১ ফ্ৰেব্ৰুৱাৰী আজি দিনটোৰ বিশেষ
১/ ১৭৮৬ চনৰ আজিৰ দিনটোতে লর্ড কর্ণৱালিচ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰিছে আৰু ১৭৯৭ চনৰ আজিৰ দিনটোতে তেওঁ বেংগলৰ গৱৰ্ণৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ হাতত লয়।
২/ ১৮২৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ কলকাতা চহৰত বেংগল ক্লাব প্রতিষ্ঠিত কৰা হৈছিল।
৩/ ১৮৩১ চনৰ আজিৰ দিনটোতে বুশ ক্লাবৰ উদ্যোগত কলকাতা
চহৰত প্ৰথম চাৰুকলা প্রদর্শনীৰ উদ্বোধন কৰা হৈছিল।
৪/ ১৮৩৫ চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দাৰ্জিলিঙক চিকিমৰ ৰজাৰ পৰা Lease লয়।
৫/ ১৮৫৫ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষত কলকাতাৰ পৰা আগ্ৰা পৰ্যন্ত টেলিগ্রাফ যোগাযোগ ব্যৱস্থাৰ আনুষ্ঠানিক উদ্বোধন কৰা হৈছিল।
৬/ ১৮৬২ চনৰ আজিৰ দিনটোতে বংগীয় সভাৰ (বেংগল লেজিচলেটিভ কাউন্সিল) প্রথম সভা অনুষ্ঠিত কৰা হৈছিল।
৭/ ১৮৮৪ চনৰ আজিৰ দিনটোতে অক্সফোর্ড ইংলিছ ডিক্সনাৰীৰ ১ম খণ্ড (এ টু এন্ট) প্রকাশিত হৈছিল।
৮/ ১৮৮৪ চনৰ আজিৰ দিনটোতে ডাক বীমা যোজনা আৰম্ভ কৰা হৈছিল।
৯/ ১৮৯৭ চনৰ আজিৰ দিনটোতে দক্ষিণ কোৰিয়াৰ প্ৰাচীনতম বেংক হিচাপে শিনহান বেংকে চিউলত কাৰ্যক্ৰম আৰম্ভ কৰা হৈছিল।
১০/ ১৯৩০ চনৰ আজিৰ দিনটোতে The Times কাকতে প্রথম বাৰৰ বাবে Cross Word Puzzle ল প্ৰকাশ কৰিছিল।
১১/ ১৯৪২ চনৰ আজিৰ দিনটোতে Voice of Americat আনুষ্ঠানিক ৰেডিঅ' আৰু দূৰদৰ্শন সেৱাৰ আৰম্ভণি কৰিছিল।
১২/ ১৯৭৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় ৰে'ল সংগ্রহালয় দিল্লীত স্থাপন কৰা হৈছিল।
১৩/ ১৯৫৭ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল বলিউড অভিনেতা জেকী প্ৰাফৰ ।
১৪/ ১৯৭১ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ক্ৰিকেটৰ অজয় জাডেজাৰ ।
১৫/ ১৯৭৬ চনৰ আজিৰ দিনটোত জন্ম হৈছিল নোবেল বঁটা জয়ী জার্মান বিজ্ঞানী Werner Kari Heisenbergৰ। আৰু তেখেতৰ মৃত্যু হৈছিল ১৯০১ চনৰ ৫ ডিচেম্বৰত।
১৬/ ২০০৩ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী কল্পনা চাওলাৰ।