1. কানাডাৰ ৰাজধানী কি?
2. তলত দিয়া অসমৰ কোনবিধ সামগ্ৰী GI Tag প্রাপ্ত নহয়- কাজি, বৰা চাউল, জুডিমা, তেজপুৰৰ লিচু।
3. ১৯৫৮ চনত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী কাঠত ওলমোৱা শ্বহীদ দুগৰাকী কোন?
4. "সত্যমে জয়তে"- বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছে?
5. ডেভিচ কাপ কোনবিধ খেলৰ সৈতে জড়িত?
6.৮ খন ঠাই- কোন কাৰ উত্তৰে বা দক্ষিণে?
7. অসমৰ আটাইতকৈ পশ্চিমত থকা তেল শোধনাগাৰ কোনটো?31. মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানৰ কোনটো সংশোধনীমতে সন্নিৱিষ্ট হৈছে?
8. দিল্লীৰ সিংহাখনত অধিষ্ঠিত হোৱা শেষ হিন্দু ৰজা জন কোন?
9. হেৰী পৰ্টাৰ গ্ৰন্থশৃংখলাৰ লিখক কোন?
10. ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম প্ৰকৃততে কোনটো
ভাষাত ৰচনা কৰা হৈছিল?
11. শৰাইঘাটৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল?
12. বেৰীবেৰী ৰোগে তলৰ কোনবিধৰ অভাৱগ্ৰস্ততা বুজায়?
13. সূৰ্য্যৰ পৰা বহিঃ দিশলৈ সপ্তম গ্ৰহটো কি?
14. গৌতম বুদ্ধই ক'ত নিৰ্বাণ লাভ কৰিছিল?
15. তলৰ কোনবিধ গুজৰাটৰ জনপ্ৰিয় লোকনৃত্য ?
16. অৰুনোদই পোনপ্ৰথম ক'ৰ পৰা প্ৰকাশ পাইছিল?
17. তলৰ কোনটো গদাধৰ সিংহই খন্দুৱাইছিল/ বন্ধাইছিল?
18. চাহ জনগোষ্ঠীৰ পৱিত্ৰ কৰম পূজা কোন মাহত পালন কৰা হয়?
19. বড়োসকলৰ পৰম্পৰাগত সৰু কাপোৰখনক কি বুলি জনা যায়?
20. তলৰ কোনখন ব্ৰক্ষ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনৈ?
21. অভিৰুচি ক্ৰীড়া দিৱস তলৰ কোনজন ব্যক্তিৰ জন্ম দিনত পালন কৰা হয়?
22. মানৰ প্ৰথম অসম আক্ৰমণ কেতিয়া হৈছিল?
23. অগ্নিকবি বুলি কাক জনা যায়?
24. প্ৰথম অসমীয়া কথাছবি জয়মতীৰ প্ৰধান নাৰী চৰিত্ৰটোত কোনে অভিনয় কৰিছিল?
25. পি ভি সিন্ধুৱে তলৰ কোনটো অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰিছিল?
26. অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত
হৈছিল?
27. ২০২৩ চনৰ ১ জানুৱাৰী অনুসৰি এয়াৰ ইণ্ডিয়াক তলৰ কোনটো ব্যৱসায়িক গোষ্ঠীয়ে নিয়ন্ত্ৰিত।
28. ফৌজি ধাৰাবাহিকত কোনগৰাকী অভিনয়ে অভিনয় কৰিছিল?
29. কোনটো ৰাজধানী অঞ্চলৰ ওচৰত হৰ্ণবিল উৎসৱ উদযাপন কৰা হয়?
30. তলত দিয়াবোৰৰ ভিতৰত কম্পিউটাৰৰ আউটপুট ডিভাইচটো হ'ল?
31. মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানৰ কোনটো সংশোধনীমতে সন্নিৱিষ্ট হৈছে?
32. দিল্লীৰ সিংহাখনত অধিষ্ঠিত হোৱা শেষ হিন্দু ৰজা জন
কোন?
33. হেৰী পৰ্টাৰ গ্ৰন্থশৃংখলাৰ লিখক কোন?
34. ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম প্ৰকৃততে কোনটো ভাষাত ৰচনা কৰা হৈছিল?
35. তলৰ কোনখন ছবিত জুবিন গাৰ্গে অভিনয় কৰা নাই-
36. ১৮৬১ চনৰ কৃষক বিদ্রোহ কোনখন নৈৰ পাৰত সংঘটিত হৈছিল?
37. তলৰ কোনখন ব্ৰক্ষ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনৈ?
38. তলৰ কোনখন ছবিত জুবিন গাৰ্গে অভিনয় কৰা নাই-
39. ১৮৬১ চনৰ কৃষক বিদ্রোহ কোনখন নৈৰ পাৰত সংঘটিত হৈছিল?
38. চিলাৰায়ৰ প্ৰকৃত নাম কি?
39. তলৰ কোনটো শাখাত নোবেল বটা প্ৰদান কৰা নহয়?
40. ফৰাচী বিপ্লৱৰ বাণী কি আছিল?
41. লাক্ষাদ্বীপ তলৰ কোনটো উপকূল অঞ্চলৰ ওচৰত?
42. পূষ্পা ভূঞা কিহৰ লগত জড়িত?
43. তলৰ কোনখন ঠাইত যন্তৰ-মন্তৰ নাই?
44. কাঠৰ ব্যৱসায় কৰি থকাৰ সময়ত লক্ষ্মীনাথ বেজবৰুৱা ক'ত আছিল?
45. কোনখন যুদ্ধত লাচিত বৰফুকনে মোগলক পৰাস্ত কৰিছিল?
46. মৰিগাঁও জিলাৰ জোনবিল মেলাত কোনে সভাপতিত্ব কৰে?
47. ফ্রান্স আৰু আলজেৰিয়াক পৃথক কৰা জলভাগটো কি?
48. কোনটো পৃথক দ্বীপ, প্ৰৱাল, যোজক
49. তলৰ কোনখন দেশ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এক্সিচ পাৱাৰৰ অন্তৰ্গত আছিল?
50. ৰিখটাত স্কেলত কি পৰিমাপণ কৰা হয়?
51. মানৰ প্ৰথম অসম আক্ৰমণ কেতিয়া হৈছিল?
52. হৰিহৰ বুক্কু ভ্রাতৃদ্বয়ে প্ৰতিষ্ঠা কৰা সাম্ৰাজ্যখন কি? 54. কাঁন মহোৎসৱ কিহৰ সৈতে জড়িত?
53. ঔৰংগজেৱে হত্যা কৰা শিখ গুৰুগৰাকী কোন?
55. তলৰ দিয়াবোৰৰ ভিতৰত সবাতোকৈ পুৰণি কলেজখন
হ'ল-
56. তলত দিয়াবোৰৰ ক'ত তেল শোধনাগাৰ নাই?
57. স্কিণ্ডলাৰ লিষ্টৰ পৰিচালক কোন?
58. ভাৰতৰ UPI য়ে ৰিলিজ কৰা পেমেণ্ট চিষ্টেম কোনটো?
59. ভাৰতবৰ্ষত ব্যৱহৃত LPG ত তলৰ কোনকেইটা উপাদান সর্বাধিক?
60. তলৰ কোনখন নদীৰ নাম ইয়াৰ পুৰণি নামৰ সৈতে মিলি
থকা নাই?
61. ইমিউনিটিৰ ডেফিচিয়েঞ্চীয়ে তলৰ কোনবিধ ৰক্ত
কণিকাৰ বিসংগতি বুজায়?