নমস্কাৰ বন্ধুসকল

অসম চৰকাৰৰ সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে লাগতিয়াল বিষয় সমূহ ওচৰত বিতং তথ্য আৰু প্ৰশ্নৰ উত্তৰ লগতে দৈনিক কুইজ প্ৰতিযোগিতাৰ আমাৰ ইয়াত উপলব্ধ হব।প্ৰতিযোগিতা মূলক পৰীক্ষাত অৱতীৰ্ণ হৈ ভাল ফলাফল পাবলৈ আপোনাৰ লগত আমি সদাই আছো। CARRIER ASSAM 360 ৰ পৰিয়ালে সদাই নতুন নতুন তথ্য আৰু প্ৰশ্নসমূহ উপস্থাপন কৰাব আপোনাৰ লগতে আপোনাৰ বন্ধু-বান্ধৱীৰ উপযোগী হোৱাকৈ তাৰ বাবে আপোনালোকৰ সহায় সহযোগ কামনা কৰিলো। আপোনালোকে নিজৰ বন্ধু বান্ধৱী লগত প্ৰশ্ন উত্তৰ সমূহ Facebook, WhatsApp আৰু বিভিন্ন সামাজিক মাধ্যমত Share কৰিব বুলি আশা ৰাখিলোঁ যাতে সকলো সুবিধা হয়। প্ৰশ্নসমূহত কিবা ভূল চকুত পৰে আমাক জনাব যাতে পাছলৈ এনেধৰনৰ ভূল নহয় ।কিবা বিষয়ক প্ৰশ্নৰ লগতে পৰীক্ষা সম্বন্ধীয় তথ্য লাগিলে আমাৰ জনাব আমি যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। CARRIER ASSAM 360 Website ত অসমৰ লগতে ভাৰতৰ অন্যান্য ৰাজ্যৰ প্ৰশ্ন উত্তৰ সমূহ অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে উপলব্ধ কৰোৱা হব।