১৪ ফেব্ৰুৱাৰী আজি দিনটোৰ বিশেষ:-
১/ ১৫৫৬ চনৰ আজিৰ দিনটোতে আকবৰৰ ৰাজ অভিষেক কৰা হৈছিল।
২/১৮৮১ চনৰ আজিৰ দিনটোতে ভাৰতত প্রথম হোমিওপেথিক মেডিকেল কলেজ কলকাতাত স্থাপন কৰা হৈছিল।
৩/১৮৬৯ চনৰ আজিৰ দিনটোতে আমেৰিকাত প্ৰথম ভোটিং মেচিনৰ ব্যৱহাৰ কৰা হৈছিল।
৪/ ১৯২৯ চনৰ আজিৰ দিনটোতে বেক্টেৰিয়াবিন ছাৰ আলেকজে তাৰ ফেমিকে আধুনিক চিকিৎসা বিজ্ঞানৰ অন্যতম গুৰুত্বপূর্ণ আবিষ্কাৰ বেক্টেৰিয়া নিকাৰী কাৰী এন্টিবায়োটিক পেনিডিলিন আবিষ্কাৰ কৰিছিল। আলেকজেণ্ডান ফেমিজৰ জন্ম হৈছিল ১৮৮১ চনৰ ৬ আগষ্ঠত আৰু তেখেতৰ মৃত্যু হৈছিল ১৯৫৫ চনৰ ১১ মার্চত। তেওঁক ১৯৪৫ চনত
নোবেল বঁটা প্ৰান কৰা হৈছিল।
৫/১৯৪৬ চনৰ আজিৰ দিনটোতে যুক্তৰাজাৰ কেন্দ্ৰীয় বেংক, বেংক অফ ইংলেণ্ডৰ ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল।
৬/ ১৯৯০ চনৰ আজিৰ দিনটোতে ভায়জান মহাকাশযানে প্রথম পৃথিৱীৰ আলোকচিত্র তোলে যি পেল ব্লু ডত (Pale Blue Dot) নামেৰে প্রসিদ্ধ হয়।
৭/ ২০০৫ চনৰ আজিৰ দিনটোতে ভিডিঅ বিতৰণৰ ৱেবছাইট ইউটিউব আৰম্ভ কৰা হৈছিল।
৮/ ১৪৮৩ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল মোগল সম্ৰাট বাবৰ আৰু তেখেতৰ মৃত্যু ১৫৩০ চনৰ ২৬ ডিচেম্বৰত ।
৯/ ১৯৩৩ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল মধুবালা তেওঁ আছিল এগৰাকী ভাৰতীয় অভিনেত্রী আৰু তেখেতৰ মৃত্যু হৈছিল ২৩ ফ্ৰেব্ৰুৱাৰী ১৯৬৯ চনত।
১০/ ১৯৫২ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল সুষমা স্বাৰাজ তেওঁ আছিল এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ প্রাক্তন বৈদেশিক মন্ত্রী।
১১/ ১৯৬৭ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল মনজ্যোৎস্না মহন্ত গোস্বামীৰ তেওঁ এগৰাকী অসমীয়া কণ্ঠশিল্পী, সংগী পৰিচালক, অধ্যাপক
১২/১৯৮২ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল গায়ত্ৰী মহন্ত ৰ তেওঁ এগৰাকী অসমীয়া চলচ্চিত্র অভিনেত্রী।
১৩/ ১৯৮০ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল ৰুদ্ৰ বৰুৱাৰ তেওঁ আছিল এগৰাকী অসমীয়া গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক তথা অভিনেতা। তেখেত 'লুইন কোঁৱৰ নামেৰে পৰিচিত আছিল। তেখেতৰ জন্ম হৈছিল জন্ম ১৯২৬ চনৰ ২৬ নৱেম্বৰত ।