১৯ ফেব্ৰুৱাৰী আজি দিনটোৰ বিশেষ:-
১/ ১৪৭৩ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল নিক'লাচ ক'পার্নিকাচৰ তেওঁ আছিল এগৰাকী বিখ্যাত গণিতজ্ঞ আৰু জ্যোতির্বিজ্ঞানী।
২/ ১৬৩০ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ছত্রপতি শিৱাজী মহাৰাজৰ তেওঁ আছিল এগৰাকী ভাৰতীয় যোদ্ধা ৰজা।
৩/ ১৬৬০ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ফ্ৰীডৰীখ হফমানৰ তেওঁ আছিল এগৰাকী জার্মান পদার্থবিদ আৰু ৰসায়নবিদ।
৪/ ২০০৪ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল মিলি ববি ব্রাউনৰ তেওঁ আছিল এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু মডেল।
৫/ ১৮৬১ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ৰাণী ৰাসমণিৰ তেওঁ আছিল এগৰাকী ভাৰতৰ জমিদাৰ ।
৬/ ১৯১৯ চনৰ আজিৰ দিনটোতে জন্ম হেম ভৰালীৰ তেওঁ আছিল এগৰাকী ভাৰতীয় মুক্তি যুঁজাৰু।
৭/ ১৯৬৩ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ফাল্গুনী নায়াৰ তেওঁ এগৰাকী ভাৰতীয় ব্যৱসায়ী।
৮/ ১৯৬৪ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল জেনিফাৰ ডাউডনাৰ তেওঁ এগৰাকী আমেৰিকান জৈৱ ৰসায়নবিদ।
৯/ ১৯৭০ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল কে আৰ মীৰা তেওঁ ভাৰতীয় লেখক আৰু সাংবাদিক।
১০/ ১৯৮৬ চনৰ আজিৰ দিনটোতে জন্ম কৱি শাস্ত্রী তেওঁ এগৰাকী ভাৰতীয় ব্ৰিটিছ অভিনেতা।
১১/ ১৯১৫ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল গোপাল কৃষ্ণ গোখলেই তেখেতৰ আছিল এগৰাকী ভাৰতীয় দার্শনিক তথা ৰাজনীতিবিদ।
১২/ ১৯৫১ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল আগ্নে পউল গুলেইম গিদ তেওঁ আছিল এগৰাকী ফৰাচী সাহিত্যিক।
১৩/ ১৯৮২ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল গুৰুপ্ৰসাদ দাসৰ তেওঁ আছিল এগৰাকী অসমীয়া বিজ্ঞানী।
১৪/ ২০১৬ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল হাৰ্গাৰ লীৰ তেওঁ আছিল এগৰাকী আমেৰিকান লেখক।
১৫/ ২০১৭ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল বনশ্রী সেনগুপ্তৰ তেওঁ আছিল এগৰাকী ভাৰতীয় গায়িকা।
১৬/ ভাৰতৰ মহাৰাষ্ট্ৰত আজিৰ দিনটোত শিৱাজী জয়ন্তী হিচাপে পালন কৰা হয়।
১৭/ তুর্কমেনিস্তান আজিৰ দিনটোতে পতাকা দিৱস হিচাপে পালন কৰা হয়।