১২ ফেব্ৰুৱাৰী আজি দিনটোৰ বিশেষ:-
১/ ১৮৫৫ চনৰ আজিৰ দিনটোতে মিচিগান ষ্টেট ইউনিভাৰ্ছিটি প্রতিষ্ঠিত কৰা হৈছিল আৰু বর্তমান সময়ত বিশ্বৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ অন্যতম এখন বিশ্ববিদ্যালয়।
২/ ১৫০২ চনৰ আজিৰ দিনটোতে ভাস্কো দা গামাই পর্তুগাল লিচবনৰ পৰা ভাৰতলৈ দ্বিতীয় নৌ যাত্ৰা আৰম্ভ কৰিছিল।
৩/ ১৯৬১ চনৰ আজিৰ দিনটোতে শুক্র গ্রহলৈ লক্ষ্য কৰি জোভিয়েট ইউনিয়নে ভেনেৰা-১ উৎক্ষেপণ কৰিছিল।
৪/ ১৮৭৭ চনৰ আজিৰ দিনটোতে প্রথম টেলিফোনত সংবাদ প্রদান প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল।
৫/ ১৯৯৩ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ভাৰতীয় ক্রিকেটাৰ কপিল দেৱেৰ তেওঁ টেষ্ট ক্রিকেটও ৪০০টা উইকেট আৰু ৫০০০ ৰাণ সংগ্ৰহ কৰি এক ৰেকৰ্ড স্থাপন কৰিছিল।
৬/ ১৮০৯ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল চাৰ্লছ ডাৰউইনৰ তেওঁ আছিল এগৰাকী জীৱবিজ্ঞানী, বিৱর্তনবাদৰ জনক।
৭/ ১৮০৯ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল আব্রাহাম লিংকনৰ তেওঁ আছিল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।
৮/ ১৮২৪ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল দয়ানন্দ সৰস্বতীৰ তেওঁ আছিল আর্য সমাজ প্রতিষ্ঠাতা।
৯/ ১৯০৪ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল গুৰুপ্ৰসাদ দাসৰ তেওঁ আছিল এগৰাকী অসমীয়া বিজ্ঞানী।
১০/ ১৯২০ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল প্রাণৰ তেওঁ এগৰাকী দাদাচাহেব ফাল্কে বঁটা বিজয়ী ভাৰতীয় অভিনেতা।
১১/ ১৯৪১ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ডেনিছ চুলিস্তানৰ তেওঁ এগৰাকী আমেৰিকান গণিতজ্ঞ।
১২/ ১৯৫০ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল বদৰুদ্দিন আজমলৰ তেওঁ এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা।
১৩/ ১৮০৪ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল ইমানুয়েল কান্টৰ তেওঁ আছিল এগৰাকী জার্মান দার্শনিক।
১৪/ ম্যানমাৰ ত আজিৰ দিনটোত একতা দিৱস হিচাপে পালন কৰা হয়।
১৫/ ভেনেজু ত আজিৰ দিনটোত যুৱ দিৱস হিচাপে পালন কৰা হয়।
১৬/ আজি দিনটোতে আন্তঃৰাষ্ট্ৰীয় মহিলাৰ স্বাস্থ্য দিৱস (International Day of Women's Health) পালন কৰা হয়।
১৭/ আজি দিনটোতে ৰাষ্ট্ৰসংঘ ই ৰঙা হাত দিৱস পালন কৰে।