Assamese General Knowledge Assam Career IPC ভাৰতীয় দণ্ডবিধি ধাৰাঃ-

Assamese General Knowledge Assam Career

✍️ধাৰা ৩০৭ হত্যাৰ চেষ্টা কৰা। 


www.Carrierassam360.blogspot.com


✍️ধাৰা ৩০২ হত্যাৰ শাস্তি।

✍️ধাৰা ৩৭৬ ধৰ্ষণ ।

✍️ধাৰা ৩৯৫ ডকাইতি ।

✍️ধাৰা ৩৭৭ অ-প্ৰাকৃতিক কৃত্য।

✍️ধাৰা ৩৯৬ ডকাইতিৰ সময়ত কৰা হত্যা ।

✍️ধাৰা ১২০ ষড়যন্ত্ৰ ৰচনা কৰা।

✍️ধাৰা ৩৬৫ অপহৰণ ।

✍️ধাৰা ২০১ প্ৰমাণ নষ্ট কৰা।

✍️ধাৰা ৪১২ বস্তু কাঢ়ি লোৱা।

✍️ধাৰা ৩৭৮ চোৰ।

✍️ধাৰা ১৪১ বিধি বিৰুদ্ধ সমাগম।

✍️ধাৰা ১৯১ মিথ্যাশ্ৰয় লোৱা।

✍️ধাৰা ৩০০ হত্যা কৰা।

✍️ধাৰা ৩০৯ আত্মহত্যাৰ চেষ্টা কৰা।

✍️ধাৰা ৩১০ প্ৰৱঞ্চনা কৰা।

✍️ধাৰা ৩১২ গৰ্ভপাত কৰা।

✍️ধাৰা ৩৫১ আক্ৰমণ কৰা।

✍️ধাৰা ৩৫৪ নাৰীক অপমান কৰা।

✍️ধাৰা ৪১৫ চলনা।

✍️ধাৰা ৪৪৫ গৃহকণ্ডল।

✍️ধাৰা ৪৯৪ পুনঃ বিবাহ।

✍️ধাৰা ৪৯৯ মানহানি।

Previous Post Next Post