কৃষিৰ লগত জৰিত বিপ্লৱ সমূহ

কোকো = মুগা বিপ্লৱ


কপাহ = ৰূপালী আঁহ বিপ্লৱ


কণী আৰু কুকুৰা = ৰূপালী বিপ্লৱ


মাছ = নীলা বিপ্লৱ



খাদ্যশস্য = সেউজ বিপ্লৱ


উদ্যানশস্য = সোণালী বিপ্লৱ


গাখীৰ = বগা বিপ্লৱ


মাংস আৰু বিলাহী = ৰঙা বিপ্লৱ


তৈলবীজ = হালধীয়া বিপ্লৱ


আলু = ঘূৰণীয়া বিপ্লৱ


পেট্ৰ'লিয়াম উৎপাদন = ক'লা বিপ্লৱ


মিছামাছ = গুলপীয়া বিপ্লৱ


ঊণ = ধূসৰ বিপ্লৱ


Tags-
ভাৰতীয় অৰ্থনীতিত কৃষিৰ ভূমিকা
অসমৰ কৃষি সমস্যা
ভাৰতীয় কৃষিৰ সমস্যা
অসমৰ কৃষি ব্যৱস্থা
কৃষিৰ বাণিজ্যকৰণ বুলিলে কি বুজা
কৃষিৰ বৈচিত্ৰকৰণ বুলিলে কি বুজা?
অসমৰ অৰ্থনীতিত কৃষিৰ ভূমিকা
অসমৰ কৃষি ৰচনা

Previous Post Next Post