সাধাৰণ জ্ঞান । সাধাৰণ জ্ঞান ২০২৩ । assam gk in assamese language । indian history in assamese language । অসমীয়া সাধাৰণ জ্ঞান 2023
ASSAMESE GK IN ASSAMESE LANGUAGE I সাধাৰণ জ্ঞান I Assamese gk I careerassam360
শীৰ্ষ ১০০+ GK প্ৰশ্ন আৰু উত্তৰ ইংৰাজী ২০২৩ | সকলো পৰীক্ষাৰ বাবে ১০০ টা সাধাৰণ জ্ঞানৰ প্ৰশ্ন
ASSAMESE GK IN ASSAMESE LANGUAGE I সাধাৰণ জ্ঞান I Assamese gk
নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “ অসমৰ সাধাৰণ জ্ঞান” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। ASSAMESE GK IN ASSAMESE LANGUAGE বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ ASSAM GK IN ASSAMESE LANGUAGE সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে।
ASSAMESE GK IN ASSAMESE LANGUAGE I সাধাৰণ জ্ঞান I Assamese gk I careerassam360
সাধাৰণ জ্ঞান । সাধাৰণ জ্ঞান ২০২৩ । assam gk in assamese language । indian history in assamese language । অসমীয়া সাধাৰণ জ্ঞান 2023
প্ৰশ্ন:আলবেৰুণী কোন আছিল ?
উত্তৰ: আলবেৰুণী আছিল মহম্মদ ঘজনীৰ ৰাজসভাত থকা এজন বিখ্যাত পণ্ডিত ।
প্ৰশ্ন:ৰামধেনু ৰং কেইটা কি কি?
উত্তৰ:ৰামধেনুৰ ৰঙ কেইটা হৈছে বেঙুনীয়া,ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া,সুমথিৰা, আৰু ৰঙা।
প্ৰশ্ন:ভাৰতীয় সংবিধানৰ পিতৃ কোন ?
উত্তৰ:ভাৰতৰ সংবিধানৰ পিতৃ হল বাবছাহেব ড° ভীমৰাও আম্বেদকাৰ।
প্ৰশ্ন:তৰাইনৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল ?
উত্তৰ: তৰাইনৰ প্ৰথম যুদ্ধ মহম্মদ ঘোৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত হৈছিল।
প্ৰশ্ন:প্ৰটিনৰ অভাৱত হোৱা ৰোগটোৰ নাম কি?
উত্তৰ:প্ৰটিনৰ অভাৱত হোৱা ৰোগটোৰ নাম হল কোৱাছিঅ’ৰক’ৰ ।
প্ৰশ্ন:ৰেডিঅ কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ:মাৰ্ক ' নিয়ে ৰেডিঅ আৱিষ্কাৰ কৰিছিল।
প্ৰশ্ন:অসমীয়া ব্যঞ্জনবৰ্ণ কেইটা?
উত্তৰ: অসমীয়া ভাষাৰ ব্যঞ্জন বৰ্ণ ৪১ টা।
প্ৰশ্ন:মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান?
উত্তৰ: মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা হৈছে ৩৭° ডিগ্ৰী চেলচিয়াছ।
প্ৰশ্ন:তৰাইনৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত হৈছিল ?
উত্তৰ: তৰাইনৰ দ্বিতীয় যুদ্ধ মহম্মদ ঘোৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত হৈছিল।
প্ৰশ্ন:ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল ?
উত্তৰ:ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল আছিল সৰোজিনী নাইডু।
প্ৰশ্ন:অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল ?
উত্তৰ:অসমৰ প্ৰথম ৰাজ্যপাল চাৰ চালেহ মহম্মদ আকবৰ হাইদৰী আছিল ।
প্ৰশ্ন:দাস বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ?
উত্তৰ:দাস বংশৰ প্ৰতিষ্ঠাপক আছিল কুতুবুদ্দিন আইবাক।
প্ৰশ্ন:ভাৰতীয় সংবিধানৰ অনুচ্ছেদ কেইটা ?
উত্তৰ:ভাৰতীয় সংবিধানত ৩৯৫ টা অনুচ্ছেদ,২২ টা অধ্যায় , ১২ টা অনুসূচী আছে ।
প্ৰশ্ন:বৰফৰ গলনাংক কিমান ?
উত্তৰ:বৰফৰ গলনাংক হল ০°চেন্টিগ্ৰেড।
প্ৰশ্ন:ভাৰতত প্ৰথম ৰেল কেতিয়া চলিছিল ?
উত্তৰ:১৮৫৩ চনত ভাৰতত পোনপ্ৰথমবাৰৰ বাবে ৰেল চলাচল কৰিছিল
প্ৰশ্ন:তৰাইনৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল?
উত্তৰ:১১৯১ চনত তৰাইনৰ প্ৰথম যুদ্ধ হৈছিল ।
সাধাৰণ জ্ঞান । সাধাৰণ জ্ঞান ২০২৩ । assam gk in assamese language । indian history in assamese language । অসমীয়া সাধাৰণ জ্ঞান 2023
প্ৰশ্ন: দন্ত চিকিৎসকে কোন ধৰণৰ দাপোন ব্যৱহাৰ কৰে?
উত্তৰ:অবতল দাপোন(অৱতল লেন্স)
প্ৰশ্ন:সীমান্ত গান্ধী নামেৰে কাক জনা যায় ?
উত্তৰ: খান আব্দুল গফুৰ খানক সীমান্ত গান্ধী নামৰে জনা যায়।
প্ৰশ্ন:ৰামধেনু ৰং কেইটা আৰু কি কি?
উত্তৰ:ৰামধেনুৰ ৰং সাতটা।আৰু সেইকেইটা হল বেঙুনীয়া,ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া,সুমথিৰা, আৰু ৰঙা।
প্ৰশ্ন:পৃথিৱীৰ আটাইতকৈ জনবহুল দেশখনৰ নাম কি ?
উত্তৰ:পৃথিৱীৰ আটাইতকৈ জনবহুল দেশখনৰ নাম হল ভাৰত।
প্ৰশ্ন:পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন ?
উত্তৰ: পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি খনৰ নাম হল ছাহাৰা মৰভূমি।
প্ৰশ্ন:জাতীয় পতাকা ৰং কেইটা আৰু কি কি ?
উত্তৰ:জাতীয় পতাকাৰ ৰং তিনিটা আৰু সেইকেইটা হল গেৰুৱা,বগা আৰু সেউজীয়া।
প্ৰশ্ন:ৰাওলাট আইনখন কিমান চনত প্ৰণয়ন কৰা হৈছিল?
উত্তৰ:১৯১৯ চনত ৰাওলাট আইনখন প্ৰণয়ন কৰা হৈছিল ।
প্ৰশ্ন:সৌৰজগতৰ মুঠ গ্ৰহ কেইটা?
উত্তৰ:সৌৰজগতৰ মুঠ গ্ৰহ আঠটা।
প্ৰশ্ন:ত্ৰিপিটক গ্ৰন্থ খন কি ভাষাত লিখা হৈছিল?
উত্তৰ:ত্ৰিপিটক গ্ৰন্থ খন পালি ভাষাত লিখা হৈছিল।
প্ৰশ্ন:উচ্চতম ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল?
উত্তৰ: এইচ. জে. কানিয়া.(H.J. kanhaya)
সাধাৰণ জ্ঞান । সাধাৰণ জ্ঞান ২০২৩ । assam gk in assamese language । indian history in assamese language । অসমীয়া সাধাৰণ জ্ঞান 2023
সিন্ধু উপত্যকাৰ সভ্যতা প্ৰশ্ন উত্তৰ
প্ৰশ্ন:সিন্ধু উপত্যকা সভ্যতাৰ আন এটা নাম কি?
উত্তৰ:মৃতকৰ উপত্যকা(Mound of the Dead)
প্ৰশ্ন: সিন্ধু উপত্যকা সভ্যতা কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ:প্ৰত্নতত্ত্ববিদ আৰ. ডি. বেনাৰ্জীয়ে সিন্ধু উপত্যকা সভ্যতা আৱিষ্কাৰ কৰিছিল।
প্ৰশ্ন:কিমান চনত সিন্ধু উপত্যকা সভ্যতাৰ আৱিষ্কাৰ কৰা হৈছিল?
উত্তৰ:১৯২১-২২ চনত সিন্ধু উপত্যকা সভ্যতাৰ আৱিষ্কাৰ কৰা হৈছিল।
সাধাৰণ জ্ঞান । সাধাৰণ জ্ঞান ২০২৩ । assam gk in assamese language । indian history in assamese language । অসমীয়া সাধাৰণ জ্ঞান 2023
Tags-
অসমীয়া ব্যঞ্জনবৰ্ণ কেইটা
তৰাইনৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল
তৰাইনৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত হৈছিল
প্ৰটিনৰ অভাৱত হোৱা ৰোগ
ৰামধেনু ৰং কেইটা কি কি
অসমৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল
দাস বংশৰ প্ৰতিষ্ঠাপক কোন
ভাৰতীয় সংবিধানৰ অনুচ্ছেদ কেইটা
ৰেডিঅ কোনে আৱিষ্কাৰ কৰিছিল
সীমান্ত গান্ধী নামেৰে কাক জনা যায়
ৰামধেনু ৰং কেইটা
পৃথিৱীৰ আটাইতকৈ জনবহুল দেশখনৰ নাম কি
সিন্ধু উপত্যকাৰ সভ্যতা প্ৰশ্ন উত্তৰ