WHAT HAPPENED TODAY IN HISTORY 20 January (জানুৱাৰী) আজিৰ দিনটো বিশেষ

২০ জানুৱাৰী আজি দিনটোৰ বিশেষ:-

১/ ১৮৭৯ চনৰ আজিৰ দিনটোত বিহগী কবি ৰঘুনাথ চৌধাৰীৰ জন্ম হৈছিল।
২/ ১৯২৬ চনৰ আজিৰ দিনটোত কবি গীতিকাৰ কেশৱ মহন্তৰ জন্ম হৈছিল।
৩/ ১৯৭৮ চনৰ আজিৰ দিনটোত বাগ্মীবৰ নীলমণি ফুকনৰ মৃত্যু হৈছিল ।
৪/ ১৯৮৬ চনৰ আজিৰ দিনটোত কবি নাট্যকাৰ প্ৰসন্নলাল চৌধুৰী দেৱৰ মৃত্যুৰ হয়।
৫/ ১৯৭২ চনৰ আজিৰ দিনটোতে মেঘালয়ে পূৰ্ণ ৰাজ্যৰ হিচাপে স্বীকৃতি পাইছিল।
৬/ ২০ জানুৱাৰীত সেনা দিৱস হিচাপে পালন কৰা হয় (লাওছ)।
৭/ ২০ জানুৱাৰীত শ্বহীদ দিৱস হিচাপে পালন কৰা হয় (আজেৰবাইজান)।
Previous Post Next Post