WHAT HAPPENED TODAY IN HISTORY 21 January (জানুৱাৰী) আজি দিনটোৰ বিশেষ

২১ জানুৱাৰী আজি দিনটোৰ বিশেষ:-
 
১/ ১৯৩০ চনৰ  আজিৰ দিনটোত মুটু গ্ৰহ আৱিষ্কাৰ হৈছিল।
২/ ১৯৫৮ চনৰ আজিৰ দিনটোত ভাৰতত কপিৰাইট আইন প্ৰৱৰ্তন কৰা হৈছিল।
৩/ ১৯৭২ চনৰ আজিৰ দিনটোত উত্তৰ-পূৱ ভাৰতৰ ৰাজ্য মণিপুৰ আৰু ত্ৰিপুৰা প্ৰতিষ্ঠা হৈছিল। 
৪/ ১৯৭২চনৰ আজি দিশটোত "নেফা" অৰুণাচল প্ৰদেশৰ অন্তৰ্গত কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিৱৰ্তিত কৰি শাসনভাৰ এজন মুখ্য - আয়ুক্তৰ হাতত অৰ্পণ কৰা হৈছিল।
৫/ ১৯৯৪ চনৰ আজিৰ দিনটোত কাছাৰৰ শিলচৰত অসম বিশ্ববিদ্যালয় মুকলি হৈছিল।
৬/ ২০০৮ চনৰ আজিৰ দিনটোত উত্তৰ-পূব ভাৰতৰ দ্বিতীয় চেটেলাইট নিউজ চেনেল নিউজ লাইভ প্রতিষ্ঠা হৈছিল ।
৭/ ১৯৩০ চনৰ আজিৰ দিনটোত জন্ম হৈছিল কমলেন্দু দেৱ ক্ৰৰী তেওঁ আছিল ভাৰতীয় এগৰাকী তাত্ত্বিক পদার্থবিজ্ঞানী আৰু কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ ।
৮/ ১৯৩৮ চনৰ আজিৰ দিনটোত জন্ম হৈছিল কুল বৰুৱা তেওঁ আছিল অসমীয়া এগৰাকী গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী আৰু সংগীত পৰিচালক।
৯/ ১৯৪৩ চনৰ আজিৰ দিনটোত জন্ম হৈছিল প্ৰতিভা ৰায় তেওঁ আছিল ভাৰতীয় এগৰাকী সাহিত্যিক আৰু শিক্ষাবিদ।
১০/ ১৯৬০ চনৰ আজিৰ দিনটোত জন্ম হৈছিল অতুল পাচনী তেওঁ আছিল অসমীয়া এগৰাকী অভিনেতা।
১১/ ১৯৭৯ চনৰ আজিৰ দিনটোত জন্ম হৈছিল জোহান এডয়ার্ড হবি তেওঁ আছিল ব্ৰিটিছ ছুইজাৰলেণ্ডৰ এগৰাকী লেখক আৰু সাংবাদিক।
১২/ ১৯৮৬ চনৰ আজিৰ দিনটোত জন্ম হৈছিল সুশান্ত সিং ৰাজপুত তেওঁ আছিল ভাৰতীয় এগৰাকী চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেতা তথা নৃত্যশিল্পী।
১৩/ ১৭৯৩ চনৰ আজিৰ দিনটোত মৃত্যু হৈছিল ষোড়শ লুইক গিলোটিন  তেওঁ আছিল ফৰাচী এগৰাকী সম্রাট।
১৪/ ১৯২৪ চনৰ আজিৰ দিনটোত মৃত্যু হৈছিল লেনিন তেওঁ আছিল ৰুছৰ এগৰাকী বিপ্লৱৰ নেতা।
১৫/ ১৯৫০ চনৰ আজিৰ দিনটোত মৃত্যু হৈছিল জর্জ অৰৱেল তেওঁ আছিল ইংৰাজ এগৰাকী ঔপন্যাসিক আৰু নিবন্ধকাৰ।
১৬/ ১৯৭৭ চনৰ আজিৰ দিনটোত মৃত্যু হৈছিল গজেন বৰুৱা তেওঁ আছিল অসমীয়া এগৰাকী নৃত্যশিল্পী।
১৭/ ১৯৮১ চনৰ আজিৰ দিনটোত মৃত্যু হৈছিল বিষ্ণুৰাম মেধি তেওঁ আছিল অসমৰ এগৰাকী দ্বিতীয়গৰাকী মুখ্যমন্ত্রী আৰু স্বাধীনতা সংগ্ৰামৰ মুক্তিযোদ্ধা।
১৮/ ২০০৬ চনৰ আজিৰ দিনটোত মৃত্যু হৈছিল দিলীপ চৌধুৰী তেওঁ আছিল অসমীয়া এগৰাকী সংগীতশিল্পী।
১৯/ ২০১৬ চনৰ আজিৰ দিনটোত মৃত্যু হৈছিল মৃণালিনী সাৰাতাই তেওঁ আছিল ভাৰতীয় এগৰাকী শাস্ত্ৰীয় নৃত্যবিশাৰদ আৰু নৃত্য পৰিচালক।
Previous Post Next Post