গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দিৱস:-
১/ লুইচ ব্ৰেইল দিৱস – ৪ জানুৱাৰী
২/ বিশ্ব কৰ্কট দিৱস – ৪ জানুৱাৰী
৩/ ৰাষ্ট্ৰীয় যুৱ দিৱস – ১২ জানুৱাৰী
৪/ সেনা দিৱস – ১৫ জানুৱাৰী
৫/ কুষ্ঠৰোগ প্ৰতিৰোধ দিৱস – ৩০ জানুৱাৰী
৬) ভাৰত পৰ্যটন দিৱস – ২৫ জানুৱাৰী
৭) গণৰাজ্য দিৱস – ২৬ জানুৱাৰী
৮) আন্তঃৰাষ্ট্ৰীয় শুল্ক আৰু আবকাৰী দিৱস - ২৬ জানুৱাৰী
৯) সৰ্বোদয় দিৱস – ৩০ জানুৱাৰী
১০) শ্বহীদ দিৱস – ৩০ জানুৱাৰী
১১) বিশ্ব হাঁহি দিৱস – ১০ জানুৱাৰী
১২) গোলাপ দিৱস – ১২ ফেব্ৰুৱাৰী
১৩) ভেলেণ্টাইন ডে - ১৪ ফেব্ৰুৱাৰী
১৪) আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস – ২১ ফেব্ৰুৱাৰী
১৫) কেন্দ্ৰীয় আবকাৰী দিৱস – ২৪ ফেব্ৰুৱাৰী
১৭) ৰাষ্ট্ৰীয় সুৰক্ষা দিৱস – ৪ মাৰ্চ
১৮) আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস - ৮ মাৰ্চ
১৯) কে এছ ডব্লিউ বাহিনীৰ প্ৰতিষ্ঠা দিৱস – ১২ মাৰ্চ
২১) অস্ত্ৰ নিৰ্মাণ দিৱস – ১৮ মাৰ্চ
২২) বিশ্ব বন দিৱস – ২১ মাৰ্চ
২৩) বিশ্ব জল দিৱস – ২২ মাৰ্চ
২৪) ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুৰ শ্বহীদ দিৱস – ২৩ মাৰ্চ
২৫) বিশ্ব বতৰ বিজ্ঞান দিৱস – ২৩ মাৰ্চ
২৬) ৰাম মনোহৰ লোহিয়া জয়ন্তী – ২৩ মাৰ্চ
২৭) বিশ্ব টিবি দিৱস – ২৪ মাৰ্চ
২৮) গ্ৰাম্য ডাক জীৱন বীমা দিৱস – ২৪ মাৰ্চ
৩০) বাংলাদেশৰ ৰাষ্ট্ৰীয় দিৱস- ২৬ মাৰ্চ
৩১) বিশ্ব নাট্য দিৱস – ২৭ মাৰ্চ
৩২) বিশ্ব স্বাস্থ্য দিৱস – ৭ এপ্ৰিল
৩৩) আম্বেদকাৰ জয়ন্তী – ১৪ এপ্ৰিল
৩৫) বিশ্ব হিম’ফিলিয়া দিৱস – ১৭ এপ্ৰিল
৩৬) বিশ্ব ঐতিহ্য দিৱস – ১৮ এপ্ৰিল
৩৭) পৃথিৱী দিৱস - ২২ এপ্ৰিল
৩৮) বিশ্ব গ্ৰন্থ দিৱস – ২৩ এপ্ৰিল
৩৯) বিশ্ব শ্ৰমিক দিৱস – ১ মে’
৪০) বিশ্ব সংবাদ মাধ্যম স্বাধীনতা দিৱস – ৩ মে’
৪১) বিশ্ব পৰিভ্ৰমী চৰাই দিৱস – ৮ মে’
৪২) বিশ্ব ৰেড ক্ৰছ দিৱস – ৮ মে’
৪৪) ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস – ১১ মে’
৪৫) বিশ্ব সংগ্ৰহালয় দিৱস – ১৮ মে’
৪৬) বিশ্ব নাৰ্ছ দিৱস – ১২ মে’
৪৭) বিশ্ব পৰিয়াল দিৱস – ১৫ মে’
৪৮) বিশ্ব দূৰসংযোগ দিৱস – ১৭ মে’
৫০) জৈৱ বৈচিত্ৰ্য দিৱস – ২২ মে’
৫১) মাউণ্ট এভাৰেষ্ট দিৱস – ২৯ মে’
৫২) বিশ্ব ধঁপাত বিৰোধী দিৱস – ৩১ মে’
৫৩) বিশ্ব পৰিৱেশ দিৱস – ৫ জুন
৫৪) বিশ্ব ৰক্তদান দিৱস – ১৪ জুন
৫৫) আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ প্ৰতিষ্ঠা দিৱস – ৬ জুন
৫৬) বিশ্ব যোগ দিৱস - ২১ জুন
৫৭) ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস – ২৯ জুন
৫৮) পি.চি.মহালানোবিছৰ জন্মদিন – ২৯ জুন
৬০) ষ্টেট বেংক অৱ ইণ্ডিয়া প্ৰতিষ্ঠা দিৱস – ১ জুলাই
৬১) চিকিৎসক দিৱস – ১ জুলাই
৬২) ড০ বিধানচন্দ্ৰ ৰায়ৰ জন্মদিন – ১ জুলাই
৬৩) বিশ্ব জনসংখ্যা দিৱস – ১১ জুলাই
৬৪) কাৰ্গিল স্মৃতি দিৱস – ২৬ জুলাই
৬৫) বিশ্ব স্তনপান দিৱস – ১ আগষ্ট
৬৬) বিশ্ব যুৱ দিৱস – ১২ আগষ্ট
৬৭) স্বাধীনতা দিৱস – ১৫ আগষ্ট
৬৮) ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস – ২৯ আগষ্ট
৬৯) ধ্যানচান্দৰ জন্মদিন – ২৯ আগষ্ট
৭০) শিক্ষক দিৱস - ৫ ছেপ্টেম্বৰ
৭১) আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস – ৮ ছেপ্টেম্বৰ
৭৩) বিশ্ব ভ্ৰাতৃত্ববোধ আৰু ক্ষমাপ্ৰাৰ্থনা দিৱস – ১৪ ছেপ্টেম্বৰ
৭৪) অভিযন্তা দিৱস - ১৫ ছেপ্টেম্বৰ
৭৫) ক্ৰমবৰ্ধমান দিৱস – ১৫ ছেপ্টেম্বৰ
৭৬) অ’জন স্তৰ সুৰক্ষা দিৱস – ১৬ ছেপ্টেম্বৰ
৭৭) আৰ পি এফৰ উত্থান দিৱস – ২০ ছেপ্টেম্বৰ
৭৮) বিশ্ব শান্তি দিৱস – ২১ ছেপ্টেম্বৰ
৭৯) বিশ্ব পৰ্যটন দিৱস – ২৭ ছেপ্টেম্বৰ
৮০) আন্তঃৰাষ্ট্ৰীয় বয়সস্থ লোক দিৱস – ১ অক্টোবৰ
৮১) লাল বাহাদুৰ শাস্ত্ৰী জয়ন্তী – ২ অক্টোবৰ
৮২) আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস – ২ অক্টোবৰ
৮৩) বিশ্ব প্ৰকৃতি দিৱস – ৩ অক্টোবৰ
৮৪) বিশ্ব পশু কল্যাণ দিৱস – ৪ অক্টোবৰ
৮৫) বিশ্ব শিক্ষক দিৱস – ৫ অক্টোবৰ
৮৬) বিশ্ব বন্যপ্ৰাণী দিৱস – ৬ অক্টোবৰ
৮৭) বায়ুসেনা দিৱস – ৮ অক্টোবৰ
৮৮) বিশ্ব ডাক দিৱস – ৯ অক্টোবৰ
৯০) জয়প্ৰকাশ জয়ন্তী – ১১ অক্টোবৰ
৯১) বিশ্ব মানদণ্ড দিৱস – ১৪ অক্টোবৰ
৯৩) বিশ্ব খাদ্য দিৱস – ১৬ অক্টোবৰ
৯৪) বিশ্ব আয়’ডিনৰ অভাৱ দিৱস – ২১ অক্টোবৰ
৯৫) ৰাষ্ট্ৰসংঘ দিৱস – ২৪ অক্টোবৰ
৯৬) বিশ্ব মিতব্যয়ীতা দিৱস – ৩০ অক্টোবৰ
৯৭) ইন্দিৰা গান্ধীৰ মৃত্যু বাৰ্ষিকী – ৩১ অক্টোবৰ
৯৮) বিশ্ব সেৱা দিৱস – ৯ নৱেম্বৰ
৯৯) ৰাষ্ট্ৰীয় আইনী সাক্ষৰতা দিৱস – ৯ নৱেম্বৰ
১০০) শিশু দিৱস - ১৪ নৱেম্বৰ
১০১) বিশ্ব ডায়েবেটিছ দিৱস – ১৪ নৱেম্বৰ
১০২) বিশ্ব ছাত্ৰ দিৱস – ১৭ নৱেম্বৰ
১০৩) ৰাষ্ট্ৰীয় সাংবাদিকতা দিৱস – ১৭ নৱেম্বৰ
১০৪) বিশ্ব প্ৰাপ্তবয়স্ক দিৱস – ১৮ নৱেম্বৰ
১০৫) বিশ্ব নাগৰিক দিৱস – ১৯ নৱেম্বৰ
১০৬) সাৰ্বজনীন শিশু দিৱস – ২০ নৱেম্বৰ
১০৭) বিশ্ব টেলিভিছন দিৱস – ২১ নৱেম্বৰ
১০৮) বিশ্ব নিৰামিষ নিষিদ্ধ দিৱস – ২৫ নৱেম্বৰ
১০৯) বিশ্ব পৰিৱেশ সুৰক্ষা দিৱস – ২৬ নৱেম্বৰ
১১০) বৰদিনৰ দিন - ২৫ ডিচেম্বৰ