অসমৰ ৰাজ্যিক প্ৰতীক কি ? অসমৰ ৰাজ্যিক পক্ষীৰ নাম কি ?

Assamese General Knowledge Assam Career

অসমৰ ৰাজ্যিক প্ৰতীক চিহ্ন সমূহ হ'ল 

অসমৰ ৰাজ্যিক পশু  হ'ল এশিঙীয়া গঁড়

অসমৰ ৰাজ্যিক পক্ষী হ'ল দেওহাঁহ

অসমৰ ৰাজ্যিক ফুল হ'ল কপৌ ফুল

অসমৰ ৰাজ্যিক বৃক্ষ হল হোলোং

অসমৰ ৰাজ্যিক জলজ পশু হ'ল শিহু

অসমৰ ৰাজ্যিক পানীয় হ'ল চাহ

অসমৰ গীত হ'ল ‘অ’ মোৰ আপোনাৰ দেশ’


এশিঙীয়া গঁড়:-

অসমৰ এশিঙীয়া গঁড় অসমৰ তথা পৃথিৱী বিখ্যাত এশিঙীয়া গঁড় কেৱল অসমতহে পোৱা যায় কম পৰিমাণৰ পশ্চিমবঙ্গত দেখা যায় ২০০৭ চনৰ চৰকাৰী তথ্য মতে সমগ্ৰ ভাৰততে ২৫৭৫ টা এশিঙীয়া গঁড় আছে তাৰে ২০০০ টাই অসমত আছে। অসম চৰকাৰে এশিঙীয়া গঁড়ক ২০০৩ চনত ৪ এপ্ৰিলত অসমৰ ৰাজ্যিক পশু হিচাপে ঘোষণা কৰে। গঁড়ৰ গড় বয়স প্ৰায় ৩০-৪৫ বছৰ বুলি কোৱা হৈছে বৰ্তমান অসমৰ গঁড়ৰ চোৰাং চিকাৰৰ হাতত মৃত্যু খবৰ বাতৰি কাকতে প্ৰায় শুনিবলৈ পোৱা যায়। অসম চৰকাৰে গঁড় সংৰক্ষণত বিভিন্ন কাৰ্য হাতত লৈছে যদিও এশিঙীয়া গঁড়ৰ চোৰাং চিকাৰৰ হাতত মৃত্যু ৰক্ষ্যা কৰিব পৰা  নাই ইয়াৰ পৰাই কব পাৰি য়ে চৰকাৰৰ এই ক্ষেত্ৰত পিছ পৰি ৰৈছে। এনেদৰে হ'লে এশিঙীয়া গঁড়ৰ বিলুপ্তি হ'বলৈ বেছি দিন নাই।

দেওহাঁহ:-

অসমৰ ৰাজ্যিক পক্ষী হ'ল দেওহাঁহ। অসমৰ চৰকাৰে ২০০৩ চনত ৪ এপ্ৰিল তাৰিখে ৰাজ্যিক পক্ষী হিচাপে দেওহাঁহক ঘোষণা কৰে। বগা দেউকা যুক্ত দেওহাঁহৰ আটাইতকৈ ডাঙৰ প্রজাতি হাঁহ ৷ ইয়াৰ গাটো ক’লা আৰু ঠোটটো অলপ বগা হ'লেও তাত ক’লা ফুট আছে। হাঁহৰ ডেউকাত

বগা দাগ কিছুমান আছে, যাৰ বাবে তাক

ইংৰাজীত ‘হোৱাইট উইংড্‌ উড্‌ ডাক” (White Winged Wood Duck) বুলি কোৱা হয়। মাইকী দেওহাঁহে প্ৰায় ১৬/১৭ টা মান কণী পাৰে । এইবিলাক প্ৰধান খাদ্য হ'ল শস্যৰ গুটি, পাচলি, মাছ আৰু আন সৰু জীৱ, পানীত থকা পতংগ ইত্যাদি। চৰকাৰী তথ্য অনুযায়ী এই হাঁহৰ সংখ্যা প্ৰায় ৮০০ টা তাৰে ৪৫০ টা অসমতে আছে । বৰ্তমান এই দেওহাঁহ অসমৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা

ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যান এই হাঁহৰ প্ৰজাতি পোৱা যায়।

কপৌ ফুল:-

অসমৰ ৰাজ্যিক ফুল হ'ল কপৌ (Foxtail orchid) কপৌ ফুলৰ প্ৰজাতি ভাৰত তথা পৃথিৱী বিভিন্ন দেশত দেখা পোৱা যায়। আমাৰ অসমত এপ্ৰিল আৰু মে' মাহত এই ফুল ফুলে। অসমত ব'হাগ বিহুৰ আগে আগে এই ফুল ফুলে আৰু এই ফুলৰ ব্যৱহাৰ বিহুত নাচনীয়ে নিজৰ চুলিত পিন্ধি লয়। এই ফুল দৈঘ্য প্ৰায় ২০ ৰ পৰা ২২ ইঞ্চি মান হয়। এই ফুলৰ ব্যৱহাৰ বিহুগীত প্ৰয় হোৱা দেখা যায়। অসম চৰকাৰে ২০০৩ চনত এই ফুলক ৰাজ্যৰ ফুল হিচাপে ঘোষণা কৰে।

হোলোং বৃক্ষ:-

অসমৰ ৰাজ্যিক বৃক্ষ হ'ল হোলোং। হোলোং গছক চিৰসেউজ উদ্ভিদ হিচাপে ধৰা হয়। ভাৰতৰ তথা দক্ষিণ পূব এছিয়াৰ প্ৰায় সকলো ঠাইতে এই গছ দেখিবলৈ পোৱা যায়। এই গছৰ পৰা বহুতো ধৰণৰ ঔষধ প্ৰস্তুত কৰা হয় তাৰোপৰি এই গছৰ পৰা কাগজ প্লাইউড প্ৰস্তুত কৰা হয়। এই গছৰ অসমৰ আতাই তকৈ ওখ গছ হিচাপে ধৰা হয়। এই গছৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৬০০ মিটাৰ।

শিহু:-

অসমৰ ৰাজ্যিক পশু হ'ল শিহু। অসমৰ প্ৰায় কিছুমান নদীত শিহু দেখিবলৈ পোৱা যায় বিশেষকৈ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নদী বোৰত। এই শিহুক নদী-ডলফিন বুলি কোৱা হয়। ভাৰতবৰ্ষৰ বহু কেইখন ৰাজ্যৰ নদীত এই শিহুক দেখিবলৈ পোৱা যায়। শিহুৰ গাৰ বৰণ মূগা আৰু এডাল নেজ থাকে এই শিহুৰ পেত ঘূৰণীয়া হয় । শিহু স্তন্যপায়ী হোৱাৰ বাবে পানীৰ তলত উশাহ ল'ব নোৱাৰে।

চাহ:-

অসমৰ ৰাজ্যিক পানী হ'ল চাহ। পৃথিৱীৰ ভিতৰত অসম চাহৰ বাবে বিখ্যাত। অসমৰ চাহ পৃথিৱীৰ সকলো সৰু-বৰ সকলো ঠাইতে বিক্ৰী হয়। অসমত চাহৰ প্ৰথম সন্ধান পোৱা গৈছে ১৮২৩ চনত । অসমৰ প্ৰায় ভাৰতবৰ্ষৰ ৫১% চাহ উৎপাদন হয়। অসমতেই প্ৰথম চাহ গৱেষণা কেন্দ্ৰত টোকোলাই স্থাপন কৰা হয় ১৯১১ চনত। গবেষণা কেন্দ্ৰত বিভিন্ন ধৰণৰ চাহ তৈয়াৰ কৰা হৈছে এতিয়া লৈকে । ১৯৭০ চনত অসমত চাহ নিলাম কেন্দ্ৰৰ স্থাপন হয়। ২০২০ চনত ২য়টো চাহ নিলাম কেন্দ্ৰ যোৰহাটত স্থাপন কৰা হয়। ২০২০ চনত চাহৰ উৎপাদন প্ৰায় ৫১কোটি কিলোগ্ৰাম।

‘অ’ মোৰ আপোনাৰ দেশ':-

অসমৰ ৰাজ্যিক গীত হ'ল ‘অ’ মোৰ আপোনাৰ দেশ’। গীতটো ৰচনা কৰিছিল অসম সাহিত্য সভাৰ  ৭নং সভাৰ সভাপতি গুৱাহাটী অনুষ্ঠিত লক্ষ্মীনাথ বেজবৰুৱাই। গীতটো প্ৰথমবাৰৰ বাবে বাঁহী আলোচনীত ১৯০৯ চনত প্ৰকাশ হয়। ১৯২৮ চনৰ অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ বাৰ্ষিক অধিৱেশনত গীতটিক অসমৰ জাতীয় সঙ্গীত হিচাবে গ্ৰহণ কৰা হয়।২০১৩ চনৰ ১৮ নবেম্বৰত গীতটিক ৰাজ্যিক গীতৰূপে ঘোষণা কৰে।"Assamcareer - Your Ultimate Guide to Finding the Best Career Opportunities in Assam"

Description: "Discover the latest job updates and career opportunities in Assam with Assamcareer. Get access to job listings, career advice, and more. Start your journey towards a successful career in Assam today!"


Keywords:


Assamcareer

Job updates in Assam

Career opportunities in Assam

Latest job listings in Assam

Career advice in Assam

Job search in Assam

Assam jobs

Employment opportunities in Assam

Job openings in Assam

Assam career guide

Introduction:

Assamcareer is your go-to resource for finding the best job opportunities and career advice in Assam. Whether you're a recent graduate or an experienced professional, we offer a wide range of job listings, career advice, and resources to help you succeed in your career. In this article, we'll explore the various ways in which Assamcareer can help you find the job of your dreams in Assam.


Job Updates in Assam:

Assamcareer is your ultimate source for the latest job updates in Assam. We update our job listings regularly to ensure that you have access to the most up-to-date information about job openings in the region. Whether you're looking for a job in government, private, or nonprofit sectors, we have you covered.


Career Opportunities in Assam:

Assamcareer offers a wealth of career opportunities in Assam. From engineering to medicine, education to law, we provide a wide range of job opportunities in various industries. We also offer career advice and resources to help you choose the right career path and succeed in your chosen field.


Latest Job Listings in Assam:

Assamcareer offers the latest job listings in Assam. Our job listings are updated regularly to ensure that you have access to the most current information about job openings in the region. Whether you're looking for a job in government, private, or nonprofit sectors, we have a comprehensive list of job listings to help you find the right job.


Career Advice in Assam:

Assamcareer offers career advice and resources to help you succeed in your career. We provide career guidance, interview tips, resume writing advice, and more. Our team of career experts can help you with any questions you may have about your career and provide you with the resources you need to succeed.


Job Search in Assam:

Assamcareer offers a comprehensive job search tool to help you find the job of your dreams in Assam. Our job search tool allows you to search for jobs by location, industry, job title, and more. With our easy-to-use job search tool, you can quickly and easily find the right job for you.


Assam Jobs:

Assamcareer provides a wide range of job opportunities in various industries in Assam. Whether you're looking for a job in government, private, or nonprofit sectors, we have a comprehensive list of job listings to help you find the right job. With our resources and job listings, you can find the right job and start your journey towards a successful career in Assam.


Employment Opportunities in Assam:

Assamcareer provides a wealth of employment opportunities in Assam. Whether you're looking for a job in government, private, or nonprofit sectors, we have a comprehensive list of job listings to help you find the right job. We also offer career advice and resources to help you succeed in your chosen field.


Job Openings in Assam:

Assamcareer offers a comprehensive list of job openings in Assam. Our job listings are updated regularly to ensure that you have access to the most up-to-date information about job openings in the region. With our resources and job listings, you can find the right job and start your journey towards

assamcarrier,jobinassam,assamdirectrecruitment,assamcareer,assamcareer,careerassam,assam,gkassam,assamese,assamgovtjob,jobnewsassam,assamcareer,assamesegk,assamgk, gkinassamesse,hadharongyan


Previous Post Next Post