WHAT HAPPENED TODAY IN HISTORY 18 FEBRUARY (ফ্ৰেব্ৰুৱাৰী) আজি দিনটোৰ বিশেষ

১৮ ফেব্ৰুৱাৰী আজি দিনটোৰ বিশেষ:-


১/ ১৭৪৫ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল আলেছেন্দ্ৰো ভল্টাৰ তেওঁ আছিল এগৰাকী ইটালীয়ান পদার্থ বিজ্ঞানী, ৰসায়ন বিজ্ঞানী।


২/ ১৮৩৬ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ৰামকৃষ্ণ পৰমহংসৰ তেওঁ আছিল এগৰাকী ভাৰতৰ সন্ত তথা ধৰ্মাচাৰক ।

৩/ ১৯২৪ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল হিতেশ ডেকাৰ তেওঁ আছিল এগৰাকী অসমীয়া সাহিত্যিক।

৪/ ১৯২৫ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল কৃষ্ণা সোতিৰ তেওঁ আছিল এগৰাকী ভাৰতীয় সাহিত্যিক।

৫/ ১৯২৬ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল নলিনী জয়ৱন্ত তেওঁ আছিল এগৰাকী ভাৰতীয় অভিনেত্রী।

৬/ ১৯৩০ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ত্রৈলোক্য দত্ত তেওঁ আছিল এগৰাকী অসমীয়া কার্টুনিষ্ট আৰু চিত্ৰশিল্পী।

৭/ ১৯৩১ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল টনি মৰিছনৰ তেওঁ আছিল এগৰাকী আমেৰিকান সাহিত্যিক আৰু অধ্যাপক।

৮/ ১৯৪৭ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল বিজু ফুকন তেওঁ এগৰাকী অসমীয়া চলচ্চিত্র জগতৰ অভিনেতা।

৯/ ১৯৯৬ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল অনুপমা পৰমেশ্বৰন তেওঁ এগৰাকী ভাৰতীয় অভিনেত্রী।

১০/ ২০০২ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল মনু ভাকৰ তেওঁ এগৰাকী ভাৰতীয় শ্বুটাৰ।

১১/ ১৫৬৪ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল মাইকেলেঞ্জেলৰ তেওঁ আছিল এগৰাকী ইটালীৰ ভাস্কৰ্যবিদ, চিত্ৰকৰ, স্থপতিবিদ, কবি আৰু অভিযন্তা।

Previous Post Next Post