ভাৰতৰ আটাইতকৈ দীঘল নদী I ভাৰতৰ আটাইতকৈ ওখ শৃংগ

ভাৰতৰ আটাইতকৈ বৃহত্তম, উচ্চতম, দীঘল
ক, ভাৰতৰ বৃহত্তম ব দ্বীপ কি?
উত্তৰ:- সুন্দৰবন
খ, ভাৰতৰ বৃহত্তম নদী দ্বীপ কি?
উত্তৰ:- মাজুলী
গ, জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম মহানগৰখনৰ নাম কি?
উত্তৰ:- মুম্বাই
ঘ, ভাৰতৰ বৃহত্তম মৰুভূমি কি?
উত্তৰ:- থৰ
ঙ, মাটিকালিৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য কি?
উত্তৰ:- ৰাজস্থান
চ, জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য কি?
উত্তৰ:- উত্তৰ প্ৰদেশ
ছ ভাৰতৰ বৃহত্তম মছজিদ কি?
উত্তৰ:- দিল্লীৰ জামা মছজিদ
জ, ভাৰতৰ বৃহত্তম মহাসাগৰ কি?
উত্তৰ:- ভাৰত মহাসাগৰ
ঝ, ভাৰতৰ বৃহত্তম গ্ৰন্থাগাৰ কি?
উত্তৰ:- নেচনেল লাইব্ৰেৰী, কলকাতা
ঞ, ভাৰতৰ বৃহত্তম নদী কি?
উত্তৰ:- গংগা
ট, ভাৰতৰ বৃহত্তম যাদুঘৰ কি?
উত্তৰ:- ভাৰতীয় যাদুঘৰ,কলকাতা
ঠ, ভাৰতৰ উচ্চতম মিনাৰ কি?
উত্তৰ:- কুতুব মিনাৰ, দিল্লী
ড, ভাৰতৰ উচ্চতম বান্ধ কি?
উত্তৰ:- ভাক্ৰা নাঙ্গল
ঢ, সকলোতকৈ ডাঙৰ হ্ৰদ কি?
উত্তৰ:- চিল্কা হ্ৰদ, ওড়িশা
ণ, ভাৰতৰ বৃহত্তম গুহা কি?
উত্তৰ:- ইলোৰা
Previous Post Next Post