বৰ্তমান অসমৰ জিলা কেইখন 2023 I অসমৰ কোন খন জিলা কেতিয়া কেতিয়া গঠন কৰা হৈছিল ?

অসমৰ Assam  কোন খন জিলা কেতিয়া কেতিয়া গঠন কৰা হৈছিল 

ক, অসমৰ নগাঁও জিলা গঠন হৈছিল:- 1833 চন
খ, লখিমপুৰ জিলা গঠন হৈছিল:- 1838 চন
গ, শিৱসাগৰ জিলা গঠন হৈছিল :- 1861 চন
ঘ,  কাছাৰ জিলা গঠন হৈছিল :- 1874 চন
ঙ,  ডিব্ৰুগড় জিলা গঠন হৈছিল :- 1971 চন
চ,  কাৰ্বি আংলং জিলা গঠন হৈছিল :- 1976 চন
ছ,  যোৰহাট জিলাৰ গঠন হৈছিল :- 1983 চন
জ,  গোৱালপাৰা জিলাৰ গঠন কৰা হৈছিল :- 1983 চন
ঝ, কোকৰাঝাৰ জিলাৰ গঠন কৰা হয়:- 1983 চন
ঞ, কৰিমগঞ্জ জিলাৰ গঠন হৈছিল:- 1983 চন
ট, ধুবুৰী জিলাৰ গঠন কৰা হৈছিল:- 1983 চন
ঠ, শোণিতপুৰ জিলাৰ গঠন কৰা হৈছিল:- 1983 চন
ড, বৰপেটা জিলাৰ গঠন কৰা হৈছিল:- 1983 চন
ঢ, দৰং জিলাৰ গঠন কৰা হয়:- 1983 চন
ণ, গোলাঘাট জিলাৰ গঠন হৈছিল:- 1987 চন
ত, হাইলাকান্দি জিলাৰ গঠন কৰা হৈছিল:- 1989 চন
থ, মৰিগাঁও জিলাৰ গঠন কৰা হয়:- 1989 চন
দ, বঙাইগাঁও জিলাৰ গঠন কৰা হৈছিল:- 1989 চন
ধ, ধেমাজি জিলাৰ গঠন কৰা হৈছিল:- 1989 চন
ন, তিনিচুকীয়া জিলাৰ গঠন কৰা হয়:- 1989 চন
প, কামৰূপ মহানগৰ জিলাৰ গঠন কৰা হৈছিল:- 2003 চন
ফ, বাগছা জিলাৰ গঠন কৰা হয়:- 2003 চন
ব, ওদালগুৰি জিলাৰ গঠন কৰা হয়:- 2004 চন
ভ, ডিমা হাছাও জিলাৰ গঠন কৰা হৈছিল:- 2010 চন
ম, পশ্চিম কাৰ্বি আংলং জিলাৰ গঠন কৰা হৈছিল:- 2015 চন
য, হোজাই জিলাৰ গঠন কৰা হয়:- 2015 চন
ৰ, চৰাইদেউ জিলাৰ গঠন কৰা হৈছিল:- 2015 চন
ল, বিশ্বনাথ জিলাৰ গঠন কৰা হৈছিল:- 2015 চন
ৱ, মাজুলী জিলাৰ গঠন কৰা হৈছিল:- 2016 চন
শ, বজালী জিলাৰ গঠন কৰা হৈছিল:- 2021 চন
ষ, তামুলপুৰ জিলাৰ গঠন কৰা হৈছিল:- 2022 চন
Previous Post Next Post