WHAT HAPPENED TODAY IN HISTORY 17 FEBRUARY (ফ্ৰেব্ৰুৱাৰী) আজি দিনটোৰ বিশেষ

১৭ ফেব্ৰুৱাৰী আজি দিনটোৰ বিশেষ:-
১/ ১৮৯৯ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল জীবনানন্দ দাসৰ তেওঁ আছিল এগৰাকী ভাৰতীয় সাহিত্যিক।
২/ ১৯৫১ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল মীনা আলেকজেণ্ডাৰ তেওঁ আছিল এগৰাকী ভাৰতীয় কবি, চিন্তাবিদ আৰু লেখক।
৩/ ১৯৫৫ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল মো য়েন তেওঁ  এগৰাকী চীনা ঔপন্যাসিক আৰু চুটি গল্প লেখক।
৪/ ১৯৫৯ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল মিহিৰ দাসৰ তেওঁ এগৰাকী ভাৰতীয় অভিনেতা।
৫/ ১৯৯১ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল পূজা ৰাণী বুৰা তেওঁ এগৰাকী ভাৰতীয় মিডলৱেইট বক্সাৰ।
৬/ ১৯৯৩ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল ৰাণী গাইডিনলিউৰ তেওঁ এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্রামী।
৭/ ২০০৮ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল শীলা ভাটিয়াৰ তেওঁ এগৰাকী ভাৰতীয় কবি আৰু নাট্যকাৰ।
৮/ ২০১৪ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল অমৰকান্ত তেওঁ এগৰাকী ভাৰতীয় সাহিত্যিক।
৯/ ২০১৫ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল আশ্রাফুল হক তেওঁ এগৰাকী ভাৰতীয় অভিনেতা।
১০/ আজি দিনটোতে কছোভাত স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়।
১১/ লিবিয়াত আজিৰ দিনটোতে বিপ্লৱ দিৱস হিচাপে পালন কৰা হয়।
Previous Post Next Post