ASSAMESE GK IN ASSAMESE LANGUAGE I সাধাৰণ জ্ঞান I Assamese gk
শীৰ্ষ ১০০+ GK প্ৰশ্ন আৰু উত্তৰ ইংৰাজী ২০২৩ | সকলো পৰীক্ষাৰ বাবে ১০০ টা সাধাৰণ জ্ঞানৰ প্ৰশ্ন
ASSAMESE GK IN ASSAMESE LANGUAGE I সাধাৰণ জ্ঞান I Assamese gk
নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “ অসমৰ সাধাৰণ জ্ঞান” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। ASSAMESE GK IN ASSAMESE LANGUAGE বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ ASSAM GK IN ASSAMESE LANGUAGE সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে।
প্ৰশ্ন:তৰাইনৰ
প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল আৰু
কেতিয়া হৈছিল?
উত্তৰঃ মহস্মদ ঘোৰী আৰু চৌহান বংশীয়
ৰাজপুত ৰজা পৃথ্বীৰাজৰ মাজত সংঘটিত হৈছিল আৰু এই যুদ্ধ ১৯৯১ খ্ৰীষ্টাব্দত সংঘটিত হৈছিল।
প্ৰশ্ন:তৰাইনৰ
দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত হৈছিল?
উত্তৰ:১১৯২ চনত মহম্মদ আৰু
পৃথ্বীৰাজ চনৰ মাজত তৰাইনৰ দ্বিতীয় যুদ্ধ হৈছিল। দিল্লীৰ উত্তৰ দিশত ১১০
কিলোমিটাৰ (৬৮ মাইল) দূৰত্বত অৱস্থিত তাৰাইন (বৰ্তমান তাৰাওৰী)ৰ ওচৰত সংঘটিত
হৈছিল।
প্ৰশ্ন:অসমৰ
প্ৰথম মহিলা ৰাজ্যপালগৰাকী কোন আছিল?
উত্তৰ: স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল আছিল ছাৰ চালেহ মহস্মদ আকবৰ হাইদৰী।
প্ৰশ্ন:দাস বংশৰ
প্ৰতিষ্ঠাপক কোন?
উত্তৰ: দাস বংশৰ প্ৰতিষ্ঠাপক আছিল কুতুবুদ্দিন আইবাক।
ASSAMESE GK IN ASSAMESE LANGUAGE I সাধাৰণ জ্ঞান I Assamese gk
প্ৰশ্ন:আলবেৰুণী
কোন আছিল?
উত্তৰ: মহম্মদ ঘজনীৰ ৰাজসভাত থকা বিখ্যাত
পন্দিতজন আছিল আলবেৰুণী ।
প্ৰশ্ন:পৃথিৱীৰ
যমজ বুলি কোনটো গ্ৰহক কোৱা হয় আৰু কিয় পৃথিৱীৰ যমজ বুলি কোৱা হয় ?
উত্তৰঃ- আকাৰ আৰু আকৃতিত পৃথিৱী আৰু শুক্ৰ গ্ৰহৰ সাদৃশ্য থকা বাবে শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ বুলি কোৱা হয় ।
প্ৰশ্ন:প্ৰটিনৰ
অভাৱত হোৱা ৰোগটোৰ নাম কি?
উত্তৰ: প্ৰটিনৰ অভাৱত
হোৱা ৰোগটোৰ নাম হল কোৱাছিঅ’ৰক’ৰ। ইয়াৰ ফলত পেটত তৰল পদাৰ্থ জমা
হৈ পৰে আৰু পেট ফুলি উঠে। বিশেষকৈ উচ্চ মাত্ৰাৰ দৰিদ্ৰতা আৰু খাদ্যৰ অসুৰক্ষিততা
থকা উন্নয়নশীল দেশসমূহত কোৱাছিঅ’ৰ্ক’ৰে শিশুসকলক বেছিকৈ আক্ৰান্ত কৰে।
প্ৰশ্ন:অৱতল দাপোন
মানে কি ?
উত্তৰ:
প্ৰশ্ন:ৰেডিঅ
কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ: ওগ্লিয়েন্নো
মার্কনিয়ে(ইটালী)১৮৯৫ ৰেডিঅ আৱিষ্কাৰ
কৰিছিল
প্ৰশ্ন:সীমান্ত
গান্ধী নামেৰে কাক জনা যায়?
উত্তৰ: খান আব্দুল গফুৰ খানক সীমান্ত গান্ধী নামেৰে জনা যায়।
ASSAMESE GK IN ASSAMESE LANGUAGE I সাধাৰণ জ্ঞান I Assamese gk
প্ৰশ্ন:ৰামধেনু
ৰং কেইটা আৰু কি কি?
উত্তৰ: ৰামধেনুৰ ৰঙ কেইটা হৈছে বেঙুনীয়া,ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া,সুমথিৰা, আৰু ৰঙা। সূৰ্যৰ বগা ৰঙৰ মাজতেই এই
সাতো ৰং সোমাই আছে।
প্ৰশ্ন:পৃথিৱীৰ
আটাইতকৈ জনবহুল দেশখনৰ নাম কি?
উত্তৰ: পৃথিৱীৰ আটাইতকৈ জনবহুল দেশখন হল ভাৰত ।
প্ৰশ্ন:ভাৰতীয়
সংবিধানৰ পিতৃ কোন?
উত্তৰ: ভাৰতীয় সংবিধানৰ
পিতৃ হল ড° বি আৰ আম্বেদকাৰ ।
প্ৰশ্ন:জাতীয়
পতাকা ৰং কেইটা আৰু কি কি?
উত্তৰ: জাতীয়
পতাকা ৰং তিনিটা গেৰুৱা,বগা আৰু সেউজীয়া ।
প্ৰশ্ন:কোন চনত ৰাওলাট
আইন প্রণয়ন কৰা হৈছিল?
উত্তৰ: ১৯১৯ চনত ৰাওলাট আইন প্রণয়ন কৰা হৈছিল।
প্ৰশ্ন হৰপ্পা সভ্যতাৰ আনটো নাম কি?
উত্তৰ : সিন্ধু উপত্যকাৰ
সভ্যতা।
ASSAMESE GK IN ASSAMESE LANGUAGE I সাধাৰণ জ্ঞান I Assamese gk
Tags-
অসমীয়া ব্যঞ্জনবৰ্ণ কেইটা
তৰাইনৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল
তৰাইনৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত হৈছিল
প্ৰটিনৰ অভাৱত হোৱা ৰোগ
ৰামধেনু ৰং কেইটা কি কি
অসমৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল
দাস বংশৰ প্ৰতিষ্ঠাপক কোন
ভাৰতীয় সংবিধানৰ অনুচ্ছেদ কেইটা
ৰেডিঅ কোনে আৱিষ্কাৰ কৰিছিল
সীমান্ত গান্ধী নামেৰে কাক জনা যায়
ৰামধেনু ৰং কেইটা
পৃথিৱীৰ আটাইতকৈ জনবহুল দেশখনৰ নাম কি
সিন্ধু উপত্যকাৰ সভ্যতা প্ৰশ্ন উত্তৰ