WHAT HAPPENED TODAY IN HISTORY 16 FEBRUARY (ফ্ৰেব্ৰুৱাৰী) আজি দিনটোৰ বিশেষ

১৬ ফেব্ৰুৱাৰী আজি দিনটোৰ বিশেষ:-
১/ ১৯২৫ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল প্রমোদচন্দ্ৰ ভট্টাচার্যৰ তেওঁ আছিল এগৰাকী অসমীয়া গৱেষক, ভাষাবিদ, কবি, অভিধানপ্রণেতা।
২/ ১৯৩২ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল অৰ্চনা শৰ্মা তেওঁ আছিল এগৰাকী ভাৰতীয় উদ্ভিদ বিজ্ঞানী।
৩/ ১৯৪২ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল প্রবীণ চন্দ্র দাসৰ তেওঁ আছিল এগৰাকী অসমীয়া লোক-সংস্কৃতিবিদ, গৱেষক অধ্যাপক, লেখক আৰু সম্পাদক।
৪/ ১৯৪৮ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল বন্দিতা ফুকনৰ তেখেত আছিল এগৰাকী অসমীয়া ঔপন্যাসিক, গল্পকাৰ, অনুবাদক আৰু শিশু-সাহিত্যিক।
৫/ ১৯৬১ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল মৃদুস্মিতা ফুকনৰ তেখেত এগৰাকী অসমীয়া প্ৰবন্ধকাৰ, গল্পকাৰ,অনুবাদক আৰু শিশু সাহিত্যিক।
৬/ ১৯৭৯ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ডেলেণ্টিন' ৰ'ছি তেখেত আছিল এগৰাকী ইটালীৰ পেছাদাৰী মটৰচাইকেল দৌৰৰ (ৰেচিং) প্ৰতিযোগী।
৭/ ১৯৮৯ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল এলিজাবেথ অলচেনৰ তেওঁ এগৰাকী আমেৰিকান অভিনেত্রী।
৮/ ১৯৪৪ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল দাদাচাহেব ফাল্কেৰ তেখেত আছিল এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু প্রযোজক। তেওঁক ভাৰতীয় চলচ্চিত্ৰ জগতৰ জনক হিচাপে গণ্য কৰা হয়।
৯/ ১৯৮৩ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল কল্যাণী দাসৰ তেওঁ আছিল এগৰাকী ভাৰতীয় বিপ্লৱী। 
১০/ ২০২২ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল বাপ্পী লাহিড়ীৰ তেওঁ আছিল এগৰাকী ভাৰতীয় গায়ক, সুৰকাৰ, ৰাজনীতিবিদ আৰু ৰেকৰ্ড প্রযোজক।
১১/ আজিৰ দিনটোতে উত্তৰ কোৰিয়াত উজ্জ্বল তৰাৰ দিৱস পালন কৰা হয়।
১২/ আজিৰ দিনটোতে যুক্তৰাষ্ট্ৰত উদ্ভাৱন দিৱস হিচাপে পালন কৰা হয়।
Previous Post Next Post