স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন ?স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰথম শ্বহীদ কোন?

 ASSAMESE GK IN ASSAMESE LANGUAGE I সাধাৰণ জ্ঞান I Assamese gk I careerassam360

শীৰ্ষ ১০০+ GK প্ৰশ্ন আৰু উত্তৰ ইংৰাজী ২০২৩ | সকলো পৰীক্ষাৰ বাবে ১০০ টা সাধাৰণ জ্ঞানৰ প্ৰশ্ন


ASSAMESE GK IN ASSAMESE LANGUAGE I সাধাৰণ জ্ঞান I Assamese gk 

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “ অসমৰ সাধাৰণ জ্ঞান” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। ASSAMESE GK IN ASSAMESE LANGUAGE বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ ASSAM GK IN ASSAMESE LANGUAGE সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে।

                             ASSAMESE GK IN ASSAMESE LANGUAGE I সাধাৰণ জ্ঞান I Assamese gk

 ASSAMESE GK IN ASSAMESE LANGUAGE I সাধাৰণ জ্ঞান I Assamese gk I careerassam360


১/ প্ৰাচীন অসমত প্ৰধান খাদ্য শস্য কি আছিল?

উত্তৰ : ধান (ভাত)।

২) ব্ৰহ্মপুত্ৰ উপত্যকাত আহোমসকলে কেতিয়া প্ৰৱেশ কৰিছিল?

উত্তৰঃ ১২২৮ খ্ৰীষ্টাব্দত ।

৩/ অসমৰ প্ৰথম স্বাধীনতা সংগ্ৰামী কোন?

উত্তৰঃ কুশল কোঁৱৰ।

৪/ ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম অসমীয়া কোন?

উত্তৰঃ গোমধৰ কোঁৱৰ

৫) অসমৰ কোন ঠাইক আহোম ৰজাৰ পৰম্পৰাগত সমাধিস্থল হিচাপে জনা যায়?

উত্তৰঃ চৰাইদেউ।

৬) জয়সাগৰ পুখুৰীৰ পাৰত জয়দল কোনে নিৰ্মাণ কৰিছিল?

উত্তৰঃ ৰুদ্ৰ সিংহ ।

৭) কোন ৰজাৰ  ৰাজত্বকালৰ পৰা আহোমৰ মুদ্ৰাত সংস্কৃত ভাষা ব্যৱহাৰ কৰা হৈছিল?

উত্তৰ: ৰুদ্ৰ সিংহৰ।

৮) কোন চনত ৰজা নৰনাৰায়ণ মৃত্যু হৈছিল ?

উত্তৰঃ ১৫৮৭ চনত।

৯) কোনজন আহোম ৰজা বামুণী কোঁৱৰ নামেৰে পৰিচিত আছিল?

উত্তৰঃ চুদাংফা।

১০) কোনটো বংশই মাইবঙত ৰাজধানী পাতিছিল?

উত্তৰঃ কছাৰী বংশ।

 ASSAMESE GK IN ASSAMESE LANGUAGE I সাধাৰণ জ্ঞান I Assamese gk I careerassam360

১১) অসমৰ প্ৰথম শাসক কোন আছিল?

উত্তৰঃ দানৱ বংশৰ মহিৰংগ দানৱ।

১২) আহোম ৰাজ্য কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰ : ১২২৮ চনত।

১৩) কোনখন ঠাই বৰ্মণ বংশৰ ৰাজধানী আছিল?

উত্তৰঃ প্ৰাগজ্যোতিষপুৰ।

১৪) চুকাফাই আহোম ৰাজ্য কত প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ চৰাইদেউ, শিৱসাগৰ।

১৫)পোনপ্ৰথম বাৰৰ বাবে কোনে স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল?

উত্তৰঃ চুহুংমুং।

১৬) আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰঃ চুকাফা।

১৭) আহোম সকলে কিমান বছৰ অসমত শাসন কৰিছিল?

উত্তৰ। ৬০০ বছৰ।

১৮) আহোম সকলৰ বিবাহক কি নামেৰে জনা যায়?

উত্তৰঃ চকলং।

১৯) শেষ চুতীয়া ৰজা কোন আছিল?

উত্তৰঃ নীতিপাল।

২০) কাছাৰৰ প্ৰাচীন নাম কি?

উত্তৰঃ হিদিম্বা।

ASSAMESE GK IN ASSAMESE LANGUAGE I সাধাৰণ জ্ঞান I Assamese gk I careerassam360

২১) আহোম বংশৰ শেষ ৰজা কোন আছিল?

উত্তৰঃ পুৰন্দৰ সিংহ ।

২২) নামদাং নদীৰ ওপৰত শিলৰ দলং কোনে নিৰ্মাণ কৰিছিল?

উত্তৰঃ ৰুদ্ৰ সিংহ।

২৩) প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল ?

উত্তৰঃ প্ৰাগজ্যোতিষপুৰ।

২৪) আহোম ৰাজ্যৰ অন্তিম ৰাজধানী কোনখন আছিল?

উত্তৰঃ যোৰহাট।

২৫) অসমৰ প্ৰথম ব্ৰিটিছ কমিছনাৰ কোন আছিল?

উত্তৰ: ডেভিদ স্কট।

২৬) অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

উত্তৰঃ ১৮২৮ চনত গোমধৰ কোঁৱৰ।

২৭) কোনটো পাহাৰৰ ওপৰৰ কামাখ্যা মন্দিৰত অৱস্থিত?

উত্তৰঃ নীলাচল পাহাৰ।

২৮) অসম সাহিত্য সভা কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰ : ১৯১৭ চন।

২৯) কোন চনত  অসমৰ ৰাজধানী শিলচৰৰ পৰা গুৱাহাটীলৈ স্থানান্তৰ কৰা হয়?

উত্তৰ : ১৯৭৩ চন।

৩০) কোন চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল?

উত্তৰ : ১৪৪৯।

ASSAMESE GK IN ASSAMESE LANGUAGE I সাধাৰণ জ্ঞান I Assamese gk I careerassam360

৩১) আহোম ৰজা চুদাংফা(১৩৯৭-১৪০৭) কোনটো নামেৰে বেছি পৰিচিত আছিল?

উত্তৰঃ বামুণী কোঁৱৰ।

৩২) হৰ্ষদেৱ বা শ্ৰী হৰ্ষ নামেৰে বিখ্যাত ৰজা কোন বংশৰ অন্তৰ্গত আছিল?

উত্তৰঃ সালস্তম্ভ বংশ।

৩৩) কোন ঠাইত আহোমসকলে মোগলৰ বিৰুদ্ধে প্ৰথম যুদ্ধ কৰিছিল?

উত্তৰঃ ইটাখুলি।

৩৪) আহোমসকলে_______ৰ পৰা অসমত প্ৰৱেশ কৰিছিল?

উত্তৰঃ পাটকাই পৰ্বত।

৩৫) বদন বৰফুকন কোন ঠাইৰ অধিকাৰী আছিল ?

উত্তৰঃ কামৰূপ।

৩৬) অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ:গোপীনাথ বৰদলৈ।

৩৭) সতী সাধনী কোন বংশ /ৰাজ্যৰ ৰাণী আছিল?

উত্তৰঃ চুতীয়া।

৩৮) কোনজন চুতীয়া ৰজাই শদিয়াক চুতীয়া ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ ৰত্নধ্বজপাল।

৩৯) কোচ বংশৰ প্ৰথম ৰজা কোন আছিল?

উত্তৰঃ বিশ্ব সিংহ।

৪০) পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰঃ ব্ৰহ্মপাল।

ASSAMESE GK IN ASSAMESE LANGUAGE I সাধাৰণ জ্ঞান I Assamese gk I careerassam360

৪১) কোনগৰাকী আহোম ৰাণীয়ে শিৱসাগৰত শিৱদোল নিৰ্মাণ কৰিছিল?

উত্তৰঃ অম্বিকা কুঁৱৰী।

৪২) মুলা গাভৰুৱে কাৰ বিৰুদ্ধে যুঁজিছিল?

উত্তৰ : তুৰ্বক।

৪৩) ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ দলঙৰ সংখ্যা কিমান?

উত্তৰঃ ৬ খন।

৪৪) অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কেইখন?

উত্তৰঃ ৫ খন

৪৫) অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন কত অনুষ্ঠিত হৈছিল?

উত্তৰ: শিৱসাগৰত।

৪৬) গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত?

উত্তৰ:কাৰ্বি আংলং।

৪৭) কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলি জনা যায়?

উত্তৰ: শুৱালকুচি।

৪৮) গিবন বন্যপ্ৰাণী অভয়াৰণ্যত কত অৱস্থিত?

উত্তৰ.যোৰহাটত।

৪৯) অসমৰ প্ৰথমটো ৰেলপথ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰ : ১৮৮১ চনত।

৫০) অসমৰ প্ৰথমটো ৰেলপথ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰ : ১৮৮১ চনত।

ASSAMESE GK IN ASSAMESE LANGUAGE I সাধাৰণ জ্ঞান I Assamese gk I careerassam360

৫১) আহোম যুগত মুঠ কিমানজন  ৰজা আছিল?

উত্তৰ : ৪০জন।

৫২) কোন বছৰত বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি) স্থাপন কৰা হৈছিল?

উত্তৰ: ১০ ফেব্ৰুৱাৰী, ২০০৩ চনত।

৫৩) গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰ : ১৯৭০ চনত।

৫৪) গুৱাহাটী বিশ্ববিদ্যালয় কোন চনত প্ৰতিষ্ঠা হৈছিল?

উত্তৰ : ১৯৪৮ চনত।

)আলবেৰুণী কোন আছিল?

উত্তৰ: মহম্মদ ঘজনীৰ ৰাজসভাত থকা বিখ্যাত পন্দিতজন আছিল আলবেৰুণী 

Tags-

ভাৰতীয় সংবিধানৰ পিতৃ কোন
অসমীয়া ব্যঞ্জনবৰ্ণ কেইটা
তৰাইনৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল
তৰাইনৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত হৈছিল
প্ৰটিনৰ অভাৱত হোৱা ৰোগ
ৰামধেনু ৰং কেইটা কি কি
অসমৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল
দাস বংশৰ প্ৰতিষ্ঠাপক কোন
ভাৰতীয় সংবিধানৰ অনুচ্ছেদ কেইটা
ৰেডিঅ কোনে আৱিষ্কাৰ কৰিছিল
সীমান্ত গান্ধী নামেৰে কাক জনা যায়
ৰামধেনু ৰং কেইটা
পৃথিৱীৰ আটাইতকৈ জনবহুল দেশখনৰ নাম কি
সিন্ধু উপত্যকাৰ সভ্যতা প্ৰশ্ন উত্তৰ
Previous Post Next Post