Assam GK Quiz - General Knowledge Questions and Answers in Assamese Language
ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023
ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023
১.অগ্নিকবি বুলি কোৱা হয় ।
উত্তৰ:-কমলাকাস্ত ভট্টাচাৰ্যক
২.তত্তু-ভূষণ বুলি কোৱা
হয়।
উত্তৰ:- ৰাজমোহন নাথক
৩.অতীন্দ্ৰিয়বাদী কবি বুলি
কোৱা হয় ।
উত্তৰ:-নলিনীবালা দেৱীক
৪.তপোবনৰ কবি বুলি কোৱা হয়
।
উত্তৰ:-অতুল চন্দ্ৰ হাজৰিকাক।
৫.অভিনয়াচাৰ্য বুলি কোৱা
হয় ।
উত্তৰ:-ব্ৰজনাথ শৰ্মা
৬.ত্যাগবীৰ বুলি কোৱা হয়।
উত্তৰ:- হেমচন্দ্ৰ বৰুৱাক
৭.অসম কেশৰী বুলি কোৱা হয়
।
উত্তৰ:-অম্বিকাগিৰী ৰায় চৌধুৰীক
৮. দানবীৰ বুলি কোৱা হয় ।
উত্তৰ:-ৰাধানাথ সন্দিকৈ
ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023
৯.অসম গৌৰৱ বুলি কোৱা হয় ।
উত্তৰ:-হেম বৰুৱা
১০.দেশভক্ত বুলি কোৱা হয় ।
উত্তৰ:-তৰুণৰাম ফুকন
১১.ধ্বনি কবি বুলি কোৱা হয়
।
উত্তৰ:-বিনন্দ চন্দ্ৰ বৰুৱা
১২.ইন্দ্ৰধনুৰ কবি বুলি
কোৱা হয় ।
উত্তৰ:-ডিম্বেশ্বৰ নেওগ
১৩.নটসূৰ্য বুলি কোৱা হয়।
উত্তৰ:- ফণী শৰ্মাক
১৪.উপন্যাস সম্ৰাট বুলি
কোৱা হয়।
উত্তৰ:- ৰজনীকান্ত বৰদলৈক
১৫.নাট্য প্রভাকৰ বুলি কোৱা
হয় ।
উত্তৰ:-সত্যপ্রসাদ বৰুৱাক
১৬.নাট্যাচাৰ্য বুলি কোৱা
হয়।
উত্তৰ:- ইন্দ্ৰেশ্বৰ বৰঠাকুৰ
১৭.কবিতা কোঁৱৰ বুলি কোৱা
হয় ।
উত্তৰ:-অম্বেশ্বৰ চেতিয়া ফুকন
ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023
১৮.নিজৰাৰ কবি বুলি কোৱা
হয় ।
উত্তৰ:-শৈলধৰ ৰাজখোৱা
১৯.কৰ্মবীৰ বুলি কোৱা হয় ।
উত্তৰ:-নবীন চন্দ্ৰ বৰদলৈ
২০.কলাগুৰু বুলি কোৱা হয়।
উত্তৰ:- বিষ্ণুপ্ৰসাদ ৰাভা
২১.পাপৰিৰ কবি বুলি কোৱা
হয়।
উত্তৰ:- গণেশ চন্দ্ৰ গগৈ
২২.প্রতিমাৰ খনিকৰ বুলি
কোৱা হয়।
উত্তৰ:-চন্দ্ৰকুমাৰ আগৰৱালা
২৩.প্ৰকৃতি কবি বুলি কোৱা
হয়।
উত্তৰ:- ৰঘুনাথ চৌধাৰী
২৪.ৰ’দালিৰ কবি বুলি কোৱা
হয়।
উত্তৰ:-হীৰেন ভট্টাচাৰ্য
২৫.গল্প সম্ৰাট
বুলি কোৱা হয়।
উত্তৰ:-চৈয়দ আব্দুল মালিক
২৬.ফুলনিৰ কবি বুলি কোৱা
হয়।
উত্তৰ:- পদ্মধৰ চলিহা
২৭.গীতিকবি বুলি কোৱা হয় ।
উত্তৰ:-পাৰ্ৱতি প্রসাদ বৰুৱা
২৮.বকুলবনৰ কবি বুলি কোৱা
হয়।
উত্তৰ:- আনন্দ চন্দ্ৰ বৰুৱা
ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023
২৯.বনফুলৰ কৰি বুলি কোৱা
হয় ।
যতীন্দ্ৰনাথ দুৱৰা
৩০.ককা বুলি কোৱা হয়।
উত্তৰ:- নীলমণি ফুকন
৩১.বিদ্ৰোহী কবি বুলি কোৱা
হয় ।
উত্তৰ:-প্ৰসন্নলাল চৌধুৰী
৩২.বিহগী কবি বুলি কোৱা হয়
।
উত্তৰ:-ৰঘুনাথ চৌধাৰী
৩৩.মস্বস্তৰৰ কবি বুলি কোৱা
হয় ।
উত্তৰ:-বীৰেন বৰকটকী
৩৪.মৌচাক মামা বুলি কোৱা
হয়।
উত্তৰ:- প্ৰমোদ তামুলী
৩৫.ৰতনপুৰৰ ৰত্ন বুলি কোৱা
হয়।
উত্তৰ:- ভৱানন্দ ৰাজখোৱা
ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023
৩৬.ৰসৰাজ আৰু সাহিত্যৰথী
বুলি কোৱা হয়।
উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা
৩৭.ৰূপকোঁৱৰ বুলি কোৱা হয়।
উত্তৰ:- জ্যোতিপ্ৰসাদ আগৰৱালা
৪০.অঘৰী বুলি কোৱা হয় ।
উত্তৰ:-প্ৰমোদ কুমাৰ বৰদলৈ
৪১.অজগৰ বুলি কোৱা হয়।
উত্তৰ:- চৈয়দ আব্দুল মালিক
৪২.কাঞ্চন বৰুৱা বুলি
জনাজায় ।
উত্তৰ:-ভূবন মোহন বৰুৱা
৪৩.দেশ বুলি কোৱা হয়।
উত্তৰ:- দেৱেশ্বৰ শৰ্মা
৪৪.যদু বুলি জনাজাত ।
উত্তৰ:-যতিন্দ্ৰ নাথ দুৱাৰা
৪৫.ৰাস্না বৰুৱা আৰু বীণা
বৰুৱা বুলি কোৱা হয়।
উত্তৰ:- ডা: বিৰিঞ্চি কুমাৰ বৰুৱা
ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023
৪৬.ৰংমন বুলি কোৱা হয় ।
উত্তৰ:-ৰবীন দে
৪৭.কৃপাবৰ বৰবৰুৱা বুলি
কোৱা হয় ।
উত্তৰ:-লক্ষ্মীনাথ বেজবৰুৱা
৪৮.ইন্দিৰা গোস্বামী বুলি
জনা যায়।
উত্তৰ:- মামণি ৰয়ছম গোস্বামীক
৪৯.ভানুনন্দন বুলি কোৱা
হয়।
উত্তৰ:- ডা: সৃৰ্য কুমাৰ ভূঞা
৫০.ভোলাই শৰ্মা বুলি কোৱা
হয় ।
উত্তৰ:-ৰজনীকান্ত বৰদলৈক।