অসমৰ গুপ্তকাশী বুলি কোন ঠাইক কোৱা হয় ? অসমৰ চাহ শিল্পৰ কেন্দ্ৰ বুলি কোনখন ঠাইক কোৱা হয় ?

 Assamese General Knowledge Assam Career

১/ উত্তৰ কাছাৰ জিলাৰ ‘জাতিংগা’ কোন খন পাহাৰত অৱস্থিত?

উত্তৰ : বৰাইল পাহাৰত অৱস্থিত।

২/ অসমত হোৱা প্ৰৱল বতাহ-বৰষুণ তথা শিলাবৃষ্টিৰ স্থানীয় নাম কি?

উত্তৰ : বৰদৈচিলা।

Www.Carrierassam360.blogspot.com


৩/ মূল মহাভাৰত খন অসমীয়া পদ্যত ভাঙনি কৰোঁতা জনৰ নাম কি?

উত্তৰ : ৰাম সৰস্বতী ।

৪/ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে?

উত্তৰ : বৰাইল পাহাৰে দুইটা উপত্যকাক পৃথক কৰিছে।

৫/ অসমৰ আটাইতকৈ ওখ পাহাৰ খনৰ নাম কি?

উত্তৰ : অসমৰ আটাইতকৈ ওখ পাহাৰৰ নাম হ'ল বৰাইল পাহাৰ।

৬/ অসমত দিয়া চলাইৰ কাৰখানা ক’ত অৱস্থিত?

উত্তৰ : অসমৰ দিয়া চলাইৰ কাৰখানা অৱস্থিত ধুবুৰী।

৭/ অসমত মৰাপাটৰ কাৰখানা ক’ত আছে?

উত্তৰ : অসমৰ মৰাপাটৰ কাৰখানা আছে শিলঘাট।

৮/ অসমত সাৰ কাৰখানা ক’ত আছে?

উত্তৰ : অসমৰ সাৰ কাৰখানা আছে নামৰূপত।

৯/ অসমৰ কোন খন ঠাইত বিলাতী মাটিৰ কাৰখানা অৱস্থিত?

উত্তৰ : বিলাতী মাটিৰ কাৰখানা আছে বোকাজানত।

১০/ কাঁহ-পিতলৰ বাচন-বৰ্তন প্ৰস্তুতৰ বাবে অসমৰ কোন

খন ঠাই প্ৰসিদ্ধ?

উত্তৰ : অসমৰ সৰ্থেবাৰীত কাঁহ পিতলৰ বাচন বৰ্ণনা প্ৰস্তুত কৰা হয় ।

১২/ অসমৰ চাহ শিল্পৰ কেন্দ্ৰ বুলি কোন খন ঠাইক কোৱা হয়?

উত্তৰ : অসমৰ চাহ শিল্পৰ কেন্দ্ৰ বুলি কোৱা হয়'চাবুৱাক।

১৩/ অসমৰ কোন থন ঠাইত কয়লা চালিত তাপ-বিদ্যুৎ শক্তি কেন্দ্ৰ আছে?

উত্তৰ : অসমৰ বঙাইগাঁওত কয়লা আৰু তাপ বিদ্যুৎ শক্তি কেন্দ্ৰ আছে।

১৪/ অসমৰ মাটি কেই ভাগত ভগাব পাৰি, ভাগ কেইটা কি কি?

উত্তৰ : অসমৰ মাটিক ৪টা ভাগত ভাগ কৰা হৈছে -বোকামাটি, পলসুৱা মাটি, বালিচহীয়া মাটি আৰু শিলাভূমি।

১৫/ অসমত হোৱা বৃষ্টিপাতৰ গড় কিমান?

উত্তৰ : অসমত হোৱা বৃষ্টিপাত আনুমানিক ভাবে ১৭৮ ৰ পৰা ৩০৫ ছেঃমিঃ লৈ।

১৬/ ভাৰতৰ কোন দিশত অসম অৱস্থিত?

উত্তৰ : অসম প্ৰদেশৰ ভাৰতৰ উত্তৰ - পূৱ অঞ্চলত অৱস্থিত।

১৭/ অসমৰ আটাইতকৈ ওখ অঞ্চলত থকা ৰেল ষ্টেচনটো কোনটো

উত্তৰ : অসমৰ আটাইতকৈ ওখ ৰেল ষ্টেচন টো হল উত্তৰ কাছাৰ জিলাত থকা জাতিংগা। ই সমুদ্ৰ পৃষ্ঠৰ পৰা ২১৫৬.৬৫ ফুট উচ্চতাত উপস্থিত।

১৮/ ভাৰত ত্যাগ আন্দোলনত ভাগ লোৱা আৰু ফাঁচি হোৱা অসমৰ শ্বহীদ জন কোন আছিল?

উত্তৰ : কুশল কোঁৱৰ।

১৯/ অসমীয়া চলচ্চিত্ৰৰ ‘জনক’ বুলি কাক জনা যায় তেওঁৰ নাম কি?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, সু-অভিনেতা আৰু প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতীৰ নিৰ্মাতা তথা,শোণিত কুঁৱৰী নাটৰ পৰিচালক।

২০/ ১৪৪৯ চনত জন্ম গ্ৰহণ কৰা অসমীয়া সাহিত্যৰ ভেটি

প্ৰতিষ্ঠা কৰা, কোন?

উত্তৰ : শ্ৰীমন্ত শংকৰদেৱ তেওঁ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক তথা অসমৰ ধৰ্ম, সমাজ,সুকুমাৰ কলাৰ প্ৰতিষ্ঠাপক।

২১/ ১৮৫০ চনত গুৱাহাটীত জন্মা অসমৰ প্ৰথম স্নাতক, অসমীয়া

পণ্ডিত জন কোন?

উত্তৰ : আনন্দৰাম বৰুৱা তেওঁ বেৰিষ্টাৰ, আই. চি. এছ. আৰু ‘নাগাৰ্থ সংগ্ৰহ' নামৰ বৃহৎ সংস্কৃত ব্যাকৰণৰ তৃতীয় খণ্ডটো ইংৰাজীলৈ অনুবাদ কৰিছিল।

২২/ কলাগুৰু' উপাধিৰে বিভূষিত ব্যক্তি গৰাকীৰ নাম কি ?

উত্তৰ : বিষ্ণুপ্ৰসাদ ৰাভা তেওঁ একেধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যশিল্পী, অভিনেতা গৰাকীৰ জন্ম ১৯০৯ চনৰ ৩১ জানুৱাৰীত হৈছিল। ভাৰত শ্ৰেষ্ঠ কলাবিদ' আছিল।

২২/ উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু ওঁদ্যোগিক গৱেষণা পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ অসমৰ ক’ত অৱস্থিত?

উত্তৰ : অসমৰ যোৰহাট জিলাত অৱস্থিত।

২৩/ অসমৰ গাতে লাগি থকা চাৰি খন বিদেশী ৰাষ্ট্ৰৰ নাম কি কি?

উত্তৰ : অসমৰ গাতে লাগি থকা চাৰি খন বিদেশী ৰাষ্ট্ৰৰ নাম হ'ল বাংলাদেশ, ম্যানমাৰ, ভূটান আৰু চীন দেশ।

"Assamcareer - Your Ultimate Guide to Finding the Best Career Opportunities in Assam"

Description: "Discover the latest job updates and career opportunities in Assam with Assamcareer. Get access to job listings, career advice, and more. Start your journey towards a successful career in Assam today!"


Keywords:


Assamcareer

Job updates in Assam

Career opportunities in Assam

Latest job listings in Assam

Career advice in Assam

Job search in Assam

Assam jobs

Employment opportunities in Assam

Job openings in Assam

Assam career guide

Introduction:

Assamcareer is your go-to resource for finding the best job opportunities and career advice in Assam. Whether you're a recent graduate or an experienced professional, we offer a wide range of job listings, career advice, and resources to help you succeed in your career. In this article, we'll explore the various ways in which Assamcareer can help you find the job of your dreams in Assam.


Job Updates in Assam:

Assamcareer is your ultimate source for the latest job updates in Assam. We update our job listings regularly to ensure that you have access to the most up-to-date information about job openings in the region. Whether you're looking for a job in government, private, or nonprofit sectors, we have you covered.


Career Opportunities in Assam:

Assamcareer offers a wealth of career opportunities in Assam. From engineering to medicine, education to law, we provide a wide range of job opportunities in various industries. We also offer career advice and resources to help you choose the right career path and succeed in your chosen field.


Latest Job Listings in Assam:

Assamcareer offers the latest job listings in Assam. Our job listings are updated regularly to ensure that you have access to the most current information about job openings in the region. Whether you're looking for a job in government, private, or nonprofit sectors, we have a comprehensive list of job listings to help you find the right job.


Career Advice in Assam:

Assamcareer offers career advice and resources to help you succeed in your career. We provide career guidance, interview tips, resume writing advice, and more. Our team of career experts can help you with any questions you may have about your career and provide you with the resources you need to succeed.


Job Search in Assam:

Assamcareer offers a comprehensive job search tool to help you find the job of your dreams in Assam. Our job search tool allows you to search for jobs by location, industry, job title, and more. With our easy-to-use job search tool, you can quickly and easily find the right job for you.


Assam Jobs:

Assamcareer provides a wide range of job opportunities in various industries in Assam. Whether you're looking for a job in government, private, or nonprofit sectors, we have a comprehensive list of job listings to help you find the right job. With our resources and job listings, you can find the right job and start your journey towards a successful career in Assam.


Employment Opportunities in Assam:

Assamcareer provides a wealth of employment opportunities in Assam. Whether you're looking for a job in government, private, or nonprofit sectors, we have a comprehensive list of job listings to help you find the right job. We also offer career advice and resources to help you succeed in your chosen field.


Job Openings in Assam:

Assamcareer offers a comprehensive list of job openings in Assam. Our job listings are updated regularly to ensure that you have access to the most up-to-date information about job openings in the region. With our resources and job listings, you can find the right job and start your journey towards

Previous Post Next Post