১৫ ফেব্ৰুৱাৰী আজি দিনটোৰ বিশেষ:-
১/ ১৮৭৯ চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ত মহিলা আইনজীৱিসকলে প্ৰথম প্ৰৱেশৰ অনুমতি লাভ কৰিছিল।
২/ ১৯০৩ চনৰ আজিৰ দিনটোতে মৰিছ মিচটমে নিজৰ দোকানত নিজৰ হাতৰে টেডি বিয়েৰ পুতলা নিৰ্মাণ কৰে আৰু কম সময়ৰ ভিতৰতে পৃথিৱীজুৰি অতি জনপ্ৰিয় হৈ উঠে।
৩/ ১৯১৫ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল কজ্জনবাঈ তেওঁ আছিল ভাৰতীয় এগৰাকী কণ্ঠশিল্পী আৰু অভিনেত্রী।
৪/ ১৫৬৪ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল গেলিলিঅ' গেলিলি তেওঁ আছিল এগৰাকী ইটালীৰ পদার্থবিদ, গণিতজ্ঞ, জ্যোতির্বিদ আৰু দার্শনিক।
৫/ ১৮৬৯ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল মির্জা গালিবৰ তেওঁ আছিল এগৰাকী ভাৰতীয় কবি।
৬/ ১৯৪৮ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল সুভদ্রা কুমাৰী চৌহান তেওঁ আছিল এগৰাকী ভাৰতীয় হিন্দী সাহিত্যৰ কবি।
৭/ ১৯৮৮ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল ৰিচাৰ্ড ফাইনমেনৰ তেওঁ আছিল এগৰাকী আমেৰিকান তাত্ত্বিক পদার্থবিজ্ঞানী।
৮/ ২০০৮ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল মনোৰমাৰ তেওঁ আছিল এগৰাকী ভাৰতীয় অভিনেত্রী।
৯/ ২০২২ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল সন্ধ্যা মুখার্জীৰ তেওঁ আছিল এগৰাকী ভাৰতীয় কণ্ঠশিল্পী।
১০/ আজিৰ দিনটোতে আফগানিস্তানত মুক্তি দিৱস হিচাপে পালন কৰা হয়।
১১/ আজিৰ দিনটোতে কানাডাত কানাডাৰ পতাকা দিৱস হিচাপে পালন কৰা হয়