ্যা বাকী সংখ্যা সমূহৰ সৈতে সমান নহয় ।

(a) 16

(b) 81

(c) 64

(d) 25

২১/ COMBINATION শব্দটো প্ৰয়োগ কৰি তলৰ কোনটো আখৰ বনাব পৰা নহয় ?

(a) AMBITION

(b) MOTIONA

(c) CAUTION

(d) NATION

২২/ দিয়া হোৱা শৃংখলাৰ আগৰ সংখ্যাটো কি হ'ব ?
153, 9, 212, 5, 412, 7, 735, ?

(a) 15

(b) 13

(c) 9

(d) 12
Previous Post Next Post