WHAT HAPPENED TODAY IN HISTORY 13 FEBRUARY (ফ্ৰেব্ৰুৱাৰী) আজি দিনটোৰ বিশেষ

১৩ ফেব্ৰুৱাৰী আজি দিনটোৰ বিশেষ:-
১/ ১৯০১ চনৰ আজিৰ দিনটোতে ব্রিটিকসকলে কলকাতাৰ পৰিবতে নতুন দিল্লীক ৰাজধানী হিচাবে উদ্বোধন কৰিছিল। উল্লেখযোগ্য যে ১৯৯৬ চনৰ ১২ ডিচেম্বৰত সম্রাট খ্যাত শিল্পী দৰবাৰত ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱাৰ কথা আনুষ্ঠানিকভাবে ঘোষণা কৰিছিল।
২/ ১৯৪০ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘই ৰেডিঅ সম্প্ৰচাৰ আৰম্ভ হৈছিল। ২০১২ চনৰ ৰেডিঅ দিৱস পালন কৰা হয়। 
৩/ ১৯৫৮ চনৰ আজিৰ দিনটোতে পৃথিবী জুৰি অতি জনপ্রিয় বাৰ্বী পুতলা বজাৰলে আহিছিল আৰু বিক্ৰী আৰম্ভ হৈছিল।
৪/ ২০০১ চনৰ আজিৰ দিনটোতে মহাকাশৰ "ইৰোশ" নামৰ ক্ষুদ্ৰ গ্ৰহণ প্রথম যান উপস্থিত হৈছিল। 
৫/ ২০০০ চনৰ আজিৰ দিনটোতে যশ চোপ্ৰাৰ লৈ আজ দিনটোতে দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছিল।
৬/১৮৭৯ চনৰ আজিৰ দিনটোতে সৰোজিনী নাইডুৰ জন্ম হৈছিল তেওঁ আছিল এগৰাকী ভাৰতৰ স্বাধীনতা সংগ্রামী আৰু কবি। তেখেতৰ মৃত্যু হৈছিল ২ মার্চ ১৯৪৯ চনত। তেওঁক ভাৰতৰ নাইটিংগেল অব ইন্ডিয়া' নামে পৰিচিত হৈছিল। সৰোজিনী নাইডু ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।
৭/ ১৯৮৩ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল গোপাল ৰাভাৰ জন্ম হৈছিল তেওঁ এগৰাকীৰ অসমৰ শৰীৰৰ চৰ্চাবিদ ।
৮/ ১৯৮৫ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল সোমদেৱ বৰ্মন তেওঁ এগৰাকী ভাৰতীয় টেনিছ খেলিবলৈ ।
৯/ ১৯৯৩ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ৰেহনেছ টি পি তেওঁ এগৰাকী ভাৰতীয় ফুটবল খেলুৱৈ।
১০/ ১৯৯৫ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ৰাৱণে সিং ভাটী তেওঁ এগৰাকী ভাৰতীয় পেৰালিম্পিক হাই জাম্পা খেলুৱৈ।
১১/ ১৯৯৬ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল লক্ষ্মীনাথ দাস তেওঁ আছিল এগৰাকী অসমীয়া বিজ্ঞানী, উদ্যোগী উদ্ভাৱক আৰু অধ্যাপক।
১২/ ১৯৭৪ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল শ্ৰী কৃষ্ণ নাৰায়ণ ৰতন ঝাংকাৰ তেওঁ আছিল এগৰাকী হিন্দুস্তানী শাস্ত্রীয় সংগীত শিল্পী।
১৩/ ২০০০ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল মেদিনী চৌধুনা তেওঁ আছিল এগৰাকী অসমীয়া ঔপন্যাসিক, ভ্রমণ কাহিনী আৰু বুৰঞ্জীমূলক গ্ৰন্থৰ প্ৰণেতা। ১৯৯৯ চনত তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
Previous Post Next Post