অসমৰ ইতিহাসৰ ওপৰত কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ

 অসমৰ ইতিহাসৰ ওপৰত কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ 

ক) পুৰণি অসমৰ প্ৰাচীন নাম কি?

(a) কামৰূপ। (b) প্ৰাগজ্যোতিষপুৰ
(c) অসম। (d) ওপৰৰ এটাও নহয় 

উত্তৰ : (a) কামৰূপ

খ) প্রাচীন অসম কেইটা ভাগত বিভক্ত?

(a) তিনিটা। (b) ছয়টা
(c) চাৰিটা। (d) এটা। 

উত্তৰ : (c) চাৰিটা

গ) নৰকাসুৰৰ ৰাজধানী ক'ত আছিল?

(a) অসমত। (b) প্রাগজোতিষপুৰত
(c) কামৰূপত। (d) এটাও নহয়

উত্তৰ : (b) প্রাগজোতিষপুৰত

ঘ) নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি?

(a) কৌম বংশ (c) ভৌম বংশ
(b) মৌর্য বংশ। (d) অসুৰ বংশ

উত্তৰ : (c) ভৌম বংশ

ঙ) জোঙ্গাল বলহু গড় কোনে সজাইছিল? 

(a) জোঙ্গাল বলহুৱে (b) আৰিমত্ত ৰজাই
(c) মহীৰংগ দানৱে (d) লাচিতে

উত্তৰ : (a) জোঙ্গাল বলহুৱে

চ) বাণ ৰজাৰ কন্যাৰ নাম কি আছিল ?

(a) কমলা কুঁৱৰী। (b) চিত্রংগদা
(c) ঊষা। (d) এটাও নহয়

উত্তৰ : (b) ঊষা

ছ) অগ্নি গড় কোনে সজাইছিল?

(a) শ্ৰীকৃষ্ণই। (b) ভাস্কৰ বৰ্মনে
(c) বাণ ৰজাই। (d) হংসবেগে

উত্তৰ : (c) বাণ ৰজাই

জ) অগ্নিগড় কত অৱস্থিত?

(a) তেজপুৰত। (b) ডিব্ৰুগড়ত
(c) কমতাপুৰত। (d) শোণিতপুৰত

উত্তৰ : (a) তেজপুৰত

ঝ) পাল বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন?

(a) হৰি পাল (b) ব্রহ্মপাল
(c) ক্ষুদ্রপাল। (d) শীলভদ্র

উত্তৰ: (b) ব্ৰহ্মপাল 

ঞ) শালস্তম্ভ বংশৰ শেষৰজন ৰজাৰ নাম আছিল।

(a) সিংহ উত্তৰ (b) ত্যাগ সিংহ
(c) শিৱসিংহৰ (d) জয় সিংহৰ 

উত্তৰ : ত্যাগ সিংহ 

ট) কাৰ শাসনভাৰত মিৰজুমলাই গড়গাঁও অধিকাৰ কৰিছিল?

(a) জয়ধ্বজ সিংহৰ। (b) চন্দ্ৰকান্ত সিংহৰ
(c) শুক্রাধ্বজ সিংহ। (d) শিৱসিংহ 

উত্তৰ : (a) জয়ধ্বজ সিংহৰ
  
ঠ) বৰ্মণ বংশৰ শ্ৰেষ্ঠা ৰজা কোন আছিল ?

(a) ত্যাগ সিংহ। (b) ভাস্কৰ বৰ্মণ
(c) পাল বর্মণ। (d) ভগদত্ত

উত্তৰ : (a) ভাস্কৰ বৰ্মণ

ড) হৰ্ষবৰ্ধন আৰু ৰুকুমাৰ ভাস্কৰ বৰ্মাৰ লগত সংযোগ স্থাপন কৰা কটকীজনৰ নাম কি আছিল?

(ক) হংসবেগ। (খ) ত্যাগ সিংহ 
(গ) হৰি পাল। (ঘ) নীলধ্বজ 

উত্তৰ : (b) হংসবেগ

ঢ) কালিকা পুৰাণ কোন শতিকাত ৰচনা কৰা হৈছিল?

(a) নৱম শতিকাত (c) অষ্টম শতিকাত
(b) সপ্তম শতিকাত (d) দশম শতিকাত

উত্তৰ (d) দশম শতিকাত

 ণ) কোচ ৰাজ্য কোনে স্থাপন কৰিছিল?

(a) বিশ্বসিংহই। (b) শিৱসিংহই
(c) নীলধ্বজ। (d) বাণ ৰজাই

উত্তৰ : (a) বিশ্বসিংহই

ত) কোচ শব্দৰ উৎপত্তিৰ উৎস কি?

(a) কনৌজ। (b) কুৱাজ
(c) এটাও নহয়। (d) কুনাজ

উত্তৰ : (b) কুৱাজ

থ) চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম কি আছিল?

(a) ধর্মপাল। (b) নিত্যপাল
(c) ব্ৰহ্মপাল। (d) এটাও নহয়।

উত্তৰ: নিত্যপাল 

দ) চুতীয়া ৰাজ্য কোন চনত প্ৰতিষ্ঠা হৈছিল?

(a) ১২৩৪ খৃষ্টাব্দত (b) ১৩৪৩ খৃষ্টাব্দত 
(c) ১১৯৮ খৃষ্টাব্দত। (d) ১১৮৯ খৃষ্টাব্দত

উত্তৰ : (b) ১১৮৯ খৃষ্টাব্দত

ধ) সেন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল?

(a) শুক্লধ্বজ। (b) নীলধ্বজ
(c) বিশ্বসিংহ। (d) ভাস্কৰ বৰ্মা

ন) অসমীয়া ভাষাত বুৰঞ্জী লিখোতা প্রথম স্বৰ্গদেউ কোন আছিল?

(a) জয়ধ্বজ সিংহৰ (b) চন্দ্ৰকান্ত সিংহৰ
(c) শুক্রাধ্বজ সিংহ (d) স্বৰ্গ নাৰায়ণ

উত্তৰ : (c) স্বৰ্গ নাৰায়ণ

প) কোনগৰাকী ৰজাই প্রথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল?

(a) জয়ধ্বজ সিংহই। (b) শিৱ সিংহই
(c) বল্লভ দেবে। (d) চুতেফাই

উত্তৰ : (a) জয়ধ্বজ সিংহই

ফ) আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল?

(a) পাঁচশ বছৰ (b) চাৰিশ বছৰ 
(c) সাতশ বছৰ। (d) ছশবছৰ

উত্তৰ : (b) ছশবছৰ

ব) আহোম সাম্ৰাজ্যৰ অস্তিমজন স্বাধীন ৰজাৰ নাম কি?

 (c) শুক্রধ্বজ (d) জয়ধ্বজ সিংহ
(a) ৰুদ্ৰ সিংহ। (b) চন্দ্ৰকান্ত সিংহ

উত্তৰ : (b) চন্দ্ৰকান্ত সিংহ

ভ) বুৰঞ্জী শব্দটো কোন ভাষাৰ শব্দ ?

(a) টাই ভাষাৰ। (b) উর্দু ভাষাৰ
(c) ইংৰাজী ভাষাৰ। (d) সংস্কৃত ভাষাৰ

উত্তৰ : (a) টাই ভাষাৰ

ম) আহোমৰ প্ৰথমগৰাকী স্বৰ্গদেৱৰ নাম কি আছিল?

(a) চুহুংমুং। (b) চুকাফা
(c) দিহিঙীয়া ৰজা। (d) ৰুদ্ৰসিংহ

উত্তৰ : (b) চুকাফা

য) আহোমসকল অসমলৈ কেতিয়া আহিছিল?

(a) ১২২৪ খৃষ্টাব্দত। (b) ১২৩৪ খৃষ্টাব্দত
(c) ১২২৮ খৃষ্টাব্দত (d) ১৩৪২ খৃষ্টাব্দত

উত্তৰ :  (c) ১২২৮ খৃষ্টাব্দত  
Previous Post Next Post