Assamese gk question answer 2023 I অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত সাধাৰণ জ্ঞান

 অসমৰ Assam তথা উত্তৰ পূৰ্বাঞ্চলৰ (North East )ওপৰত সাধাৰণ জ্ঞান 


(১) জোনবিল মেলা বছৰৰ কোন মাহত পালন কৰা হয় ? 
ফাগুন মাহত
চত মাহত
মাঘ মাহত 
ব'হাগ মাহত 

 (২) ভাৰতীয় জীৱন বীমা নিগম কেতিয়া গঠন কৰা হৈছিল ? 
১৯৬৫ চনৰ ১ ছেপ্তেম্বৰত
১৯৫৬ চনৰ ১ ছেপ্টেম্বৰত 
১৯৭৭ চনৰ ৭ ছেপ্টেম্বৰত
১৯৬৬ চনৰ ৫ ছেপ্তেম্বৰত

 (৩) চমাংকান উৎসৱ কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰে ? 
বড়ো
কাৰ্বি 
ৰাভা
মিছিং

(৪) অসম ছাত্ৰ সন্মিলনীৰ গঠন কেতিয়া হৈছিল ? 
১৯১৭ চনত
১৯১৯ চনত
১৯১৬ চনত 

(৫) এজন মানুহে দিনত কিমান বাৰ উশাহ লয় ? 
২৩,০০০ বাৰ
২২,০০০ বাৰ 
২১,০০০ বাৰ
২৫,০০০ বাৰ

(৬) 'বন্দিনী ভাৰত' নাটকৰ ৰচক কোন ? 
 অম্বিকাগিৰী ৰায়চৌধুৰী
 লক্ষ্মীনাথ বেজবৰুৱাৰ
 নলিনীপ্ৰভা বৰদলৈ
 নলিনীৱালা দেৱী
 
(৭) পৃথিৱীৰ গভীৰতম মহাসাগৰ কোনখন ? 
ভাৰত মহাসাগৰৰ
প্ৰশান্ত মহাসাগৰ 
দক্ষিণ মহাসাগৰৰ
উত্তৰ মহাসাগৰৰ 

(৮) ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে নতুন মুদ্ৰা নীতি ঘোষণা কেতিয়া কৰিছিল ? 
৮ ছেপ্টেম্বৰ ২০১৬
৮ ছেপ্তেম্বৰ ২০১৫
৮ নবেম্বৰ ২০১৬
৭ ছেপ্তেম্বৰত ২০১৫

(৯) ডাক টিকটত ছবি প্ৰকাশ পোৱা প্ৰথম অসমীয়া সাহিত্যিক গৰাকী কোন ?
মামণি ৰয়ছম গোস্বামী
লক্ষ্মীনাথ বেজবৰুৱা 
অম্বিকাগিৰী ৰায়চৌধুৰী
মফিজুদ্দিন আহমদ হাজৰিকাৰ 

(১০) কথক নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত ? 
অসম
উত্তৰ প্ৰদেশ 
তামিলনাডু
বিহাৰ 

(১১) গুৰু ভটিমাৰ প্ৰৱৰ্তক কোন ? 
শংকৰদেৱ
মাধৱদেৱ 
তনন্ত কন্দলি
মহেন্দ্ৰ কন্দলি 

 (১২) অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোন খন? 
মানস ৰাষ্ট্ৰীয় উদ্যান 
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 
নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ 

(১৩) ফৰকান্তি কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰে ? 
 ৰাভা 
মিছিং
তিৱা
হাজং 

(১৪) ভাৰতৰ আটাইতকৈ ডাঙৰ ব্যক্তিগত খণ্ডৰ বেংক কোনটো ? 
HDFC BANK 
Panjab national bank
ICICI BANK
STATE BANK OF INDIA 

(১৫) লোক আদালত প্ৰথমে কোনখন ৰাজ্যত অনুষ্ঠিত হৈছিল ? 
অসমত
ৰাজস্থান
মধ্যপ্ৰদেশ
 গুজৰাট

 (১৬) অসমৰ আটাইতকৈ ওখ শৃংগটোৰ কি ? 
বৰাইল
লাইকে 
নাম্‌চা বুৰুৱা
দাম্বুকছো 

(১৭) কথাকলি নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত ? 
বিহাৰ
অসম
কেৰেলা 
মধ্যপ্ৰদেশ 

(১৮) লালা লাজপত ৰায়ৰ প্ৰচেষ্টাত কোনটো বেংক গঠন কৰা হৈছিল ? 
UBI
PUNJAB NATIONAL BANK 
SBI
BANK OF INDIA 

(১৯) চিগাৰেট ধূমপানৰ ফলত কি গেছ নিৰ্গত হয় ? 
কাৰ্বন মনোক্সাইড 
কাৰ্বন ডাইঅক্সাইড
মিথেন
নাইট্ৰজেন

(২০) গৰম পানী উহ ক'ত পোৱা যায় ? 
নামবৰ 
নগাঁও 
কাবি আংলং
গোলাঘাট
Previous Post Next Post