কাক কি বুলি জানো ?ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023

Assam GK Quiz - General Knowledge Questions and Answers in Assamese Language

ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023

ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023

            নমস্কাৰ বন্ধু-বান্ধৱীসকলআশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “ গুৰুত্বপূৰ্ণ অসম কুইজ” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। ASSAM GK IN ASSAMESE LANGUAGE বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষাঅসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ ASSAM GK IN ASSAMESE LANGUAGE সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰকযাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে I
কাক কি বুলি জানো ?ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023

১.অগ্নিকবি বুলি কোৱা হয় ।



উত্তৰ:-কমলাকাস্ত ভট্টাচাৰ্যক



২.তত্তু-ভূষণ বুলি কোৱা
হয়।



উত্তৰ:- ৰাজমোহন নাথক



৩.অতীন্দ্ৰিয়বাদী কবি বুলি
কোৱা হয় ।



উত্তৰ:-নলিনীবালা দেৱীক



৪.তপোবনৰ কবি বুলি কোৱা হয়



উত্তৰ:-অতুল চন্দ্ৰ হাজৰিকাক।



৫.অভিনয়াচাৰ্য বুলি কোৱা
হয় ।



উত্তৰ:-ব্ৰজনাথ শৰ্মা 



৬.ত্যাগবীৰ বুলি কোৱা হয়।



উত্তৰ:- হেমচন্দ্ৰ বৰুৱাক



৭.অসম কেশৰী বুলি কোৱা হয়



উত্তৰ:-অম্বিকাগিৰী ৰায় চৌধুৰীক



৮. দানবীৰ বুলি কোৱা হয় ।



উত্তৰ:-ৰাধানাথ সন্দিকৈ

ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023



৯.অসম গৌৰৱ বুলি কোৱা হয় ।



উত্তৰ:-হেম বৰুৱা 



১০.দেশভক্ত বুলি কোৱা হয় । 



উত্তৰ:-তৰুণৰাম ফুকন



১১.ধ্বনি কবি বুলি কোৱা হয়



উত্তৰ:-বিনন্দ চন্দ্ৰ বৰুৱা



১২.ইন্দ্ৰধনুৰ কবি বুলি
কোৱা হয় ।



উত্তৰ:-ডিম্বেশ্বৰ নেওগ 



১৩.নটসূৰ্য বুলি কোৱা হয়।



উত্তৰ:- ফণী শৰ্মাক



১৪.উপন্যাস সম্ৰাট বুলি
কোৱা হয়।



উত্তৰ:- ৰজনীকান্ত বৰদলৈক



১৫.নাট্য প্রভাকৰ বুলি কোৱা
হয় ।



উত্তৰ:-সত্যপ্রসাদ বৰুৱাক



১৬.নাট্যাচাৰ্য বুলি কোৱা
হয়।



উত্তৰ:- ইন্দ্ৰেশ্বৰ বৰঠাকুৰ



১৭.কবিতা কোঁৱৰ বুলি কোৱা
হয় ।



উত্তৰ:-অম্বেশ্বৰ চেতিয়া ফুকন 

ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023



১৮.নিজৰাৰ কবি বুলি কোৱা
হয় ।



উত্তৰ:-শৈলধৰ ৰাজখোৱা



১৯.কৰ্মবীৰ বুলি কোৱা হয় ।



উত্তৰ:-নবীন চন্দ্ৰ বৰদলৈ 



২০.কলাগুৰু বুলি কোৱা হয়।



উত্তৰ:- বিষ্ণুপ্ৰসাদ ৰাভা 



২১.পাপৰিৰ কবি বুলি কোৱা
হয়।



উত্তৰ:- গণেশ চন্দ্ৰ গগৈ



২২.প্রতিমাৰ খনিকৰ বুলি
কোৱা হয়।



উত্তৰ:-চন্দ্ৰকুমাৰ আগৰৱালা



২৩.প্ৰকৃতি কবি বুলি কোৱা
হয়।



উত্তৰ:- ৰঘুনাথ চৌধাৰী



 ২৪.ৰ’দালিৰ কবি বুলি কোৱা
হয়।



 উত্তৰ:-হীৰেন ভট্টাচাৰ্য



২৫.গল্প সম্ৰাট 
বুলি কোৱা হয়।



উত্তৰ:-চৈয়দ আব্দুল মালিক 



২৬.ফুলনিৰ কবি বুলি কোৱা
হয়।



উত্তৰ:- পদ্মধৰ চলিহা



২৭.গীতিকবি বুলি কোৱা হয় ।



উত্তৰ:-পাৰ্ৱতি প্রসাদ বৰুৱা 



২৮.বকুলবনৰ কবি বুলি কোৱা
হয়।



উত্তৰ:- আনন্দ চন্দ্ৰ বৰুৱা

ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023



২৯.বনফুলৰ কৰি বুলি কোৱা
হয় ।



যতীন্দ্ৰনাথ দুৱৰা



৩০.ককা বুলি কোৱা হয়।



উত্তৰ:- নীলমণি ফুকন



৩১.বিদ্ৰোহী কবি বুলি কোৱা
হয় ।



উত্তৰ:-প্ৰসন্নলাল চৌধুৰী



৩২.বিহগী কবি বুলি কোৱা হয়



উত্তৰ:-ৰঘুনাথ চৌধাৰী



৩৩.মস্বস্তৰৰ কবি বুলি কোৱা
হয় ।



উত্তৰ:-বীৰেন বৰকটকী



৩৪.মৌচাক মামা বুলি কোৱা
হয়।



উত্তৰ:- প্ৰমোদ তামুলী 



৩৫.ৰতনপুৰৰ ৰত্ন বুলি কোৱা
হয়।



উত্তৰ:- ভৱানন্দ ৰাজখোৱা

ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023



৩৬.ৰসৰাজ আৰু সাহিত্যৰথী
বুলি কোৱা হয়।



উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা



৩৭.ৰূপকোঁৱৰ বুলি কোৱা হয়।



উত্তৰ:- জ্যোতিপ্ৰসাদ আগৰৱালা



৪০.অঘৰী বুলি কোৱা হয় ।



উত্তৰ:-প্ৰমোদ কুমাৰ বৰদলৈ



৪১.অজগৰ বুলি কোৱা হয়।



উত্তৰ:- চৈয়দ আব্দুল মালিক



৪২.কাঞ্চন বৰুৱা বুলি
জনাজায় ।



উত্তৰ:-ভূবন মোহন বৰুৱা



৪৩.দেশ বুলি কোৱা হয়।



উত্তৰ:- দেৱেশ্বৰ শৰ্মা



৪৪.যদু বুলি জনাজাত ।



উত্তৰ:-যতিন্দ্ৰ নাথ দুৱাৰা



৪৫.ৰাস্না বৰুৱা আৰু বীণা
বৰুৱা বুলি কোৱা হয়।



উত্তৰ:- ডা: বিৰিঞ্চি কুমাৰ বৰুৱা

ASSAM GK IN ASSAMESE LANGUAGE I গুৰুত্বপূৰ্ণ অসম কুইজ-2023



৪৬.ৰংমন বুলি কোৱা হয় ।



উত্তৰ:-ৰবীন দে



৪৭.কৃপাবৰ বৰবৰুৱা বুলি
কোৱা হয় ।



উত্তৰ:-লক্ষ্মীনাথ বেজবৰুৱা



৪৮.ইন্দিৰা গোস্বামী বুলি
জনা যায়।



উত্তৰ:- মামণি ৰয়ছম গোস্বামীক



৪৯.ভানুনন্দন বুলি কোৱা
হয়।



উত্তৰ:- ডা: সৃৰ্য কুমাৰ ভূঞা



৫০.ভোলাই শৰ্মা বুলি কোৱা
হয় ।



উত্তৰ:-ৰজনীকান্ত বৰদলৈক।



 

Assam GK Quiz - General Knowledge Questions and Answers in Assamese Language

Tags-
অসমৰ সৰস্বতী বুলি কাক কোৱা হয়
অগ্নি কবি বুলি কাক কোৱা হয়
উপন্যাস সম্ৰাট বুলি কাক কোৱা হয়
অসম কেশৰী বুলি কাক আখ্যা দিয়া হৈছে
অসমৰ আইতা বুলি কাক কোৱা হয়?
অসমীয়া সাহিত্যৰ বেকন বুলি কাক কোৱা হয়
বিহগী কবি বুলি কাক কোৱা হয়
কলংপৰীয়া কবি বুলি কাক কোৱা হয়


Previous Post Next Post